Tag সমাজ

বেংডোবাৰ ঘাট

 জয়ন্ত মাধৱ বৰা  ৷৷ দুই ৷৷  জীৱনটোৱে যেতিয়া বিৰক্তি ওপজায়, গণেশ বেংডোবাৰ কাষলৈ আহে৷ বেংডোবাই তাক মাতি আনে৷ বেংডোবাৰ নীৰৱতাৰ বাটেদি তাৰ কাষ চাপি আহে তৰুলতা আৰু হীৰামনিৰ বিৱস সন্ধ্যাৰ বিষাদগাঁথা৷ সৰুতে সি বেংডোবাৰ পাৰতে খুব ধেমালি কৰিছিল৷ স্কুলৰ পৰা…

মহাবীৰ আৰু অৱলাৰ ইতিকথা

 মূল : (বাংলা) মাণিক বন্দ্যোপাধ্যায়   অনুবাদ : বাসুদেব দাস        এটা ল’ৰা আৰু এজনী ছোৱালী আছিল ৷ আমি ধৰি ল’ব পাৰোঁ, লৰাজনৰ নাম মহাবীৰ আৰু ছোৱালীজনীৰ নাম আছিল অৱলা ৷ কাৰ কিমান বয়স, কোনে কোন ক্লাছত পঢ়ে, এইবোৰ জানি আমাৰ কোনো লাভ নাই ৷ এদিন…

অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী পোন্ধৰ দিনমানেই হ’ল, গ্ৰীনাৰ লোকসকল সেউজপুৰৰপৰা গ’লগৈ৷ তেওঁলোক একেবাৰে গুচি যোৱা দিনটো সেউজপুৰীয়াসকলৰ বাবে বৰ দুখৰ দিন আছিল৷ আৱেগক বৰকৈ প্ৰশ্ৰয় দিব নোখোজা গ্ৰীনাৰ জ্ঞানী তথা মৰমিয়াল প্ৰাণীকেইজনেও সেইদিনা চকুপানী টুকিছিল৷ সেই দিনটোলৈ মনত পৰিলে মহামন্ত্ৰী বৃকোদৰৰ বুকুখন…

বিপুল খাটনিয়াৰৰ ‘বাঁকৰ সাধু’ : বিশ্বাস বনাম বাস্তৱতা

 দীপজ্যোতি বৰা          ১৯৮০ চনত প্ৰকাশিত ‘খোজৰ শব্দ’ শীর্ষক গল্প সংকলেনেৰে অসমীয়া চুটিগল্পৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা বিপুল খাটনিয়াৰ (১৯৫৩-২০২১) সমাজ সচেতন গল্পকাৰ হিচাপে বিশেষভাৱে পৰিচিত৷ ভ্ৰমণ তথা ক্ষেত্ৰ অধ্যয়নৰ পৰা পোৱা অভিজ্ঞতা আৰু খাটি খোৱা মানুহৰ জীৱনৰ…

ৰাতি

 অৰুণ গগৈ                 ৰাতিৰ নিজানত কাণ পাতি শুনো হাজাৰ বিজাৰ কেঁচু-কুমটিৰ নৈশ সংগীত মোৰ উৰুখা পঁজাৰ মজিয়াত জোনৰ লুকা-ভাকু পোহৰ মই ৰাতিৰ নীৰৱতাত পানী-আঙুলি বোলাই নিজকে চুই চাওঁ নেজালপতীয়া শামুকৰ দৰে এন্ধাৰবোৰে মোক গিলি পেলাই ৰাতি ফুলা বনৰীয়া ফুলে মোৰ…

কলা কি?

  মূল : লিও টলষ্টয়ৰ What is Art?   অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (১০)   কিন্তু এইটো কেনেকৈ হ’ব পাৰিছিল যে সেইটো কলাকেই, যাক প্ৰাচীন কালত কেৱল সহ্য কৰা গৈছিল (যদি সঁচাকৈয়ে সহ্য কৰা গৈছিল), আমাৰ সময়ত যিকোনো ক্ষেত্ৰতে…

খুচুৰা ২.০

 প্ৰতীক্ষা বৰা     : এইফালে গছ-বনবোৰ কিবা শুকান, ৰস নাইকিয়া৷ আমাৰ ফালে গছবোৰ কিমান জীপাল, কিমান সেউজীয়া নহয়নে?  : হুঁ৷ মন কৰিছোঁ ময়ো, আনহে নেলাগে দিল্লীৰ ফালেই গছ-গছনি সেউজীয়া৷ ঋতু অনুযায়ী ফলে-ফুলে জাতিষ্কাৰ৷  : তাকেই৷ মাটিবোৰো চাওক, ধোঁৱাবৰণীয়া৷ এটা ডিছ্‌ছেটিফেকশ্বন আছে সমগ্ৰ জেগাখিনিত৷ হ্ৰদ বুলিও যিটো…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা  (২৫) এইকেইদিন ষ্টেপানৰ ঘৰখন ভৰি আছে। তিনি পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীৰে উখল মাখল ঘৰৰ বাজ-ভিতৰ। বহু বছৰৰ মূৰত ঘৰখনত এই খদমদম। বুকু ভৰি পৰিছে ষ্টেপানৰ। পুত্ৰ-বোৱাৰীৰ পৰিচৰ্যা আৰু নাতি-নাতিনীৰ আব্দাৰেৰে উমাল হৈ পৰিছে তেওঁৰ ঘৰ, মন আৰু সময়।  মলেঁয়া…

শ্যামলতা

 অংগনা ভট্টাচাৰ্য্য   “মৌ-মেল”  স্কুলৰ ঘণ্টা বজাৰ লগে-লগেই দৌৰ মাৰি মই শ্ৰেণীকোঠাৰ পৰা ওলাই আহিলোঁ৷ মোৰ পিছে-পিছে কানৈ৷ স্কুলৰ পৰা আহি আলিবাট পোৱালৈকে কানৈৰ মুখখন ওফন্দিয়েই থাকিল৷ মই হাতৰ কিলাকুটিৰে তাইৰ গাত হেঁচুকি দি সুধিলোঁ– “কি হ’লনো তোৰ কানৈ? মুখখন…

ৰ’দে বৰষুণে ইমান যে গান

 লোকনাথ গোস্ৱামী মন-দাপোনত – ৭  (১)  দৰং কলেজত সেই সময়ত ব’টানি (Botany) আৰু জুল’জি (Zoology, আজিকালি এই সংজ্ঞাবিলাক সলনি হৈ প্ৰাণীবিদ্যা (life Science) হৈছে) বিভাগত বহু কেইগৰাকী নাম থকা অধ্যাপক আৰু demonstrator আছিল৷ আনন্দ বৰুৱা, প্ৰৱীণ বৰুৱা, নাগ, বুটাৰাম, বোথ্ৰা…