sdblogs2011

sdblogs2011

এজন কবি হ’বলৈ

মূল : জেৰুশ্লাভ ছেইফাৰ্ট ((Jaroslav  Saifert) ১৯৮৪ চনৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপক, চেক গণৰাজ্য অনুবাদ : ড° ৰঞ্জিত দত্ত বহুদিনৰ আগতেই জীৱনে মোক শিকাইছিল সংগীত আৰু কবিতাই হ’ল জীৱনে দিব পৰা পৃথিৱীৰ অতিকৈ ধুনীয়া সম্পদ অৱশ্যে হয়তো প্ৰেমক বাদ দি!…

হালধিবাৰীত বৰষুণ

সঞ্জীৱ বৰুৱা   নৃত্যৰতা আকাশ চমকি উঠিছে মেঘ সৃষ্টিৰ বৃষ্টিয়ে কঢ়িয়াব ধৰালৈ অনাবিল শান্তিৰ সপোন গুঞ্জন ।   তেজে তুমৰলি দিগন্ত নেওচি উপভোগ কৰা এই সময়।   আৰ্দ্ৰতাৰ আৱৰণ আঁতৰাই অযুত সম্ভাৱনাৰে হালধিবাৰীত  বৰষুণ আহিব সপোনৰ বৰষুণ।   এতিয়া অপেক্ষাকৃত…

ওভতনি

অত্ৰেয়ী গোস্বামী   উভতিব খুজিলেও উভতিব নোৱাৰি বন্ধনো নাই, মায়াও নাই৷ অথচ চাৰিওদিশে  চাৰিওটি বাট বন্ধ৷   কথাটো সহজকৈ ভাবিব পাৰি সহজ হ’ল বুলিয়েই বাট নোহোৱা কথা এটা উলাই কৰিব নোৱাৰি৷   তেওঁ উভতিব খুজিছে, ময়ো উভতিব খুজিছোঁ৷ আমাৰ এটা…

কাক- কাব্য

 বিভাৰাণী তালুকদাৰ   হাউচৰ শিলগুটিত দোপ দি দি উঠি আহে কলহৰ তলি   কাণ বাগৰা পানীত পখালিব নোৱাৰোঁ মোৰ মন-কাউৰীৰ ঠোঁট   ডেউকাত আঙঠা বান্ধি বনাই ফুৰোঁ ভাব-সাগৰৰ ওপৰেদি অথাই পকনীয়াই থিয়ৈ থিয়ৈ থুকুচে   বাহী ঠোঁটেৰে মই যে খাব…

স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা – ৩

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী ব্ৰজেন বৰুৱাই সঙ্গীত দিয়া চিনেমাখনৰ বাবে গীত লিখিছিল কেশৱ মহন্তই— “কিনো শুৱনি তোৰে মুখনি/ পদুমৰে ঠাৰি যেন হাত দুখনি/ তোৰে চকুযুৰি যায় উৰি উৰি/ বিচাৰি বিচাৰি কোন মায়াপুৰী/ কোন সৰগ জিনো বুলি/…

আস্বাদিত ধান

এম. কামালুদ্দিন আহমেদ   ৰাতিৰ পথাৰ অতিক্ৰমি দৃষ্টি বৈ গৈছিল একোৱেই সামৰি লোৱা নাছিল সি   পুৱা চকু মোহাৰোঁতে পটী যিহেতু নাছিলেই ধানবোৰ সোমাই আহিছিল নিবিড় হ’বলৈ অথচ ৰাতিৰ আন্ধাৰত ধানবোৰ হৈছিল বিমূৰ্ত যেন দূৰ ক’ৰবালৈ গুচি গৈছিল   ক্ৰমান্বয়ে…

‘বিদেশী বস্ত্ৰ বৰ্জন’ আৰু গোসাঁইদাৰ তাঁতৰ শাল

 অমৃত গোস্বামী   ভাৰতে স্বাধীনতা পোৱাৰ কিছুবছৰৰ পাছৰ কথা– অসহযোগ- বিদেশী বস্ত্ৰ পৰিত্যাগৰ ঢৌ তেতিয়াও মাৰ যোৱাই নাছিল৷ বিদেশী বস্ত্ৰ ত্যাগ কৰি স্বদেশী সাজ-পাৰ পৰিধান কৰাৰ উদ্দেশ্য আগত ৰাখি আমাৰ মানুহবোৰে তেতিয়া দূৰ-দূৰণিৰ পৰা কপাহ গছৰ পুলি সংগ্ৰহ কৰি ঘৰে-ঘৰে…

আত্মপাঠ

 হিতেশ মেধি ১) চকুহালে নেদেখাকৈ নিজকে লুকুৱাই ৰখাৰ কথা বৰকৈ ভাবোঁ সমস্ত দেখা-নেদেখা কাহিনীটোৰ পৰা হাতত সাৰে ভৰিত সাৰে ওলাব খোজোঁ   ওপজা দিনৰে পৰা চকুহালক এৰি ফুৰিব নোৱাৰিলোঁ আত্মপাঠ কৰিবলৈ চকুহালকে ললোঁ   বাঁহনিৰ ডাউকৰ ডাকত সন্ধ্যা নমাৰ উমান…

যাক এৰি‌ আহিলোঁ

 ৰঞ্জিত পাটগিৰি   ক’ত এৰি থৈ আহিলোঁ শৈশৱৰ পাগলাদিয়া, ক’ত হেৰাল কলেজীয়া দিনৰ দুটি চকু তাম বৰণীয়া!   দুখৰ বতাহে কাহানিও‌‌ শুকুৱাব নোৱাৰে চকুপানী৷   কোনোবাই মোক অলপ আন্ধাৰৰ আতৰ আনি দিয়া হ’লে গালে-মুখে সানি নিজৰ মাজতে হেৰাবলে’৷   পোহৰে…

বাংলা কথাসাহিত্যত মৃত্যু চেতনা : তাৰাশঙ্কৰ, বিভূতিভূষণ আৰু মানিক

বাসুদেব দাস  ‘আৰোগ্য নিকেতন’ উপন্যাসৰ নায়ক এজন গাঁৱলীয়া চিকিৎসক—জীৱন মশাই। দেউতাক জগৎ মশাই। ল’ৰাক দীক্ষাদানৰ সময়ত মৃত্যুৰ ৰহস্য উন্মোচন কৰি তেওঁ কৈছিল—‘মৃত্যু প্রজাপতি ব্রহ্মাৰ অঙ্গৰ পৰা নির্গত ছাঁ’ৰ নিচিনা—‘পিঙ্গলকেশা, পিঙ্গলনেত্রা, পিঙ্গল বর্ণ। গ’লদেশে আৰু মণিদেশে পদ্মবীজের ভূষণ, অঙ্গে গৈ্রিক কাষায়।’…