বৰষুণ
জ্যোতিশিখা দত্ত সৰু মেঘৰ টুকুৰাবোৰেৰে ডাঙৰ মেঘবোৰ হয় ডাঙৰ মেঘৰ ভৰ বেছি হৈ ধৰালৈ বাট লয় ৷ বৰষুণৰ লগত ঢেৰেকণি আহিলে কলিজা কঁপি যায় শিল বৰষুণ দিলে কিন্তু মনে সন্তোষ পায়৷ বৰষুণৰ আন এটা…
জ্যোতিশিখা দত্ত সৰু মেঘৰ টুকুৰাবোৰেৰে ডাঙৰ মেঘবোৰ হয় ডাঙৰ মেঘৰ ভৰ বেছি হৈ ধৰালৈ বাট লয় ৷ বৰষুণৰ লগত ঢেৰেকণি আহিলে কলিজা কঁপি যায় শিল বৰষুণ দিলে কিন্তু মনে সন্তোষ পায়৷ বৰষুণৰ আন এটা…
সুদৰ্শনা বৰদলৈ সন্ধ্যাৰাগিণী বৰুৱা৷ এজনী মৰমলগা অলপমান উৎপতীয়া অলপমান অভিমানী আৰু শিশুসুলভ ব্যৱহাৰেৰে সকলোৰে মন মুহি নিব পৰা এজনী ছোৱালী৷ সকলোৰে বিপদৰ সময়ত থিয় হোৱা য়ুনিভাৰ্ছিটিৰ কোনোবা এজনী ছোৱালীৰ কিবা এটা হ’লেই সদায় কাষত থকা ছোৱালীজনীয়েই হৈছে সন্ধ্যা৷ আনে…
নৱনীতা ভট্টাচাৰ্য্য (১) “ভীম ভীম নকৰিবি ভীমৰ আগত, হাড়া-মূৰা ভাঙি দিম গদাৰ কোবত।”- বনীয়ে প্লাষ্টিকৰ গদাটো হাতত লৈ ভীমৰ ভাও ধৰি ধৰি মাকৰ ওচৰ পালেহি। মাকে বনীক দেখি গাখীৰৰ গিলাচটো মেজখনত ওপৰত থৈ ক’লে, “ভীম! গদাটো থৈ গাখীৰ…
ড° বুলজিৎ বুঢ়াগোহাঁই ক্লিনিকেল ৰিছাৰ্চ (Clinical Research) হৈছে চিকিৎসা বিজ্ঞানৰ এটা শাখা, যিয়ে মানুহৰ ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত ঔষধ, চিকিৎসা সামগ্ৰী, ৰোগ নিৰ্ণায়ক সামগ্ৰী আৰু চিকিৎসা পদ্ধতিসমূহৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা অধ্যয়ন কৰে। এই গৱেষণা সাধাৰণতে মানুহ স্বেচ্ছাসেৱকৰ ওপৰত পদ্ধতিগতভাৱে সম্পাদিত হয়,…
ড° প্রিয়দেৱ গোস্বামী অধ্যয়ন তথা চৰ্চাৰ এক অন্যতম বিষয় হৈছে গণিত৷ এই গণিত বিষয়ত প্রাথমিক জ্ঞান থকাটো প্রত্যেক মানুহৰ বাবে অপৰিহাৰ্য৷ গণিতৰ ব্যৱহাৰিক জ্ঞান নাথাকিলে বৰ্তমান সময়ত জীৱন নিৰ্বাহ কৰা অসম্ভৱ৷ গণিত সম্ভৱতঃ মানুহৰ অধ্যয়নৰ প্রথম বিষয়, সেয়েহে ই…
দাদুল দেৱকৃষ্ণ বৰুৱা (২৮) বাৰাণ্ডাৰ চকীত বহি খবৰ কাগজত চকু ফুৰাইছে ষ্টেপানে। খবৰৰ ভিৰতকৈ সম্পাদকীয় পৃষ্ঠাটোহে তেওঁৰ প্ৰিয়। খবৰ পঢ়িলে আজিকালি উদ্বিগ্নতাহে বাঢ়ে। এনেও মাৰ্চৰ এইকেইটা দিন উদ্বিগ্ন হৈ থাকে ষ্টেপান। কাৰণ এইকেইটা নিৰ্দিষ্ট দিনৰ ভিতৰতে প্ৰতি বছৰে ক্লেপেটাঁ…
জিণ্টু দত্ত বাটটো তেনেকৈয়ে পৰি থাকে৷ নিমাতে-নিতালে, নিৰ্জন-নিস্তব্ধ হৈ৷ আলকতৰা দি মসৃণ হৈ থকা বাটটো ক’লা সৰীসৃপ এটাই গাটো ভাঁজ লৈ পৰি থকাৰ দৰে নিৰৱে থৰ হৈ যেন পৰি থাকে৷ সেই তেনেদৰেই নিঃশব্দে পৰি থাকোঁতে নিজান দুপৰীয়া এটাত ক’ৰবাৰ পৰা অহা হেঁটুলুকা…
অৰুণ গগৈ জৰা হৈ জকমকায় লাউ হৈ লতা বগায় ফুল হৈ ইনাই বিনায় “হাতো নেমেলিবি ফুলো নিছিঙিবি” বিধাতাই বিধৱা কৰা বাঁৰী তিৰোতাৰ কথা কৈ ওৰেৰাতি সাৰে ৰয় বন কেতেকী এৰাবাৰীৰ এৰাপৰলীয়া জুপুৰিটো টিপচাকিৰ পোহৰত কঁপি থাকে এপদ…
প্ৰজ্ঞানজ্যোতি কথাটো আছিল তেনেই নাওমান আৰু আমি বিভিন্ন ধৰণে লুটিয়াই-বগৰাই তাকেই নিজা নিজা ভাষাৰে কৈ আছিলোঁ অতকাল কিন্তু তোমালোক আছিলা এই মাটিৰ উৰ্বৰতাক লৈ ভীষণ সংকুচিত বোধকৰোঁ ভাষাটোৰ প্ৰকাশিকাক লৈয়ো৷ সেয়ে ধূলি জোকাৰাদি জোকাৰি আছিলা আমাক পিছে…
নীলাভ সৌৰভ মোক তোমাৰ সপোনৰ পৰা তুলি দিয়াঁ দি দিয়াঁ সেই সোণালী বুটামকেইটা যিকেইটা খুলি দিলে মই এটা ৰাতিলৈ প্ৰৱেশ কৰোঁ দি দিয়াঁ সেই অগোচৰ টোপনিটো য’ত তোমাক শুই থকা দেখোঁ নিষ্পাপ নাওখনৰ দৰে দিয়াঁ দিয়াঁ, ৰাতিৰ…