কেৰিয়াৰ হিচাপে ইথিকেল হেকিং (Ethical Hacking)
ড° বুলজিৎ বুঢ়াগোহাঁই ইথিকেল হেকিং হৈছে কম্পিউটাৰ প্ৰণালী, নেটৱৰ্ক, আৰু ডিজিটেল সম্পদৰ সুৰক্ষিততা পৰীক্ষা আৰু উন্নত কৰাৰ উদ্দেশ্যে নৈতিকভাৱে হেকিং কৰা এটি প্ৰক্ৰিয়া৷ ইথিকেল হেকাৰসকলে অনুমতিৰ সহায়ত কোনো সংস্থাৰ প্ৰণালীসমূহৰ ওপৰত হেকিং পৰীক্ষা চলায়, যাতে সেয়া কোনো অনৈতিক…