sdblogs2011

sdblogs2011

তুমি

 বন্দনা কৌশিক বৰদলৈ তুমি যুদ্ধৰ দৰে তোমাক এবাৰ চুই চোৱাৰ হেঁপাহত কিমান পৰিব্ৰাজক শ্বহীদ হয় ! কিমান ৰাতিৰ গোপন চকুত জলচুক্তি বাতিল হয় কিমান শান্তি আৰু বুজাবুজিৰ চৰ্ত উলংঘা হয় ! ঠিক যুদ্ধৰ দৰেই তুমি সকলোৰে অভ্যন্তৰত জ্বলি থকা জয়ৰ এক গোপন …

সেই জোতা দুপাট

কিশোৰ মনজিৎ বৰা ধোঁৱাৰ মাজতো কিবা এটা নদী নদী ভাব আছিল খিৰিকীৰ আকাশত দুলিছিল চকু দুটি সৰিয়হ ফুলৰ পৰাগধানী তেওঁ জোতা দুপাট মোলৈ এৰি থৈ গৈছিল পাহৰণিৰ সেই জোতা  দুপাটকে লৈ মই গোটেই জীৱন হেমন্তৰ গধূলিবোৰক বসন্তলৈ অনুবাদ কৰি থাকিলোঁ নীৰৱ…

বিৰিঞ্চি কুমাৰ বৰুৱাৰ কথা-সাহিত্যত অসমীয়া গ্ৰাম্যজীৱনৰ কথকতা

কিশোৰ দাস কোঁৱৰ  অসমীয়া কথা-সাহিত্যক সমৃদ্ধ কৰি তোলা কথাশিল্পীসকলৰ ভিতৰত ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰাক্ স্বাধীনতা কালৰেপৰা স্বাধীনতা লাভৰ পৰৱৰ্তী সময়লৈকে অৰ্থাৎ ৰামধেনু যুগলৈকে যি কেইগৰাকী কথাশিল্পীয়ে অসমীয়া সাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল সেইকলৰ ভিতৰত অসমীয়া…

শৰীৰে যেতিয়া নিজৰ নাম পাহৰে

 ৰিপুঞ্জয় বৰুৱা ঋমন     বিশ্বজুৰি ওফন্দি উঠিছে গ্ল’ৱেল ৱাৰ্মিং ! শ্ৰীলংকাৰ গধূলিৰ পৰা  এণ্টাৰ্কটিকাৰ বৰফমালালৈকে, এটি নিশ্বাস নীৰৱে গলি যায় দেখা নাপায়,  শুনা নাপায়, শব্দহীন ধোঁৱাৰ দৰে হেৰায়৷   দিল্লীৰ গৰমত এজন বৃদ্ধই হাঁহে, পেৰিছৰ ৰাজপথত  শিশু এটাই নিস্তব্ধতাত…

এষ্ট্ৰ’ন’মিকেল প’য়েট্ৰী

গায়ত্ৰী দেৱী বৰঠাকুৰ     (এক)  জিৰ’ ছেড’ ডে    বেলিটোৱে যেতিয়া থিতাপি লয়হি  আপোনাৰ মূৰৰ ওপৰত  তেতিয়া  লগ এৰে ছাঁটোৱেও    বেকগ্ৰাউণ্ডত ছেণ্টি ফালি থাকে    মই আৰু মোৰ ছায়াৰ উত্তৰ আধুনিক সুৰে   আপুনি খুঁচৰি চায় ৰীল এষ্ট্ৰ’নমিকেল নে…

ৰ’দে বৰষুণে কিমান যে গান – ১৭

  লোকনাথ গোস্বামী (মন দাপোণত – ১০)  (১)                               স্কুলীয়া জীৱনৰ পৰা কলেজীয়া জীৱনলৈ : হাইস্কুলীয়া জীৱনৰ পৰাই আৰম্ভ কৰি কলেজীয়া জীৱনলৈকে সেই দীঘলীয়া সময়ছোৱাৰো বহু ঘাত-প্ৰতিঘাত, হাঁহি-কান্দোনৰ কাহিনী আছে৷ সেই সময়ছোৱা কবলৈ গ’লে আমাৰ গাঁৱৰ ঘৰখনৰ আৰ্থিক অৱস্থা খুবেই বেয়া…

ডিজিটেল শ্ৰমিক

পঙ্কজ প্ৰতিম বৰদলৈ  সাম্প্ৰতিক সময়ত ডিজিটেল প্ৰযুক্তিয়ে ব্যৱসায় আৰু কামৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। ভাৰতীয় ই-কমাৰ্চ প্ৰতিষ্ঠানসমূহে ফেশ্বন, খাদ্য, স্বাস্থ্য, ভ্ৰমণ আৰু উপভোক্তা সেৱা আদিৰ দৰে জনপ্ৰিয় খণ্ডসমূহত আমাজন, ফ্লিপকাৰ্ট, চুইগি, জমেটো, মেকমাইট্ৰিপ, উবেৰ আদি ই-কমাৰ্চ এপসমূহে অধিক গুৰুত্ব আৰোপ কৰিছে।…

ভোমোৰা আৰু গুবৰুৱা

 ক্ষিপ্ৰকল্প গগৈ   এদিন এটা গুবৰুৱাই গোবৰ খুঁচৰি আছিল। তেনেতে সি তাৰ কাষেদি ক’ৰবালৈ উৰি যোৱা এটা ভোমোৰাক দেখা পালে। ভোমোৰাটোক দেখি গুবৰুৱাই মাত লগালে, “হেৰা ভোমোৰা ককাই, কোনফালেনো ওলালা ভোঁ–ভোঁৱাই?” ভোমোৰাই উত্তৰ দিলে, “মই ফুলৰ মৌ খাবলৈ যাওঁ।” গুবৰুৱাই আচৰিত হৈ সুধিলে, “ইনো…

দুখন অমূল্য গ্ৰন্থ

  দুখন অমূল্য গ্ৰন্থ যিবোৰ বিষয়ে অসমীয়া মানুহক সামগ্ৰিকভাৱে স্বাভিমানী কৰি ৰাখে সেইবোৰ বিষয়ৰ একেবাৰে প্ৰথম ফালৰ বিষয় এটা হৈছে আমাৰ সাহিত্য। আৰু, সাহিত্য বুলি কওঁতে আমি সাধাৰণতে পাঠশালাৰ পুথিৰ পৰা উচ্চ স্তৰৰ বিভিন্ন পুথিকো বুজোঁ। সম্ভৱতঃ এনে কাৰণতে বছৰি…