Category কেৰিয়াৰ

এৰ’স্পেচ ইঞ্জিনিয়াৰিং (Aerospace Engineering)

 ড° বুলজিৎ বুঢ়াগোহাঁই   এৰ’স্পেচ ইঞ্জিনিয়াৰিং হৈছে এটা আকৰ্ষণীয় আৰু গতিশীল ক্ষেত্ৰ, য’ত বিমান, মহাকাশযান, উপগ্ৰহ, ক্ষেপণাস্ত্ৰ আৰু সংশ্লিষ্ট ব্যৱস্থাসমূহৰ ডিজাইন, উন্নয়ন, পৰীক্ষা আৰু ৰক্ষণাবেক্ষণৰ কাম অন্তৰ্ভুক্ত হৈ থাকে৷ এই শাখাই যান্ত্ৰিক, ইলেক্ট্ৰ’নিক্স, কম্পিউটাৰ আৰু সামগ্ৰীৰ অভিযান্ত্ৰিকৰ আধুনিক প্ৰযুক্তিসমূহ একত্ৰিত…

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড (সাত)     প্ৰচণ্ড ৰʼদ।  বাৰাণ্ডাৰ আৰামী বেঞ্চখনত বহি হিমানী আৰু মিলিটেৰীয়ে কথা পাতি আছে। কথানো কি, সেই একেবোৰেই। পতাবোৰকে পাতি পাতি অসম আন্দোলনৰ দিনবোৰলৈ ঘূৰি যায় দুয়োজন। ৰক্তাক্ত সময়ৰ হাবিতলীয়া দিনবোৰ, চকুৰ চাৱনিত উজলি উঠা কিৰণময়ী সময়বোৰ আকৌ…

ভাৰতীয় প্ৰেক্ষাপটত স্থানীয় ইতিহাস অধ্যয়ন : সংজ্ঞা, সংৰক্ষণ আৰু সম্প্ৰদায়ৰ সহযোগিতা

 পঙ্কজ প্ৰতিম বৰদলৈ   ভাৰতীয় প্ৰেক্ষাপটত স্থানীয় ইতিহাসে ভৌগোলিকভাৱে সীমিত অঞ্চলত – যেনে গাঁও, চহৰ বা জিলাৰ অতীতৰ পৰিঘটনা, মানুহ, আৰু সাংস্কৃতিক ঐতিহ্যৰ অধ্যয়ন আৰু নথিভুক্তকৰণক বুজায়৷ ই এক তৃণমূল পৰ্যায়ৰ পদ্ধতি যিয়ে মহানগৰ,সৰু চহৰ, বা গাঁও ৰ ওপৰত গুৰুত্ব…

ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি (Industrial Psychology)

 ড০ বুলজিৎ বুঢ়াগোহাঁই   ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি, যাক অৰ্গেনাইজেশ্বনেল ছাইক’ল’জি বুলিও কোৱা হয়, ই হৈছে মনোবিজ্ঞানৰ এটা শাখা, যি কৰ্মস্থান তথা সংগঠনত মানুহৰ ব্যৱহাৰৰ অধ্যয়নৰ সৈতে জড়িত৷ এই খণ্ডৰ মনোবিজ্ঞানীসকলে মানৱব্যৱহাৰৰ ওপৰত ভিত্তি কৰি নানা ধৰণৰ সমস্যা সমাধান কৰাৰ লগতে কৰ্মচাৰী আৰু…

ৰ’দে বৰষুণে কিমান যে গান – ১৭

  লোকনাথ গোস্বামী (মন দাপোণত – ১০)  (১)                               স্কুলীয়া জীৱনৰ পৰা কলেজীয়া জীৱনলৈ : হাইস্কুলীয়া জীৱনৰ পৰাই আৰম্ভ কৰি কলেজীয়া জীৱনলৈকে সেই দীঘলীয়া সময়ছোৱাৰো বহু ঘাত-প্ৰতিঘাত, হাঁহি-কান্দোনৰ কাহিনী আছে৷ সেই সময়ছোৱা কবলৈ গ’লে আমাৰ গাঁৱৰ ঘৰখনৰ আৰ্থিক অৱস্থা খুবেই বেয়া…

ক্লিনিকেল ৰিছাৰ্চ (Clinical Research)

ড° বুলজিৎ  বুঢ়াগোহাঁই ক্লিনিকেল ৰিছাৰ্চ (Clinical Research) হৈছে চিকিৎসা বিজ্ঞানৰ এটা শাখা, যিয়ে মানুহৰ ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত ঔষধ, চিকিৎসা সামগ্ৰী, ৰোগ নিৰ্ণায়ক সামগ্ৰী আৰু চিকিৎসা পদ্ধতিসমূহৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা অধ্যয়ন কৰে। এই গৱেষণা সাধাৰণতে মানুহ স্বেচ্ছাসেৱকৰ ওপৰত পদ্ধতিগতভাৱে সম্পাদিত হয়,…

কেৰিয়াৰ হিচাপে ৰাজনৈতিক ফটোগ্ৰাফি

 ড° বুলজিৎ বুঢ়াগোহাঁই   ফটোগ্ৰাফিয়ে সঁচাকৈয়ে ৰাজনীতিত গুৰুত্বপূৰ্ণ সহায়ক ভূমিকা ল’ব পাৰে, কিন্তু ইয়াক সাধাৰণতে ৰাজনীতিৰ ভিতৰত প্ৰত্যক্ষ কেৰিয়াৰ পথ বুলি গণ্য কৰা নহয়৷ বৰঞ্চ বিশেষকৈ সংবাদ মাধ্যম, নথিপত্ৰ বা জনসংযোগৰ প্ৰতি আগ্ৰহীসকলৰ বাবে ই ৰাজনীতিৰ সৈতে জড়িত অন্যতম শ্ৰেষ্ঠ কেৰিয়াৰ…

ৰ’দে-বৰষুণে ইমান যে গান

     লোকনাথ গোস্ৱামী (মন দাপোনত – ৮) (১)  গাঁৱৰ কাহিনী কৈ অন্ত কৰিব নোৱাৰি৷ জন্মৰ পৰা যৌৱনৰ এছোৱালৈ অৰ্থাৎ কলেজৰ দেওনা পাৰ হৈ তেজপুৰ একাডেমীত কেইবছৰমান চাকৰি কৰালৈকে গাঁৱতে জীৱন অতিবাহিত কৰিছিলোঁ৷ গাঁৱৰ এই জীৱন পৰিক্ৰমা ইমানেই বিচিত্ৰ, বৰ্ণিল…

কেৰিয়াৰ হিচাপ কনটেণ্ট ক্ৰিয়েটৰ (Content Creator)

ড° বুলজিৎ বুঢ়াগোহাঁই ডিজিটেল যুগৰ বিকাশৰ লগে লগে কনটেণ্ট ক্ৰিয়েটৰ (Content Creator) হিচাপে কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে৷  কনটেণ্ট ক্ৰিয়েটৰে ডিজিটেল প্লেটফৰ্মসমূহত (যেনে – য়ুটিউব, ইনষ্টাগ্ৰাম, ফে’চবুক, ব্ল’গ, প’ডকাষ্ট আদি) বাবে বিভিন্ন ধৰণৰ বিষয়বস্তু (Content) সৃষ্টি আৰু প্ৰকাশ কৰে৷…

মলেঁয়া

 দাদুল দেৱকৃষ্ণ বৰুৱা (২৭) ঘৰখন যেতিয়া ভৰি আছিল তেতিয়া এবাৰলৈও ভবা নাছিল একাকিত্ব মানে কি! বুজা নাছিল কেনে হ‘ব পাৰে একাকিত্ব। একাকিত্বই কিদৰে মানুহক পীড়া দিয়ে সেয়া ষ্টেপানৰ বাবে আছিল ভাবনাৰ বাহিৰত। ভৰা ঘৰখনত হাঁহি-ধেমালিৰ মাজত সময় কটোৱাৰ সময়ত ভাবিছিল…