sdblogs2011

sdblogs2011

সিজুফুলৰ ৰাতি

দীপজ্যোতি বৰা গুলঞ্চৰ ভগা ডালটোত বহি ওৰে ৰাতি কেতেকীয়ে কান্দে আনে নুশুনিলেও থাপনাৰ শিলবোৰে শুনে শিলবোৰ পমি যায় পমি পমি ভাপ হয় অশ্ৰুগংগাৰ বীজ হয় বীজবোৰ বুটলি কেতেকীৰ এন্ধাৰ বাট এটাৰে মই ওলাই যাওঁ কেতেকীৰ ফুল বুলি সৰ্প আনি ঘৰ…

মন্দিৰলৈ এদিন

 যশোৱন্ত নিপুণ অংকন: বৰ্ণিল মহন্ত   প্ৰযুক্তিয়ে মানুহক যিমানেই ওচৰলৈ লৈ আহিছে আচলতে সিমানেই দূৰলৈ টানিও নিছে৷ যিমান বেগত এতিয়া যোগাযোগ হয়, সিমানেই বেগত মানুহৰ সংযোগ হেৰায়ো যায়৷   ফেচবুকৰ কাৰণেই মানুহবিলাক ওচৰ চাপিও আহিছে আৰু দূৰলৈ গৈও আছে৷ কোনে…

অৱগাহন

 পাপৰি গোস্বামী     গংগাধৰৰ  দুয়োপাৰৰ ঘাটত থকা  ডাঙৰ নৌকা দুয়োখনেই ‘বৰ বাড়ি’-ৰ নৌকা। তলীখন পুৰঠ জাম কাঠৰ আৰু কাষ দুটা শাল কাঠৰ। টিং দুটা ৰঙা আৰু হালধীয়া ৰঙেৰে বোলোৱা। দুয়ো কাষে পিতলৰ ঝুনঝুনি লগোৱা। যথেষ্ট মজবুতিৰে  নৌকা দুখন সাজিছিল…

ইণ্টাৰনেটৰ পৃথিৱীত নৱপ্ৰজন্মৰ ভৱিষ্যত

ঋত্বিক পৰাশৰ                                      “অভাৱেই আৱিস্কাৰৰ মূল”। বৰ্তমানৰ যুগটো হৈছে প্ৰযুক্তিবিজ্ঞানৰ যুগ। এই প্ৰযুক্তিবিজ্ঞানৰ যুগটোত ইণ্টাৰনেটৰ গুৰুত্ব অধিক। ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক…

বিটকইন

 বিনয় মোহন শইকীয়া   (৫) বিটকইনৰ উৎস – বিটকইনৰ ‘মাইনিং’ বা খনন   সোণ, ৰূপ, হীৰা, আদি যিকোনো মূল্যৱান ধাতু প্রকৃতিৰপৰা পাবলৈ সাধাৰণতে খনন কৰা হয়। খননত লাভ কৰা মূল্যৱান ধাতুবিধে স্বাভাৱিকতে ইতিমধ্যে উপলব্ধ ধাতুবিধৰ ব্যৱহার্যতাৰ পৰিমাণ বৃদ্ধি কৰে। এই…

বচা বকুল

  ৰমানন্দন বৰা একৈছ   বান শুকালত মানুহবোৰ বছা গাঁৱলৈ ঘূৰিল যদিও গৰু-গাইবোৰ বকুলতে ৰ’ল৷ নতুন ঘাঁহ নোলোৱালৈকে চাপৰিৰ মাজত থকাই মঙ্গল৷ সমস্যা বুলিবলৈ বিশেষ নাই৷ বেণু আৰু সোণ জেঠাইৰ নিচিনা দুঘৰ পোতন থকা মানুহ থাকিলে বহুত কথাই সহজ হৈ পৰে৷…

উচ্চশিক্ষাৰ মান

 প্ৰাঞ্জল বেজবৰা   যেতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰে প্ৰতিবছৰে উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ ৰেংকিং প্রকাশ কৰে, বিশেষকৈ যেতিয়া ‘কোৱেৰেলি চাইমনছ্‌’ৰ (৫১) বিশ্বৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ ৰেংকিং প্রকাশ হয়, তেতিয়া ভাৰতৰ উচ্চশিক্ষাৰ মান তথা উচ্চশিক্ষাৰ অনুষ্ঠানবোৰৰ মান সম্পৰ্কত যথেষ্ট আলোচনা-বিলোচনা হয়। কিন্তু কেইদিনমানৰ…

মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) চাকৰি

 ড° বুলজিৎ বুঢ়াগোহাঁই   বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) এটা আকৰ্ষণীয় চাকৰি। এই চাকৰিত কেৰিয়াৰ বৃদ্ধিৰ সুযোগ আছে। মেডিকেল ৰিপ্ৰিজেণ্টেটিভৰ ভূমিকা হ’ল বৰ্তমানৰ সামগ্ৰীৰ চাহিদা সৃষ্টি কৰা বা নতুন সামগ্ৰীৰ প্ৰৱৰ্তন কৰা আৰু লগতে বিতৰক আৰু খুচুৰা বিক্ৰেতাসকলৰ ওচৰত…

ডাইন’ছৰবোৰ শীতলৰক্তী আছিলনে?

ড° ভাৰত বৰুৱা আপোনাৰ ঘৰত যদি এটা পোহনীয়া শহাপহু আছে আৰু এটা পদচালিত কল বা ট্ৰে’ডমিল আছে, শহাটোৱে নিৰ্দিষ্ট সময়ত ট্ৰে’ডমিলত দৌৰি শৰীৰৰ ভৰ তুলনাত কিমান পৰিমাণৰ অক্সিজেন উশাহত টানি ল’লে সেয়া এটি অ’ক্সিমিটাৰৰ জৰিয়তে সহজে নিৰ্ণয় কৰিব পাৰিব। এই ধৰণৰ…

ৰূদ্ৰাণী শৰ্মাৰ ছয়খন উপন্যাসিকা

ড° বিৰিঞ্চি কুমাৰ দাস        দমিতাৰ দস্তাবেজ, উত্তৰকাল, কাঁহিবুনৰ মালিতা, ত্ৰিভূজ, বতাহৰ ছৱি আদি উপন্যাসেৰে সমসাময়িক সামাজিক প্ৰেক্ষাপটৰ প্ৰতি এটা সচেতন দৃষ্টিভংগী প্ৰকাশ কৰা ৰূদ্ৰাণী শৰ্মাৰ ছয়খন উপন্যাসিকা সম্বলিত শেহতীয়াকৈ প্ৰকাশিত এখন গ্ৰন্থ হৈছে ‘শকুন্তলা কৌশিক আৰু চিলনীৰ জীয়েকৰ সাধু আৰু…