ভক্তি-বিদ্বেষ তত্ত্ব
অমৃত গোস্বামী ‘শিশুপাল’ মহাভাৰতৰ এক অতি অহংকাৰী আৰু বিতৰ্কিত চৰিত্ৰ৷ শিশুপাল আছিল চেদী ৰাজ্যৰ ৰজা, শ্ৰীকৃষ্ণৰ সম্পৰ্কীয়—পেহীয়েকৰ পুতেক৷ জন্মৰ সময়ত শিশুপালৰ দেহৰ লক্ষণ আছিল অস্বাভাৱিক, তিনিটা চকু আৰু চাৰিটা বাহু৷ তেওঁৰ জন্মৰ সময়তে এক দৈৱবাণী শুনিবলৈ পোৱা গৈছিল…