বুৰঞ্জী, ভাষা-সংস্কৃতি আৰু ঐতিহ্য-পৰম্পৰা ৰক্ষাত মহন, দেওধাই আৰু বাইলুংসকলৰ ভূমিকা
পদ্মজা বৰুৱা মহন প্ৰতিটো জাতি-জনগোষ্ঠীৰে একোটিকৈ স্বকীয় বৈশিষ্ট্য আছে৷ জাতিটোৰ বুৰঞ্জী, ভাষা-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা আদিয়ে সেই বৈশিষ্ট্য নিৰূপণ কৰাত সহায় কৰে৷ ইতিমধ্যেই বিশ্বৰ বুকুত গৌৰৱময় আসন অধিকাৰ কৰি নিজৰ মহত্ব আৰু স্বকীয়তা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা জাতি-জনগোষ্ঠী সমূহলৈ লক্ষ্য কৰিলে…