নিবৃত্তি
বেদান্ত নাথ : অকলশৰীয়া ছোৱালী এজনীৰ ওচৰত মতা মানুহ এজন অনবৰতে সোমাই থকাটো ভাল নেদেখি৷ এইটো এটা ৰেছিডেনশ্বিয়েল এৰিয়া৷ কাষৰ মানুহবোৰেও কথাটো মন কৰিছে৷ ঘৰৰ মালিকৰ ধীৰ অথচ বজ্ৰ কঠিন কথাকেইটাই বিদিশাৰ কাণত যেন গৰম লোহাহে ঢালি দিলে৷ তীব্ৰ অপমান আৰু লাজত তাই যেন সেই মুহূর্ততে…