বি. এড. (B.Ed.) ডিগ্রী লাভ কৰাৰ পিছত কেৰিয়াৰৰ সুযোগ
ড° বুলজিৎ বুঢ়াগোহাঁই বি. এড. (B.Ed., Bachelor of Education) পাঠ্যক্ৰম হৈছে ভাৰতত আটাইতকৈ বেছি অধ্যয়ন কৰিব বিচৰা পাঠ্যক্ৰমবোৰৰ ভিতৰত এটা য’ত প্ৰতি বছৰে লাখ লাখ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰে৷ বি. এড. পাঠ্যক্ৰম জনপ্ৰিয় হোৱাৰ এটা কাৰণ হৈছে ইয়াত নিয়োগৰ সুবিধা যথেষ্ট আছে৷ দেশৰ…