অকণিৰ চিত্ৰাৱলী
অংকন: সমৃদ্ধ ৰাগ শইকীয়া প্ৰাক-প্ৰথমিক শ্ৰেণী প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয় ৰূপাংকনা কল্যাণী প্ৰথম শ্ৰেণী মহৰ্ষি বিদ্যা মন্দিৰ, গুৱাহাটী অংকন: সমৃদ্ধ ৰাগ শইকীয়া প্ৰাক-প্ৰথমিক শ্ৰেণী প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়
অংকন: সমৃদ্ধ ৰাগ শইকীয়া প্ৰাক-প্ৰথমিক শ্ৰেণী প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয় ৰূপাংকনা কল্যাণী প্ৰথম শ্ৰেণী মহৰ্ষি বিদ্যা মন্দিৰ, গুৱাহাটী অংকন: সমৃদ্ধ ৰাগ শইকীয়া প্ৰাক-প্ৰথমিক শ্ৰেণী প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়
অংগনা চৌধুৰী তেতিয়া মই দিল্লীৰ পাহাৰগঞ্জ এলেকাত। হ’টেলৰ বেলকনিৰ পৰা যদি তললৈ চাওঁ এখন ৰঙীন জলছবিৰ দৰে লাগে পাহাৰগঞ্জখন নিতৌ ইয়াত কত কাহিনীৰ উন্মেষ ঘটে, মাৰ যায় কত সপোন, উত্থাপন হয়— কত সৰুৰ পৰা ডাঙৰলৈকে নানা ব্যৱসায়ৰ পতনো ঘটে তেনেদৰে…
শিল্পীকা ৰাজগুৰু চৌবিছটা ঘণ্টাৰ ক্ৰিয়া-বিক্ৰিয়াৰ কৰ্ষণৰ ফলতে জন্ম হয় একোটা বহু প্ৰত্যাশিত প্ৰাণচঞ্চল দিনৰ। তিক্ত অভিজ্ঞতাৰে সমৃদ্ধ মাত্ৰ কেইটামান ঘণ্টাও কেতিয়াবা এটা পূৰ্ণাংগ দিনৰ সমানেই গুৰুত্বপূৰ্ণ হৈ পৰে। অচিন কাৰোবাৰ সৈতে ভাবৰ আদান–প্ৰদান কৰোঁতে যেনেদৰে কোনো অসৰ্তক মুহূৰ্তত আগন্তুকক…
নৱজিৎ চেলেং আজি প্ৰায় বত্ৰিছ বছৰৰ পাছত মই প্ৰভাৱতীৰ মুখামুখি হৈছোঁ। প্ৰায় নহয়, বছৰৰ হিচাপত সম্পূৰ্ণ বত্ৰিছ বছৰেই হ’ল। মই মনতে গণি চালোঁ। মানে… ইমানখিনি সময়ত আমাৰ তৃতীয় প্ৰজন্মই এই পৃথিৱীত খোজ দিব পৰাকৈ মাজত আৰু এছোৱা দীঘলীয়া সময়! নাই,…
গীতিমণি গোস্বামী (বৰঠাকুৰ) স্থিৰ পুঙাত দৃষ্টি বন্ধা তেওঁৰ। দুপৰৰ নিৰ্জনতা কেয়োকাষৰ শুকান পথাৰকেইখনৰ ৰিক্ততা, মূৰৰ ওপৰৰ আকাশখনৰ স্তব্ধতা আটাইবোৰ যেন দোঁ খাই পৰিছেহি দুলি থকা বৰশীৰ পুঙাটোত। জঁপিয়াই থকা শালিকীকেইটা বতাহত বিয়পি থকা চিনাকি-অচিনাকি গছ-ফুলৰ সুবাস, মাকৰ ওহাৰ চুপি থকা…
গায়ত্ৰী প্ৰান্তিক শৰ্মা একেঘাপে পাৰটোৰ ডিঙিটো কাটি মুণ্ডহীন পাৰটোৰ ডিঙিটো মুখতে লগাই এক বিশেষ ভংগীমাত নৃত্য কৰি কৰি কোট্ কোট্কৈতেজবোৰ পি খাইছিল পূজাৰীজনে। কাষতে ইতিমধ্যেই কাটি কাটি থৈ যোৱা হৈছিল হাঁহ, ছাগলী আদি বিভিন্ন মুণ্ডহীন জীৱবোৰ। বাজি উঠিছিল শংখ, ঘণ্টা।…
Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা নবীন কবিলৈ চিঠি (এক) …
কি মায়াত ধ্ৰুৱকুমাৰ তালুকদাৰ কি মায়াত বন্দী জীৱন কালি ফুলি থকা ফুলবোৰ দেখি ভাবিছিলোঁ ঘৰ নাবান্ধো ফুলনি এখনকে পাতিম… আজি ঘৰ বান্ধিবলৈ ফুলনিখনতে দমাই ৰাখিলোঁ শিল, বালি, ইটা জীৱনে আমাৰ বহু কথাতে খেলিমেলি লগায় গণিতত কোনো দিনে ভাল নম্বৰ নোপোৱা…
স্মৃতিৰেখা দেৱী (যোৱা সংখ্যাৰ পিছৰ অংশ) সভাখন চিনাকিপৰ্বতে সমাপ্ত হ’ল। বেলিও ইতিমধ্যে লহিয়ালে। অতিথি দুজনক মহামন্ত্ৰী বৃকোদৰ আৰু বগলী পণ্ডিতে তেওঁলোকৰ বাবে যতনাই থোৱা ঠাইলৈ বিশ্ৰামৰ বাবে আগ বঢ়াই নিলে। বাকী ৰাইজো ঘৰাঘৰি গ’লগৈ। ৰাতিলৈ মহাৰাজৰ বাসস্থানত মহামন্ত্ৰী বৃকোদৰ, সেনাপতি…
অসমীয়া সাহিত্যৰ প্ৰথম যাত্ৰা আৰম্ভ হৈছিল কাৰ্যতঃ অনুবাদৰ যোগেদি। প্ৰথমখন বিশুদ্ধ অসমীয়া ভাষাৰ পুথি হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ বা ‘প্ৰহ্ৰাদ চৰিত’ আছিল অনুবাদমূলক। আক্ষৰিক অনুবাদ নহ’লেও পুৰাণৰ কাহিনী এটাক নিজৰ ভাষাৰে লিখিবলৈ কৰা যত্নৰ ফলতে সেই পুথিখনৰ সৃষ্টি। তাৰ পাছতো মাধৱ কন্দলিৰ…