এটা মাউথ অৰ্গেন আৰু এজনী জোনাকী পৰুৱাৰ সাধু
ৰশ্মিৰেখা ভূঞা হাতত সাৰে ভৰিত সাৰে জোনাকী পৰুৱাজনীয়ে শোৱা কোঠাৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল। চোতালৰ শেৱালিজোপা জোনাকে উপচাই পেলাইছে। দীঘল বাৰান্দাখনৰ হাতল থকা কাঠৰ বেঞ্চিখনৰ…
ৰশ্মিৰেখা ভূঞা হাতত সাৰে ভৰিত সাৰে জোনাকী পৰুৱাজনীয়ে শোৱা কোঠাৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল। চোতালৰ শেৱালিজোপা জোনাকে উপচাই পেলাইছে। দীঘল বাৰান্দাখনৰ হাতল থকা কাঠৰ বেঞ্চিখনৰ…
দাদুল দেৱকৃষ্ণ বৰুৱা (৪) মলেঁয়া জাতত হোৱাইট ষ্টৰ্ক বা বগা ষ্টৰ্ক। ষ্টৰ্ক পৰিয়ালৰ চৰাইবোৰ বেছ ডাঙৰ হয়। মলেঁয়াও ডাঙৰ হ’ব। বিজ্ঞানীসকলে মলেঁয়াহঁতৰ পৰিয়ালটোৰ বৈজ্ঞানিক নাম দিছে Ciconia ciconia। এইটো পৰিয়ালৰ চৰাইবোৰৰ পাখি ঘাইকৈ বগা যদিও ডেউকাৰ পাখিৰ বৰণ…
বছৰটোৰ প্ৰথমটো মাহৰ শেষৰ ফালৰ কেইদিনমান অসমত চিনেমা সম্পৰ্কে যথেষ্ট বাদানুবাদ হোৱা দেখা গৈছে৷ মুম্বাইৰ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ বিশেষ এখন চলচ্চিত্ৰক লৈ কিছু উদ্দেশ্যপ্ৰণোদিত বিতৰ্ক সৃষ্টি কৰি প্ৰচাৰ চলোৱাৰ পাছত তাৰ প্ৰদৰ্শনৰ বাবে আমাৰ ৰাজ্য চৰকাৰে সুব্যৱস্থা কৰাৰ…
এম. কামালুদ্দিন আহমেদ চপৰাবোৰ তেওঁৰ চকুলৈ আহে বাস্তৱত আনকি সপোনতো চপৰাবোৰ ভাগি যায় ভাগি যায় হালধীয়াৰ সপোন তাত নাথাকে কেতিয়াবা বোকা আৰু বোকা তাৰ ৰন্ধ্ৰত সোমাই থকা স্বর্ণলিপি চন্দ্ৰকুমাৰৰ ‘ফুলা সৰিয়হডৰা’ তেওঁ পঢ়া নাই অথচ চপৰা…
দাদুল ভূঞা বাঘৰ গোজৰণিত পাৰ হৈ যোৱা কোলাহল ৰাতিটোৰ পeছত পিঞ্জৰা এটাত বন্দী হৈ ৰৈ আছোঁ আমি ক’লা গাড়ীত চাইৰেন বজাই সেয়া বাঘ আৰু বাঘিণী আগে-আগে পলাতক মুখাপিন্ধা মানুহ চহৰীয়া গছবোৰেও সেইদিনা ছিটিকা পাতি ৰৈ আছিল আৰু মুখাপিন্ধা মানুহবোৰক ধৰি…
কাব্যশ্ৰী মহন্ত “তিতিৰি তিতিৰি তাচ তিতিৰি তিতিৰি তাচ এমকেম এমকেম এমকেম” অৰ্থহীন বাক্যষাৰ আওৰাই আছে ছবছৰীয়া নাথুৱে৷ আৰু আওৰাই থকাৰ লগে লগে কেইটামান বেলেগ বেলেগ আকাৰৰ শিলগুটি কাৰ্পেটৰ ওপৰত সজাই আছে ৷ শিলগুটিবোৰত সি তাৰ কালাৰ পেঞ্চিলেৰে…
বেদান্ত কুমাৰ নাথ যোশীমঠক লৈ হিন্দুত্বৰ ধজ্জাবাহী ৰক্ষকসকলৰ নীৰৱতাৰ কাৰণ কি? ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱপৰ চেষ্টা কৰাসকলৰ যোশীমঠক লৈ এনে উদাসীনতাই সকলোকে আচৰিত কৰিছে। নিতৌ হিন্দুত্বৰ এজেণ্ডা লৈ ষ্টুডিঅ’ৰ মজিয়া তালফাল লগোৱা এংকৰসকল, সৰহ সংখ্যক সন্ত-মহন্ত, পৰিৱেশকৰ্মী, চৰকাৰ…
আকাশ দীপ্ত ঠাকুৰ প্ৰস্তাৱনা : অসমীয়া সাহিত্যৰ জগতখনত স্বকীয় বৰঙণিৰে এক সুবিশাল মহাসমুদ্ৰৰ ৰূপত নিজৰ পৰিসৰ বিস্তৃত কৰি ৰখা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নিৰ্বাচিত কিছু গদ্যৰ কেইটিমান উল্লেখযোগ্য নাৰী চৰিত্ৰৰ মানসিক ভিন্নসুৰিতাৰ সম্পৰ্কত নিজা ধাৰণাৰে এটি বিশ্লেষণ আগ বঢ়াবলৈ…
গজেন মিলি ঘড়ীৰ আঙুলিৰ আমি দাস টোপনি ভগাৰ পৰা টোপনি আহালৈ আমাক নচুৱায় আমি নাচি থাকোঁ বেলিয়ে উঠা বহা কৰে পুৱা-গধূলি নৈ বয় নিৰৱধি ঘড়ীয়ে ঘূৰি ঘূৰি ঋতুৰ কথা কয় বছৰৰ পাছত বছৰ বাগৰে শৈশৱৰ পৰা আলৰ হওঁ ৰজা পাতে…
অনুভৱ তুলসী সৰাপাতবোৰে বিচাৰিছে সেউজীয়া বাট এটা – কথাটো বাৰু সঁচানে – আমাৰ কবিক সোধকচোন আপুনি নিজকো সুধি চাব পাৰে সেই একেটা কথা পাতক পাত পাতে বোলা নাই বুলিছে আপুনি নামহীনভাৱেই পাত বৰ্তি আছে সানন্দে বিশেষ নে নিৰ্বিশেষ স্থায়ী নে…