চ্যালুইনৰ পৰা লুইতলৈ
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পাছৰ পৰা) এতিয়া সি তাই মানুহে চাম-লুঙ-ফাৰ দিনত গৰকি অহা সেইখন ৱাইছালি দেশলে যাব, যিখন দেশৰ নাম তাৰ খিলঞ্জীয়া লোকৰ মুখত বেলেগ বেলেগ, যিখন বহুতো নামৰ বহু ৰাজ্যৰ সমষ্টি। কথাবোৰ ভাবি ভাবি সি ঘৰৰ বাহিৰলৈ ওলাই…