Category কেৰিয়াৰ

বতৰবিজ্ঞান (Meteorology)

ড° বুলজিৎ বুঢ়াগোহাঁই   বায়ুমণ্ডলৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটি হ’ল – বতৰবিজ্ঞান (Meteorology)। ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়সহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্র-ছাত্রীসকলে ‘বতৰবিজ্ঞান’ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ইয়াৰ উপৰি ‘বতৰবিজ্ঞান’ত স্নাতকোত্তৰ, পি. এইচ. ডি. আদি…

বায়’টেকন’ল’জি

 ড° বুলজিৎ বুঢ়াগোহাঁই  বায়’টেকন’লজি পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত  বায়’টেকন’লজিৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে।  বায়’টেকন’লজিত স্নাতক, স্নাতকোত্তৰ, এম.ফিল. আৰু পিএইছ.ডি. পাঠ্যক্রম পঢ়ি‍ব পাৰি। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব…

অসমত ৰেচম পৰ্যটন : এক সম্ভাৱনা

ড° মৃদুল চন্দ্ৰ শৰ্মা পৰ্যটন হৈছে মনোৰঞ্জন, অৱসৰ বিনোদন, ধৰ্মীয়, পাৰিবাৰিক বা ব্যৱসায়িক উদ্দেশ্যৰ বাবে সাধাৰণতে সীমিত সময়ৰ বাবে কৰা ভ্ৰমণ। পৰ্যটন সাধাৰণতে আন্তৰ্জাতিক ভ্ৰমণৰ সৈতে সম্পৰ্কিত যদিও একেখন দেশৰ ভিতৰত আন এখন ঠাইলৈ ভ্ৰমণো ইয়াৰ অন্তৰ্গত। পৰ্যটন বহুতো দেশৰ…

স্থিৰদৃষ্টি

 সঞ্জীৱ সভাপণ্ডিত মই আজিকালি প্ৰায়েই ভাবোঁ, কিমান চনত মোৰ মৃত্যু হ’ব৷ কিমান বয়সত মৃত্যু হ’ব বুলি ভবাতকৈ চনবোৰ ভাবি মই ভাল পাওঁ; কাৰণ বয়সৰ কোনো অৰ্থ নাই৷ কাৰণ বয়সে মনটো নিয়ন্ত্ৰণ কৰিব পাৰে বুলি ভাবিলেও আচলতে নোৱাৰে৷ বেমাৰ–আজাৰে যদি দেহাটো জুৰুলা নকৰে,…

বেংক প্ৰবেশ্যনেৰি অফিচাৰ (Bank Probationary Officer)

 ড° বুলজিৎ বুঢ়াগোহাঁই    বেংক প্ৰবেশ্যনেৰি অফিচাৰ পদত নিযুক্তিৰ বাবে Institute of Banking Personnel Selection ()-য়ে সমূহীয়া অন্‌লাইন পৰীক্ষা (common online examination) অনুষ্ঠিত কৰে। অন্‌লাইন পৰীক্ষা দুটা পৰ্যায়ত হয়। এটাক প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) আৰু আনটোক মূল পৰীক্ষা (Main Examination) বুলি কোৱা হয়। প্রাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে…

বিজয়িনী– মহিলা বিজ্ঞানীৰ জীৱনী সংগ্ৰহ

 ড০ পৰমানন্দ মহন্ত কুৰি শতিকাৰ আগলৈকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মহিলাক কোনো দেশতেই উৎসাহ যোগোৱা হোৱা নাছিল৷ সেই কালত বিজ্ঞানৰ শিক্ষা মহিলাৰ বাবে সুদূৰপৰাহত আছিল৷ ক’বলৈ গ’লে দুই বিশ্বযুদ্ধই ধুই যোৱাৰ পাছতহে বিজ্ঞানৰ শিক্ষা ছোৱালীৰ বাবে সুলভ হৈ পৰিল৷ ইয়াৰ প্ৰধান কাৰণ…

বিদেশত অধ্যয়নৰ বাবে আগ্রহী ছাত্র-ছাত্রীসকলে কেনেদৰে প্রস্তুতি চলাব

ড° বুলজিৎ বুঢ়াগোহাঁই বিদেশত অধ্যয়নৰ বাবে আগ্রহী শিক্ষাৰ্থীজনৰ সৰ্বপ্রথম খোজটো হ’ব সঠিক পাঠ্যক্ৰম নিৰ্বাচন কৰা। সাধাৰণতে, ভাৰতবৰ্ষৰ সৰহ সংখ্যক ছাত্র-ছাত্রী আমেৰিকা (United States of America), বৃটেইন (United Kingdom), অষ্ট্রেলিয়া (Australia), নিউজিলেণ্ড (New Zealand), কানাডা (Canada), জাৰ্মানি‍ (Germany), চীন (China), ছিংগাপুৰ…

এক আচৰিত সৌভাগ্য

সঞ্জীৱ সভাপণ্ডিত মোৰ গান হওক … গীতিকাৰ–গায়কজনে গানটো লিখিলে, সুৰ দিলে, গাই দিলে৷ সুন্দৰ গান, ব্যতিক্ৰমী গান৷ নতুন সোৱাদৰ গান৷ বাস্তৱ গান৷ গানটোৰ জন্মৰে পৰা গানটো জীয়াই আছে আৰু সদায়েই তেনেকৈয়ে থাকিব বুলি ধাৰণা হৈছে৷ কাৰণ গানটো কোনো ঘটনাক লৈ লিখা নাই৷…

চাকৰি নে স্বনিয়োজন?

 ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত আমাৰ ৰাজ্যখনৰ বহু সংখ্যক যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয়৷ ফলত ৰাজ্যখনত নিবনুৱা সমস্যাই গা কৰি উঠিছে৷ আমি সকলোৱে বুজা উচিত যে কেৱল চাকৰিৰ দ্বাৰা…

পশু চিকিৎসা বিজ্ঞান

ড° বুলজিৎ বুঢ়াগোহাঁই  পশু চিকিৎসা বিজ্ঞান (Veterinary Science) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান বিষয়সহ উত্তীৰ্ণ হোৱাৰ পাছত পশু চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ইয়াৰ উপৰি পশু চিকিৎসা…