উত্তৰণ
পাপৰি গোস্বামী অঞ্চলটো গাওঁৰ পৰা চহৰলৈ পৰিণত হোৱা বেছিদিন হোৱা নাই। ইমান দিনে পঞ্চায়তৰ মেম্বাৰ, কাউন্সিলৰৰ বাবে ভোট দি অহা ৰাইজে এইবাৰ পৌৰসভাৰ বাবে ভোটদান কৰিছে। চহৰ হৈছে যদিও অঞ্চলটোৰ পৰা গাওঁ গাওঁ ভাবটো যোৱাই নাই। অন্ততঃ নিৰ্মল মাষ্টৰে তেনেকৈয়ে…