sdblogs2011

sdblogs2011

ক্ৰীড়া মনোবিজ্ঞানী( Sports Psychologist)

 ড০ বুলজিৎ বুঢ়াগোহাঁই   ক্ৰীড়া মনোবিজ্ঞানী হৈছে সেই বিশেষজ্ঞসকল, যিসকলে ক্ৰীড়াবিদৰ মানসিক মঙ্গল আৰু প্ৰদৰ্শন উন্নত কৰাত সহায় কৰে৷ তেওঁলোকৰ কৰ্ম ক্ষেত্ৰ ক্ৰীড়াবিদৰ বাহিৰেও, প্ৰশিক্ষক, অভিভাৱক, প্ৰশাসক, ফিটনেছ বিশেষজ্ঞ, শিল্পী আৰু সংগঠনলৈ বিস্তাৰিত৷ এই দৃষ্টিভংগীৰ লক্ষ্য হৈছে ক্ৰীড়াবিদৰ মানসিক আৰু…

মহাকবি কালিদাসৰ ‘ঋতুসংহাৰম্’

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত পঞ্চম অধ্যায় ।। শীত বৰ্ণনা ।। ।। অথ শিশিৰঃ ।। পৰিপূৰ্ণ ভূমি পকা ধান আৰু কুঁহিয়াৰৰ সৌন্দৰ্যৰে ক’ৰেনো  ক্ৰৌঞ্চপখীৰ মোহনীয় কলৰৱ য’তে-ত’তে কামাৱেশত মগ্ন ৰমণীৰ অতিকৈ প্ৰিয় হে সুন্দৰ জংঘাৰ গৰাকিনী মোৰ প্ৰিয়া ! শীতৰ…

মলেঁয়া

 দাদুল দেৱকৃষ্ণ বৰুৱা  (২২) ভাগৰি পৰিছে ষ্টেপান। দেহৰ ভাগৰ নহয়, মনৰ ভাগৰত ভাৰাক্ৰান্ত তেওঁ। বুকুৰ ভিতৰত এক অবুজ হাহাকাৰ— কি হ‘ব এনেকৈ থাকিলে! এনেদৰে আৰু কিমান দিন! খাবলৈ একেবাৰে এৰি দিছে মলেঁয়াই। তাইৰ পচন্দৰ মাছ যোগাৰ কৰি দিয়াৰ পাছতো তাই…

বাৰ্ধক্য

দিলীপ ফুকন   এডাল এৱাঁ সূতাৰে বান্ধি এই সিংহটোক মোৰ সমুখলে’ কোনে আনিলে? তাৰ চকুৰ পৰা উফৰি পৰিছে অগ্নি স্ফুলিঙ্গ, তাৰ আক্ৰোশী নখপুঞ্জই বিদাৰি পেলাব খুজিছে মোৰ মুখমণ্ডল   ইমানৰ পাছতো তাৰ কেশৰৰ পোহৰ মোহনীয়, বিচ্ছুৰিত নিৰ্ণয় -ৰশ্মি সৰকি যায়…

হালধীয়া চৰাই

হেমচন্দ্ৰ কছাৰী   আগে আগে গৈ থকা বাটৰুৱা এজনে আমাৰ ফালে ঘূৰি চাই বৰ দুখেৰে ক’লে – “হালধীয়া চৰাই অহা যোৱা কৰা বাট আছিল এই বাটটো কিমান যে সুখৰ আছিল ! আজিকালি নাহে জানা বানে হেনো নিঃশেষ কৰি পেলালে আমাৰ…

কণামেঘ

উদয় কুমাৰ বৰুৱা   অৱশেষত পানীপটাৰ শিলটোৰ অবিৰত প্ৰাৰ্থনাত কণামেঘৰ টোপনি ভাগিল   লগেলগে বাউলি এজাক বতাহৰ পিছে পিছে মুষলধাৰ বৰষুণ কণামেঘে দেখা নাই আগচোতালৰ ন-কৈ ফুলা নেমুজোপা, কিম্বা অজ্ঞাত,নেমুজোপাই লালন কৰা গোপন সপোনটোৰ কথাও   নামহীন অত্ৰানি এটাই হঠাৎ…

চৰহা পোকৰ দৰে

জয়ন্ত দত্ত   চৰহা পোকৰ দৰে একুৰা জুইৰ দৰে মহাজনী হাতবোৰে আমাৰ সপোনবোৰ   কাকো বিশ্বাসত ল’ব নোৱাৰোঁ মোৰ তেজেই মোৰ শৰীৰ এৰি গুচি যায়   মিছিলৰ সন্মুখত যেতিয়া তিনিজাঁই গুলী বুকুৰ আৰ-পাৰ কৰি মচিছিলোঁ এই মাটিক ভালপোৱাৰ পাপ তেতিয়া…

নম্বৰ দিয়া গছবোৰৰ কথা

মানস প্ৰতিম দত্ত পদপথৰ কাষত হালিজালি নাচি থকা মই এজোপা সোণাৰু   মোৰ কাষে কাষে সৌৱা আজাৰ, গমাৰি, কদম   মোৰ হালধীয়া ফুলবোৰ আজাৰৰ বেঙুনীয়াবোৰ, কদমৰ বগা-হালধীয়া সপোনবোৰে অনবৰতে আপোনাৰেই কথা ভাবে   পাতবোৰ অথবা ডালবোৰে   লৰে, কঁপে, ছাঁ…

আত্ম-সাৰ

হৰেকৃষ্ণ  ডেকা   আজি মই মই ৷ কাইলৈও মই  মই হৈ ৰ’ম৷ কালিও মই ময়েই আছিলোঁ৷ অস্তিত্বৰ প্ৰতি মুহূৰ্তত মই  মই অন্য নহয়৷   ভুল৷ অন্য দৃষ্টিৰ অবিহনে মই অস্তিত্বহীন৷ সেই দৃষ্টিৰ বহু ভিন্নতা৷ আৰু তাত মোৰ বহু বৰ্ণনা৷ নিভৃত…

গতিসূত্ৰ

চয়নিকা ভূঞা  মৌনম্ সন্মতি লক্ষণম্ একোৱেই প্ৰয়োজনবোধ নাছিল কথাখিনি বহলাই বহিবলৈ নিউটনৰ গতিসূত্ৰত আৱদ্ধ এটি পুৰণি সপোন  অৱলম্বনৰ উচ্চ স্তৰত এমুঠি ভালপোৱা পি থোৱা প্ৰেমেই যথেষ্ট  দুটি আত্মাৰ বাবে  গণিকালয়ত ক্ষুধাতুৰ আত্মাৰ পিয়াহ ইফালে  সেলেঙি বোৱাই কথাবোৰ চক্ৰবেহুত  একেই দুভৰি…