sdblogs2011

sdblogs2011

ফৰেনছিক ছায়েন্স (Forensic Science)

ড° বুলজিৎ  বুঢ়াগোহাঁই ‘ফৰেনছিক ছায়েন্স’–ত বৈজ্ঞানীক সূত্রবোৰ প্রয়োগ কৰি কোনো এক অপৰাধ অনুসন্ধান  কৰে। ‘ফৰেনছিক ছায়েন্স’ পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্র-ছাত্রীসকলে ‘ফৰেনছিক ছায়েন্স’–ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ‘ফৰেনছিক ছায়েন্স’–ত…

পিছলৈ উভতি চাওঁ— ৬

কলপাতৰ ফুটাৰে অ, আ, ক, খ ড° পোনা মহন্ত মোৰ পাঁচ-ছবছৰ মান হওঁতে দেউতা নে খুৰা কোনোবা এজনে নি ৫৬৫ নং বাৰেঘৰ ভকত গাঁও এল.পি. স্কুলত নামটো লিখোৱালেগৈ। মোৰ সোঁৱৰণিত আন এটা শুনিবলৈ ভাল আৰু অৰ্থপূৰ্ণ নাম আছিল যদিও ঘৰত…

কৈশোৰকাল, টোপনি আৰু মগজুৰ বিজ্ঞান

ড° প্ৰাঞ্জল বুঢ়াগোহাঁই   আজিকালি প্ৰত্যেক দিনেই বহু কিশোৰ-কিশোৰী আৰু অভিভাৱক কৈশোৰ কাল সম্পৰ্কীয় বিভিন্ন বিষয় বা সমস্যা লৈ মোৰ ওচৰলৈ আহে। এনেকৈ আহি কথা পতাটোক মনোবিজ্ঞানত কাউন্সেলিং বা পৰামৰ্শদান বুলি কয়। কিন্তু যি ধৰণেৰে মনোবিজ্ঞানৰ কাউন্সেলিং দিয়া হয়, সেই প্ৰক্ৰিয়া…

নৱকান্ত বৰুৱাৰ গান

ড° প্ৰাণজিৎ বৰা          ‘‘কণ্ঠত যাৰ সুৰ নাই, অথচ কাণত আছে’’ বুলি কোৱা কবিয়ে যেতিয়া গীত লিখে‍অথবা ‘‘সুৰৰ পৰশে তাক গান কৰি নেলাগে তুলিব’’ বুলি কৈও যেতিয়া এটাৰ পাছত এটাকৈ লিখিয়েই যায়, তেওঁ আৰু কবি হৈ  নাথাকে। তেওঁ হয়তো ক’ব পাৰে,…

শিক্ষক, শিক্ষকতা আৰু শৈক্ষিক জগত

ড° অৰবিন্দ ৰাজখোৱা                                             ৰিচাৰ্ড ফাইনমেনৰ কাহিনীটো লিখিছে সৌৰভ কুমাৰ চলিহাই। ন’বেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী ফাইনমেনে ‘পদাৰ্থবিজ্ঞান বক্তৃতামালা’…

চৰাই হোৱা হ’লে…

জ্যোতিস্মিতা শৰ্মা            জাক জাক চৰাই উৰিছে আমাৰ মূৰৰ ওপৰেৰে। ঘৰমুৱা জাকবোৰলৈ চাই চাই পলে কৈছে, ‘‘মা মই চৰাই হোৱাহ’লেই ভাল আছিল।’’ — ‘‘কিয় হে? এতিয়ানো কি বেয়া হৈছে?’’ — ‘‘চৰাই হোৱাহ’লে নপঢ়িলেও হ’লহেঁতেন। আৰামত গছৰ…

অথ বণিক-সম্বাদ

ড° খগেশ সেন ডেকা  (সৎ ব্যৱসায়ীসকললৈ ক্ষমা প্ৰাৰ্থনাৰে)  একালৰ এটি গুপুত কাহিনী৷ এজন দোকানী আছিল, গেলামালৰ দোকানী৷ ভিতৰুৱা গাঁৱৰ তেনেই সৰু ঠাই৷ তাত সেইখনেই আছিল একমাত্ৰ তেনেবিধ মালৰ দোকান৷ দোকানীজন আছিল বিৰাট বপুৰ৷ মধ্যদেশ ভীমকায়, মস্ত শকত-আৱত, থুলন্তৰ চেহেৰাৰ৷ দোকানখনৰ…

চ্যেলুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা  (আঠ) (যোৱা সংখ্যাৰ পিছৰ পৰা) নগৰৰ সিংহদুৱাৰত ভৰি দিয়েই সি বুজি পালে নগৰত কিবা এটা ডাঙৰ অঘটন হৈছে। সি বেগেৰে ৰাজহাউলিৰ বাটচ’ৰাৰ ফালে আহিল। এইখিনিতে ঘোঁৰাৰ পৰা নামি ম’লুংজনৰ বাহিৰে সকলোকে বিদায় দিলে। পাইকসকলে ঘোঁৰাবোৰক ঘাঁহ-পানী দিবলৈ…

সিপাৰে যমুনাৰ…

আকাশ দীপ্ত ঠাকুৰ (৬) (যোৱা সংখ্যাৰ পিছৰ পৰা) আৰু… এখন ঘৰ, এখন দোকান, এটা অগতানুগতিক পৰিয়ালৰ আৱেষ্টনী ভেদ কৰি নীলাঞ্জনাই ভৰি দিলে কলেজ চৌহদত। অপ্ৰত্যাশিত, অবাঞ্ছিতভাৱেই পাৰ হৈ অহা জীৱনটোৰ অকথিত গোপন কাহিনীবোৰ জানি লোৱাৰ পাছত অৱধাৰিতভাৱেই নীলাঞ্জনা সাজু হৈছিল…

‘হালধীয়া বৃত্ত’-ত জীৱন সত্য আৰু সমাজ জিজ্ঞাসাৰ নান্দনিক চিত্রকল্প

ৰুদ্ৰ সিংহ মটক      ‘‘Poetic feeling is directed feeling, — feeling directed by the social ego.’’ (Christopher  Caudwell)  হালধীয়া বৃত্ত একাধাৰে কবি, সংগীতশিল্পী, নাট্যকাৰ  তথা বোলছবি অভিনেতা বিশাল অনুৰাগৰ তৃতীয় কাব্যগ্ৰন্থ হালধীয়া বৃত্ত (২০১৯)। উল্লেখযোগ্য যে ‘হয় মই সন্ত্রাসবাদৰ পক্ষপাতী’ (১৯৯৭)…