Category কেৰিয়াৰ

বচা বকুল

ৰমানন্দন বৰা (ছয়)   মানুহ অভ্যাসৰ অধীন হৈ নাথাকিলে নচলিব৷ সলনি হ’ব লাগিব৷ মানুহৰ অভ্যাস কি? খোৱা-শোৱা আৰু তাৰ মাজত কাম কৰা৷ কিন্তু কি কাম কৰিব? অভ্যাসগত কাম নে নতুন কাম? অভ্যাসৰ পৰিৱৰ্তন মানেই ব্যক্তিৰ পৰিৱৰ্তন, তাৰ যোগেদি সমাজৰ পৰিৱৰ্তন৷…

ফেশ্বন ডিজাইনিং

ড° বুলজিৎ বুঢ়াগোহাঁই         ফেশ্বন ডিজাইনাৰ যুৱক-যুৱতীসকলৰ বাবে এটা সুন্দৰ কেৰিয়াৰ হ’ব পাৰে৷ যুৱক-যুৱতীসকলৰ সাজ-পোছাকৰ নিজস্ব সৃষ্টিশীল শৈলী আছে আৰু আনৰ দ্বাৰা নিৰ্ধাৰিত ট্ৰেণ্ড অনুসৰণ নকৰি এটা ট্ৰেণ্ড স্থাপন কৰাত বিশ্বাস কৰে৷ ফেশ্বন ডিজাইনৰ কেৰিয়াৰত কেৱল গ্লেমাৰাছ মানুহক লগ…

কেৰিয়াৰক কেনেকৈ শ্ৰেণীভুক্ত কৰিব পাৰি?

 ড° বুলজিৎ বুঢ়াগোহাঁই                  বিভিন্ন কেৰিয়াৰৰ কৰ্ম প্ৰকৃতি বা বৈশিষ্ট্য অনুসৰি শ্ৰেণীভুক্ত কৰিব পাৰি। যেনে-  বাস্তৱধৰ্মী কেৰিয়াৰ (Realistic Careers), অনুসন্ধানী কেৰিয়াৰ (Investigative Careers), শৈল্পিক কেৰিয়াৰ (Artistic Careers),  সামাজিক  কেৰিয়াৰ (Social Careers), উদ্যমী কেৰিয়াৰ (Enterprising Careers), গতানুগতিক কেৰিয়াৰ  (Conventional Careers) আদি।   বাস্তৱধৰ্মী কেৰিয়াৰ (Realistic Careers):  এইবোৰ সেই কেৰিয়াৰ য’ত মেচিন, কম্পিউটাৰ নেটৱৰ্ক, নিজৰ ভৌতিক শৰীৰৰ সৈতে কাম কৰাটো জড়িত হৈ থাকে। এই কেৰিয়াৰৰ লোকসকলে…

মীন বিজ্ঞান (Fishery Science)

 ড° বুলজিৎ বুঢ়াগোহাঁই       মীন বিজ্ঞান হৈছে এক বহুমুখী পাঠ্যক্ৰম যিয়ে মীন পালনৰ ব্যৱস্থাপনা আৰু বুজাৰ অনুশাসনৰ বিষয়ে শিকায়। মীন বিজ্ঞান পাঠ্যক্ৰমত জলজ পালনৰ বিভিন্ন শাখা যেনে- প্ৰজনন, আনুবংশিক, জৈৱ প্ৰযুক্তি, পুষ্টি শিকায়।  লগতে মাছ প্ৰক্ৰিয়াকৰণৰ বিষয়েও শিকায়  য’ত…

কেৰিয়াৰ হিচাপে বিউটিচিয়ান (Beautician)

ড° বুলজিৎ বুঢ়াগোহাঁই        বিউটিচিয়ান হ’ল এজন পেছাদাৰী যিয়ে প্ৰডাকশ্বন হাউচ, থিয়েটাৰ শ্ব’, টেলিভিশ্বন বা প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা যিকোনো ব্যক্তিৰ চেহেৰা উন্নত কৰাৰ বাবে কাম কৰে। কিছুমানে মেক-আপ আৰ্টিষ্টে প্ৰডাকচন হাউচ, ষ্টেজ শ্ব’, নিউজ চেনেলত স্থায়ীভাৱে কাম…

চাকৰিমুখী নহয়, কৃষিমুখী কৰক

সত্যজিৎ গগৈ   জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষ সৰ্ববৃহৎ দেশ হোৱাৰ লগে লগে ইয়াৰ জনগণক সুস্থভাৱে পৰিচালনা কৰিবলৈ চৰকাৰৰো দায়িত্ব বাঢ়িল। প্ৰতিযোগিতাৰ যুগত আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়ি গ’লেহে সমাজখন চলিব। যদি কেৱল আত্মকেন্দ্ৰিকভাৱে সকলো কাম কৰা হ’য়, তেন্তে দেশত…

উচ্চ শিক্ষাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু প্ৰস্তুতি

 ড° বুলজিৎ  বুঢ়াগোহাঁই   উচ্চ শিক্ষাৰ বাবে বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা কেইটামান প্ৰতিযোগিতামূলক পৰীক্ষা হ’ল – সাধাৰণ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (Common University Entrance Test, CUET; ); বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-নেট (University Grants Commission, UGC-NET ; ); বৈজ্ঞানিক আৰু…

কমাৰ্চিয়েল পাইলট (Commercial Pilot)

 ড° বুলজিৎ বুঢ়াগোহাঁই  পাইলট হোৱাটো সমগ্ৰ বিশ্বৰ অন্যতম উন্নত, কঠিন আৰু শ্ৰেষ্ঠ কেৰিয়াৰ। পাইলট হবলৈ কিছুমান গুণ থকা দৰকাৰ, যেনে – ১। ভাল শাৰীৰিক স্বাস্থ্য: কেৱল বাছনি প্ৰক্ৰিয়াতে নহয়, বৃত্তিটোত সফলতা নিশ্চিত কৰাত শাৰীৰিক বৈশিষ্ট্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এজন…

চাৰ্টাৰ্ড একাউণ্টেঞ্চি (Chartered Accountancy)

 ড° বুলজিৎ   বুঢ়াগোহাঁই চাৰ্টাৰ্ড একাউণ্টেঞ্চি (Chartered Accountancy) হৈছে কোনো ব্যক্তি বা সংগঠনৰ বাবে একাউণ্টিং, অডিটিং, কৰ, বিত্তীয় মূল্যাঙ্কনৰ এক পেছাদাৰী অনুশীলন। চাৰ্টাৰ্ড একাউণ্টেণ্ট (Chartered Accountant) হৈছে এজন একাউণ্টিং পেছাদাৰীক প্ৰদান কৰা এক পদবী যিয়ে কোনো বিধিগত সংস্থাৰ পৰা প্ৰমাণপত্ৰ লাভ…

মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) চাকৰি

 ড° বুলজিৎ বুঢ়াগোহাঁই   বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) এটা আকৰ্ষণীয় চাকৰি। এই চাকৰিত কেৰিয়াৰ বৃদ্ধিৰ সুযোগ আছে। মেডিকেল ৰিপ্ৰিজেণ্টেটিভৰ ভূমিকা হ’ল বৰ্তমানৰ সামগ্ৰীৰ চাহিদা সৃষ্টি কৰা বা নতুন সামগ্ৰীৰ প্ৰৱৰ্তন কৰা আৰু লগতে বিতৰক আৰু খুচুৰা বিক্ৰেতাসকলৰ ওচৰত…