Category কেৰিয়াৰ

হ’টেল মেনেইজমেণ্ট (Hotel Management)

 ড° বুলজিৎ  বুঢ়াগোহাঁই হ’টেল মেনেইজমেণ্ট (Hotel Management)-ক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচাৰিলে শিক্ষাৰ্থীগৰাকীয়ে এই বিষয়ত চাৰ্টিফিকেইট, ডিপ্ল’মা, স্নাতক, স্নাতকোত্তৰ আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷ হ’টেল মেনেইজমেণ্টৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা পাঠ্যক্রম অনুযায়ী বিভিন্ন হয়৷ হ’টেল মেনেইজমেণ্ট…

পিছলৈ উভতি চাওঁ— ৪

পৰেনে মনত মোৰ দেউতাৰ কথা? ড˚ পোনা মহন্ত যিসকল সহৃদয় পাঠকে এই অকিঞ্চনৰ অতীত কথনৰ আগৰকেইছোৱা পঢ়ি আমাক অনুগৃহীত কৰিছে, সেইসকলৰ হয়তো মনত আছে যে প্ৰায় দহ মাহ ধেমাজি গুৱাল গাঁৱত বনবাস খাটি পিতৃভূমিলৈ উভতি অহাৰ পাছতো আমাৰ অথন্তৰৰ অন্ত নপৰিল৷ সেই…

মানৱ পুথিভঁৰাল

দেৱজিৎ ভৰালী আমাৰ অসমত মানৱ পুথিভঁৰালৰ ধাৰণাই এতিয়াও গা কৰি উঠা নাই৷ কিন্তু সম্ভাৱনাৰ অভাৱ নাই৷ অলপ মন কৰিলেই এই অনুষ্ঠানক কাৰ্যক্ষেত্ৰত পৰিণত কৰিব পাৰি৷ ‘মানৱ পুথিভঁৰাল’-ৰ ধাৰণা প্ৰকৃততে প্ৰত্যেকখন সমাজৰে প্ৰয়োজন আছে৷ নৱ-প্ৰজন্মই ইয়াৰ পৰা শিকিবলগীয়া, জানিবলগীয়া বহুতো আছে। যিকোনো…

ফিনিক্স চৰাইৰ গান

কাৱে‍ৰী কাশ্যপ বৰা আন্ধাৰত ডুব গৈ থকা কোঠাটোত লাহে লাহে সূৰুযৰ প্ৰথম ৰেঙনি কেইডালমান বাঁহৰ বেৰৰ ফাঁকেৰে সৰকি আহিছিল। অলপ পাছত মা আহি খিৰিকীৰ চিটকাণীডাল খুলি খিৰিকীখন মেলি দিয়াত পোহৰ হৈ পৰিছিল কোঠাটো। চকুত ঘপহকৈ চাত মাৰি ধৰা পোহৰত খপজপকৈ…

ঔপনিৱেশিক অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰা

ভৃগুমণি নাথ    ভাৰতবৰ্ষ বিভিন্ন সভ্যতাৰ প্ৰাণকেন্দ্ৰ। ভিন ভিন সভ্যতাই ইয়াত নিজাববীয়া উত্থান-পতনৰ চাপ ৰাখি থৈ গৈছে। এনে উত্থান-পতনৰ খতিয়ানবোৰকে বাস্তৱিকতে ‘ইতিহাস’ বুলিব পাৰি। বেদ-উপনিষদৰ ৰচনাভূমি ভাৰতত অৱশ্যে বৈজ্ঞানিকভাৱে ইতিহাস অধ্যয়নৰ প্ৰক্ৰিয়াটো বৃটিছসকলৰ আগমনৰ পৰাহে আৰম্ভ হৈছে। সি যি কি…

গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম

ড° বুলজিৎ বুঢ়াগোহাঁই    বৰ্তমান এটা জনপ্রিয় পাঠ্যক্রম হ’ল— গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্রম। এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে সাংবাদিক হোৱাৰ বাবে গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম পঢ়িবই লাগিব বুলি কোনো ধৰা–বন্ধা কথা নাই৷ গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্রম প্রথাগত…