শিল্প-কলা
বিশিষ্ট শিল্পী পৰেশ ভূঞাৰ শিল্প-কৰ্ম
বিশিষ্ট শিল্পী পৰেশ ভূঞাৰ শিল্প-কৰ্ম
আলোচনীখন উচ্চ মানৰ হৈছে৷ আশা কৰোঁ পঢ়ুৱৈ হিচাপে ধন্য হ´ম৷ ধৰণী নেওগ dharanineog61@gmail.com প্ৰশংসনীয় পদক্ষেপ৷ নিশ্চয় ৰাইজৰ মাজত সঁহাৰি পাব৷ বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক হোমেন বৰগোহাঞি ছাৰৰ লগতে আন কেইবাজনো বিশিষ্ট সাহিত্যিক থকাৰ বাবে ৰাইজৰ মাজত সমাদৰ লাভ কৰিব৷ ৰাজীৱ শৰ্মা rajibsharma14@gmail.com আলোচনীকেন্দ্ৰিক অসমীয়া সাহিত্যৰ ইতিহাসত ‘অন্যযুগ’ এক ব্যতিক্ৰমী সংযোজন৷ কেইবাখনো অনলাইন আলোচনীয়ে অসমীয়া সাহিত্যৰ সৃষ্টি, বিচৰা…
সাক্ষাৎগ্ৰহণ: নিবিড় অনুৰাগ মানস চিত্ৰশিল্পক এক নতুন গতি দিবলৈ চেষ্টা কৰি আহিছে অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞাই। ১৯৮৯ চনত তেখেতৰ শিল্প প্ৰদৰ্শনী দৰ্শন কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাই লিখিছিল— ‘‘শ্ৰী পৰেশ ভূঞাৰ চিত্ৰ প্ৰদৰ্শনী আজি দেখিলোঁ। টেম্পেৰা৷ মিক্স্ড মিডিয়া আৰু অইল পদ্ধতিত অঁকা কেইখনমান…
চিৰঞ্জীৱ দত্ত পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
কবি আৰু সমালোচক হিচাপে এক স্বকীয় পৰিচয়ৰ অধিকাৰী আছিল অধ্যাপক কবীন ফুকন। ইফালে সমালোচক আৰু অনুবাদক হিচাপে বিশেষভাৱে পৰিচিত এজন তীক্ষ্নধী ব্যক্তি অধ্যাপক প্ৰদীপ আচাৰ্য্য৷ কবীন ফুকনৰ ‘এনেকৈয়ে দিন এনেকৈয়ে ৰাতি’, ‘কোনে কয় নুপুৱায় আউসীৰ ৰাতি’, ‘এই অনুৰাগী এই উদাস’…
নিমগুটি, টাংগুটি আৰু কত কি? ড॰ পোনা মহন্ত স্কুল ছুটীৰ পাছত ঘৰলৈ আহি পেণ্ট-চোলাযোৰ খুলি থৈ গামোচা এখন কঁকালত মেৰিয়াই লৈ পোনে পোনে দৌৰ মাৰিছিলোঁ বাৰীৰ পিছফালে থকা পুখুৰীটোলৈ৷ তেতিয়া মোৰ হাফ্পেণ্ট এটাই আছিল৷ স্কুললৈ পিন্ধি যোৱাৰ বাহিৰে সেইটো আন…
আবেদুৰ ৰহমান (যোৱা সংখ্যাৰ পিছৰ পৰা) সংগীতৰ সম্পৰ্কত মোৰ ধ্যান-ধাৰণা একেবাৰে কেচেলুৱা৷ মোৰ দৰে আমাৰ প্ৰজন্মৰ প্ৰায়েই সংগীত বুলিলে জ্যোতি, বিষ্ণু, ভূপেন হাজৰিকাৰ গীত আৰু খগেন মহন্তৰ বিহুগীতকে বুজিছিলোঁ৷ লগতে আধ্যাত্মিক ভাবৰ সঞ্চাৰ কৰা বৰগীত আৰু ‘জীৱনৰ একো নাই’ দৰ্শনেৰে পৰিৱেশিত লোকগীতবোৰ আমাৰ চিনাকি আছিল৷ পাছলৈ জিতুল…
আন এখন আর্চি হৰেকৃষ্ণ ডেকা মই এই আর্চিখনত সোমাই যাওঁ৷ মই নেদেখা হওঁ বাহিৰৰ পৰা অদৃশ্য নোহোৱাকৈ৷ ইয়াত লগ পাওঁ বহুতকে যিসকলক হয়তো কেতিয়াও আন ঠাইত লগ নাপালোঁহেঁতেন৷ এওঁলোকৰ লগত কেতিয়াবা মুখামুখি হ’মনে? মই নাজানো৷ ইয়াত কিন্তু আমি একান্ত পৰিচিত৷…
পঙ্কজ প্রতিম বৰদলৈ (১) পুৰুষোত্তমে খিৰিকীৰে বাহিৰলৈ চালে। ব্যস্ত চহৰখনৰ ব্যস্ত ৰাজপথটো বহু দূৰলৈকে দেখা যায়। দিনত এই ৰাজপথটো অতি ব্যস্ত হৈ থাকে। তাতে ওচৰতে য়ুনিভাৰ্ছিটিখন থকা বাবে সকলো সময়তে প্রাণচঞ্চল হৈ থাকে ঠাইখিনি। এতিয়া নিমাওমাও৷ মাজৰাতি চহৰখন শুইছে, লগতে বাটটোও। খিৰিকীৰে দেখা ষ্ট্ৰীটলাইট দুটাৰ পোহৰ আহঁতজোপাত পৰিছে। আহঁতজোপা নির্বিকাৰ।…
পাপৰি বৰ্মন মাষ্টৰনীয়ে মাইচানাক ক’লে— ‘‘মানুহজনে ওৰেটো ৰাতি নোশোৱে নহয়। গোটেই ৰাতি ইচাট-বিচাট কৰি সময় কটায়।’’ ‘‘কিয় ? দিনটো স্কুলত ব্যস্ত নাথাকে নেকি আজিকালি? নে বৌ, দাদাকো ফেইচবুক আৰু ৱাটছ্এপে পালে?’’ ‘‘নহয় অ’, থাকে। আগেয়ে দিনটো স্কুলত, তাৰ পৰা আহি টিউশ্যন এটা কৰি আজৰি সময়ত বাগিচাতে…