sdblogs2011

sdblogs2011

এখন চহৰৰ বুকুত

 প্ৰতীক্ষা বৰা কোঠাটোত এখনেই খিৰিকী। খিৰিকীৰ ইপাৰে মুকলি আকাশখন দেখা পাম আৰু দুপৰৰ ৰ’দছেৰেঙা লৈ লিখা-পঢ়া কৰিম বুলি মানুহটোৱে ঘৰটো লৈছিল, এবছৰ নৌ হওঁতেই সেইকণত দোপতদোপে নতুন ফ্ল’ৰ এটা গজি উঠিল। এতিয়া আকাশৰ নামমাত্ৰও দেখা পোৱা নাযায়। পোন ৰ’দচেৰেঙাও আগৰ…

অংগৰক্ষক

অত্ৰেয়ী গোস্বামী   এজন পৰুৱাই পোৱা মানুহক লগ পাইছিলোঁ, তেওঁ কিবা এটা বিচাৰি ঘূৰ্মুটিয়াই  ফুৰিছিল৷   পদূলিয়ে পদূলিয়ে নিজৰ ভৰিৰ চাপ ৰাখি আঙুলিবোৰ গণনা কৰা দেখিছিলোঁ, তেওঁৰ বোলে পঁচিছটা আঙুলি পাঁচোটা লুকুৱাই থয়৷   দোকানীবোৰক হাৰাশাস্তি কৰি নিজৰ বাবে ৰখীয়া…

কথা দি কথা ৰখা

পংকজ গোবিন্দ মেধি   এনেকুৱা কোনো আছে নেকি যিয়ে সদায় সৰ্বত্ৰ   কথা দি কথা ৰাখিছে কথা দি কথা ৰাখিব পাৰিছে   তৎমুহূৰ্ততে হ’ব বুলি কৈ পাহৰি যোৱাতো ৰোগ নে প্রাকৃতিক বিড়ম্বণা নে ব্যক্তি সমস্যা   সেয়া ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নে…

ছায়াখেল

মিণ্টুল হাজৰিকা স্বপ্নৰ সেওঁতা ফালি গৈ ওলালোঁ পাৰ চৰায়ে ৰুণ দিয়া পুৱা য’ত আয়ে লেপি-মচি থৈছিল পানীৰ পবিত্ৰতা এটা জেঠীয়ে পানীচোলা গাত লৈ বগাই বংশাৱলীৰ জখলা উৰুলি এটাই আকাশত চাপৰ দি ভাঙিব পৰা নাছিল বতৰীয়া উচাহৰ কঁকাল নোপোৱাৰ হেজাৰটা খতিয়ানে…

কজলা শৈশৱ

জুবিলী গগৈ বহু পিছত এৰি থৈ আহিছোঁ মই শৈশৱৰ বেঙেনাবুলীয়া আগলৈ আহাX মোৰ ছাঁ তোমাৰ গাত নপৰক তোমাৰ পিছে পিছে গৈ থাকোঁতে ময়ো চাম সমুখলৈ উভতি চাব পৰাকৈ আছেনো কি এঙেৰুৱা আঁউসীত বুৰ গৈ থকা পিঠাগুৰীয়া এটা পথ ঢিমিকি শলিতাৰ…

৩১ ডিচেম্বৰ

হৰেকৃষ্ণ ডেকা কাইলৈ ফেঁহুজালি ফালি উভতি আহিলে বেলিটো বেলেগ হৈ আহিব নেকি ? দোকমোকালি বেলিটো ওলালে কওঁ এটা নতুন দিন ৷ কাইলৈ ক’ম নতুন বছৰ ৷ এটা পুৰণি বেলি এটা পুৰণি জোন এখন পুৰণি পৃথিৱী ৷ কিন্তু প্রতিটো দিনেই নতুন…

ক’লা পতাকা

দিগন্ত শইকীয়া   টোপনি আহিছিল চিলমিল তেনেকৈয়ে পাৰ হ’লো সুদীৰ্ঘ সেঁতু   কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি অচিন চীনৰ বৈৰী বতাহ বঞ্চিত বিৰল লহমা ক্ষণ স্বৰ্গত ডুবি   ময়েই প্রথম নে?   শতিকা সিপাৰৰ শিল সময়ত নামহীন দেহাবোৰৰ বিকাৰ কি!…

আহঁতগুৰিৰ নতুন চিনাকি

 নৱনীতা ভট্টাচাৰ্য্য   আজি কিছুদিনৰ পৰা আহঁতগুৰিৰ এৰা গছকেইজোপা একেবাৰে গপতে ওফন্দিয়ে আছে৷ সিহঁতৰ ফিতাহি মৰা কথা কিনো শুনিবা৷ এদিনটো এজোপা এৰাগছে কৈয়ে পেলালে, “বোলে, আহঁতগুৰিত আমাৰ দৰে বৃক্ষ পাবলৈ নাই!” কথাষাৰ কাৰো হজম নহ’ল, কিন্তু কি কৰিব, আহঁতগুৰিৰ আহঁতগছজোপা…

শেষ বিশ্বযুদ্ধৰ অশনি সংকেত বতাহত

ৰুদ্ৰ সিংহ মটক   শান্তি শান্তি বিচাৰোঁ আমি যুদ্ধ নিবিচাৰোঁ কাহানিও   অথচ   এতিয়া তল-ওপৰ বতাহ যুদ্ধৰ দামামা বাজিছে ৱাৰ ড্ৰীল নিউক্লিয়াৰ ড্ৰীল চলিছে পৃথিৱীৰ সৰ্বত্ৰ – ৰঙা চীনত ৰাছিয়াত বাইডেনৰ আমেৰিকাত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ নাটো দেশবোৰত   কোনে…

স্বৰ্ণ মন্দিৰৰ সোণোৱালী আভা আৰু অমৃতসৰৰ অমৃত

 অংগনা চৌধুৰী   বহুদিনৰ পৰাই মন আছিল স্বৰ্ণমন্দিৰলৈ যোৱাৰ৷ অকল স্বৰ্ণমন্দিৰ বুলিয়েই নহয়, গোটেই অমৃতসৰখনৰ প্ৰতিয়েই এক আকৰ্ষণ জাগিছিল মনত৷ সেয়ে ৭ ডিচেম্বৰ ২০২২-ৰ দিনা গুৱাহাটীৰ পৰা দিল্লীলৈ আকাশীযানেৰে উৰা মাৰিলোঁ৷ দিল্লীৰ পৰা অমৃতসৰলৈ আকৌ আমাৰ ফ্লাইট আছিল ৰাতি সাত…