পানী
মানস প্ৰতিম দত্ত এৰাসুঁতিৰ ওপঙি ফুৰে মৰা ম’হ শগুণ শূন্য ডাইক্ল’ফেনাকে নোহোৱা কৰিলে শৈশৱৰ ভালনে ছাৰ- ভাল ছাৰ ভাল ছাৰ মানে শগুণ পানী মৰে নদী হেৰায় উৱঁলি পৰে কুঁহিপাঠৰ আদিপাঠ কাম্প’চী ঐ য়াকাছী ঐ পানী…
মানস প্ৰতিম দত্ত এৰাসুঁতিৰ ওপঙি ফুৰে মৰা ম’হ শগুণ শূন্য ডাইক্ল’ফেনাকে নোহোৱা কৰিলে শৈশৱৰ ভালনে ছাৰ- ভাল ছাৰ ভাল ছাৰ মানে শগুণ পানী মৰে নদী হেৰায় উৱঁলি পৰে কুঁহিপাঠৰ আদিপাঠ কাম্প’চী ঐ য়াকাছী ঐ পানী…
গোবিন কুমাৰ খাউণ্ড (এক) ৰত্ন ছাৰ বহা চকীখনত ৰʼদ লৈ বহি আছে মিলিটেৰী৷ গাত ঊণৰ ডাঠ জেকেটটো৷ ডিঙিত এখন গামোচা৷ ভৰিত খৰম৷ কঁকালত এডাল চামৰাৰ বেল্ট৷ সীমান্তৰ যুদ্ধত কোনোমতে নমৰাকৈ বাচি অহা খগেন মিলিটেৰী একালত অসমৰ পৰা বিদেশী খেদা আন্দোলনৰো…
নিতুপৰ্ণ ৰাজবংশী
বাব্লু প্ৰসাদ বৰুৱা (অক্টোবৰ সংখ্যাৰ পাছৰপৰা) (টোকা : এই আলোচনালানিৰ প্ৰথমাংশত আমি থলগিৰি অসমীয়া মানুহৰ ইতিহাস-চেতনাক কিদৰে বহিৰাগত কিছুমান শক্তিয়ে নিয়ন্ত্ৰণ কৰিব লাগিছে, তাৰ এক আভাস দাঙি ধৰিলোঁ৷ হেজাৰ বছৰীয়া কুটিলতাই ঢাকি ৰখা ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া সভ্যতাৰ বিষয়টো গভীৰভাৱে আলোচনা…
বন্দনা কৌশিক বৰদলৈ বাট এটাৰে গৈ থাকোঁতে মুৱানৰ ‘উৰণীয়া কইনা’জনী লগত আছিল জুইলৈ ভয় কৰা আইতাই পানী ছটিয়াই ছটিয়াই পিছফালৰ পৰা চিঞৰি কৈছিল ‘কাউৰীবোৰ দেখা নাই?’ কেইবা তৰপীয়া সংশয় অতিক্ৰম কৰি মই যেতিয়া পৃথিৱীৰ শেষৰখন যুদ্ধৰ অপেক্ষাত…
নিৰু দত্ত মোৰ দেউতাৰ ঘামৰ সোণালী মুকুতা আঘোণ কুঁৱলীৰ সীপাৰে শাওণৰ বুকুত লেটি লোৱা আইৰ কুশলী হাতৰ বাখৰ । উদং পথাৰখন বুকুত লৈ দৌৰি ফুৰে এজাক ল’ৰালি ৰবাবৰ ফুটবল গুৰিয়াই তহিলং দদাইৰ কঠিয়াতলি । হুৰাই অনা ল’ৰালিয়ে …
অন্বেষী বৰা যুগলবন্দী বুলি ক’লে আপুনি বেজী-সূতাৰ কথা পাহৰিলে নহ’ব সঠিক জোখ-মাখেৰে বেজীৰ ফুটাইদি সৰকি অহা এডাল সূতা যুগলবন্দীৰ লক্ষ্য একেই, পথ একেই, ছন্দৰ লয়লাস গতিও একেই এনে এযোৰ বেজী-সূতা তলুৱাত খামুচি আপুনি বন্ধ কৰি যাব পাৰে সকলো পথ…
৩৬ কৃষ্ণ৷ … মথুৰাৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছিল৷ সেই পৰিৱৰ্তনৰ ফলত ব্ৰজবাসীৰো জীৱনলৈ নিশ্চয় পৰিৱৰ্তন আহিছিল৷ কিন্তু সেই বিষয়ে চিন্তা কৰিবলৈ মোৰ সুযোগ নাছিল৷ কাৰণ, প্ৰথম উদ্যমতে সফলতা অৰ্জন কৰি মোৰ ধাৰণা দৃঢ় হৈছিল যে মই আশৈশৱ যি পৰিকল্পনা…
পাঁচ বহাগ মাহ সোমাল৷ তেমেকাহঁতে বহাগ বিহুৰ সোৱাদ তেতেলীয়াৰ মানুহবোৰৰ লগতে ল’লে৷ তেতেলীয়াৰ ডেকাবোৰৰ লগতে ঘৰে ঘৰে হুঁচৰি মাৰিও আনন্দ কৰিলে৷ বিহুৰ লগে লগেই আৰম্ভ হৈছিল গোসাঁই উলিওৱা মেলা৷ মেলাত তেতেলীয়া ৰাজ্যৰ বিভিন্ন গাঁৱৰ মানুহে যোগদান কৰি এক আনন্দমুখৰ…
নৱনীতা ভট্টাচাৰ্য্য খণ্ড-৫ শীতকালৰ দিনবোৰ যে ইমান চুটি, ৰিণিৰ একেবাৰে ভাল নালাগে৷ স্কুলৰ পৰা আহি ভাত-পানী খাই জিৰাই-শতাই লোৱা মানে সূৰ্য বুৰ যাবৰে হয় আৰু তাৰ লগে লগে শীত নামি আহে৷ খেলিবলৈ সময়েই নাপায়৷ ইফালে সাজ লাগে কি নালাগে,…