ৰঘুবংশ
মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || একাদশ অধ্যায় || ৰজা দশৰথৰ কাষলৈ আহিল মুনি কৌশিক, বিচাৰিলে কাকপাখিৰ দৰে চুলি বন্ধা বালক ৰামক । বিঘিনিৰ পৰা যজ্ঞ ৰক্ষা কৰিবলৈ বনলৈ নিবলৈ, বিৱেচনা নকৰি বীৰ তেজস্বীসকলৰ বয়স ।…
মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || একাদশ অধ্যায় || ৰজা দশৰথৰ কাষলৈ আহিল মুনি কৌশিক, বিচাৰিলে কাকপাখিৰ দৰে চুলি বন্ধা বালক ৰামক । বিঘিনিৰ পৰা যজ্ঞ ৰক্ষা কৰিবলৈ বনলৈ নিবলৈ, বিৱেচনা নকৰি বীৰ তেজস্বীসকলৰ বয়স ।…
কবি- জোৱান ৰেমন জিমিনেজ অনুবাদ- ড° ৰঞ্জিত দত্ত (গীতিধৰ্মী কবিতাৰ কাৰণে ১৯৫৬ চনৰ সাহিত্যৰ ন’বেল বঁটা বিজয়ী স্পেইনৰ কবি Juan Ramon Jimenez (জন্ম ২৩ ডিচেম্বৰ, ১৮৮১, মৃত্যু ২৯ মে, ১৯৫৮) ৰ সাহিত্যিক অৱদান অসামান্য। বিশেষকৈ বিশুদ্ধ কবিতা (pure poetry) ৰ…
বিজয় শঙ্কৰ শৰ্মা দলংখন সদায় পাৰ হওঁ মই অকোৱা-পকোৱা এটি দীঘল বাট আৰু চুটি পদূলি তুমি কাষত থাকাঁ প্ৰতিটো পলতেই বাজি থাকে মাথো জীৱনৰ গান ভাহি আহে ডুখৰীয়া জীৱনৰ ক’লাজ । জীৱনত আহি আাহি আমি লগ…
(ধাৰাবাহিক শিশু-উপন্যাস) বিদিশা দত্ত (২) পুৱাৰ বেলিয়ে হাবিখনক সম্পূৰ্ণকৈ পোহৰাই তুলিবলৈ পোৱাৰ আগতেই ভুচুৱে সাৰ পালে। গাঁতৰ ওচৰতে পোক দুটামান বগাই ফুৰিছিল। গাঁতৰ পৰা ওলাই পোককেইটা দেখি তাৰ মনটো ভাল লাগি গ’ল। ৰাতিপুৱাৰ জলপানৰ যোগাৰ এনেকৈয়ে হৈ গ’ল। চৰাইবোৰে বিভিন্ন…
স্বপ্নালী কলিতা কথাবোৰ তাই কুঁহিয়াৰ বন্ধাদি কণা কণাকৈ বান্ধি গ’ল কোনোটো কণাত কথাৰ লেচেৰি পাক কোনোবাটোত আকৌ কেৰ্কেটুৱাই খোৱা কুঁহিয়াৰৰ দৰে পেটটো খোলা ওলোৱা কোনোবাটোত ধঁনুৰ দৰে বেঁকা অভঁজা কোনোবাটোৰ কথাবোৰে নিঘুণী কুঁহিয়াৰডালৰ দৰে সমগ্ৰ কণাটোক…
প্ৰতীক্ষা বৰা ভালপোৱাৰ এসাঁজ ভাতেই যথেষ্ট। আৰুনো কি লাগে? এমুঠি দাইল, চাউলৰ বাবেইতো যতমানে হাহাকাৰ, মৰা–কটা, অন্যায়–অবিচাৰ, অঁৰিয়াঅঁৰি। তাতেই যদি কপালত মিলি যায় সুস্বাদু বিবিধ ব্যঞ্জনেৰে সজাই যতনাই দিয়া এখন ভাতৰ কাঁহী, আমাৰ দৰে মানুহে সুখ বিচাৰি পাওঁ তাতেই। …
ৰিপুঞ্জয় বৰুৱা ঋমন মানুহে কয় ভগৱানৰ সৃষ্টিত ভুল হৈছে মই হেনো পাগল । নিজক বিচাৰি নোপোৱা ছবি এখনত বাৰে বাৰে নিজকেই বিচাৰি এনেয়ে যিকোনো কথা পাতি থাকোঁ । জেণ্ডাৰ যিয়েই নহওক কথা পাতিবলৈ লগ এটা…
বৰ্ণালী বৰা এঙাৰ গিলা আকাশখনে কিছুমান কাহিনী পুহি ৰাখে জুই ভালপোৱা মানুহবোৰে কাহিনীৰ আঁত বিচাৰি ফুৰোঁতে নিজেই একোটা কাহিনীৰ জুমুঠি হৈ পৰে কাহিনীবোৰ বতাহত উৰে কাহিনীবোৰ চোলাৰ জেপত নাচে আঙুলিৰ মূৰত নিমখৰ দাম গণি সেয়া কোন…
ৰমানন্দন বৰা ছাব্বিছ দহ দিন পাৰ নৌ হওঁতেই ঘটনাটো ঘটিল৷ দাউ দাউকৈ জ্বলি উঠিল নতুন চাপৰিৰ জুপুৰিকেইটা৷ সন্ধিয়া লাগি ভাগিছিল৷ তেনেকুৱাতে বকুল চাপৰিৰ মানুহৰ হুলস্থুল লাগিল৷ জুই… জুই… সঁচাকৈয়ে একুৰা ভয়ঙ্কৰ জুয়ে পোহৰ কৰি তুলিছে নতুন চাপৰিৰ আকাশ৷ আটাইবোৰ মানুহে…
ড° বুলজিৎ বুঢ়াগোহাঁই উচ্চ শিক্ষাৰ বাবে বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা কেইটামান প্ৰতিযোগিতামূলক পৰীক্ষা হ’ল – সাধাৰণ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (Common University Entrance Test, CUET; ); বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-নেট (University Grants Commission, UGC-NET ; ); বৈজ্ঞানিক আৰু…