ঠিকনা
ৰাশ্বেল চৌধুৰী প্ৰতিদিনেই ঘৰৰ ঠিকনাটো হেৰুৱাই পেলাওঁ যদিও কাগজ এটুকুৰাত লিখি লগত লৈ ফুৰোঁ। প্ৰজাপতি এটাৰ পিছে পিছে ওলাই আহিছিলোঁ ঘৰৰ পৰা এতিয়া ঘৰখন বিচাৰি বিচাৰি হয়ৰান হৈ পৰিছোঁ প্ৰতি দিনেই ঘৰৰ পৰা ওলাওঁতে কাগজ এটুকুৰাত লিখি আনো…
ৰাশ্বেল চৌধুৰী প্ৰতিদিনেই ঘৰৰ ঠিকনাটো হেৰুৱাই পেলাওঁ যদিও কাগজ এটুকুৰাত লিখি লগত লৈ ফুৰোঁ। প্ৰজাপতি এটাৰ পিছে পিছে ওলাই আহিছিলোঁ ঘৰৰ পৰা এতিয়া ঘৰখন বিচাৰি বিচাৰি হয়ৰান হৈ পৰিছোঁ প্ৰতি দিনেই ঘৰৰ পৰা ওলাওঁতে কাগজ এটুকুৰাত লিখি আনো…
মূল বাংলা : চাব্ৰিনা ৰুবিন (বাংলাদেশ) অনুবাদ : উৎপল দত্ত (বাংলাদেশৰ কবি ডাঃ চাব্ৰিনা ৰুবিনে ইংৰাজী আৰু বাংলা উভয় ভাষাতে কবিতা ৰচনা কৰে। দেশ-বিদেশৰ বিভিন্ন সাহিত্যানুষ্ঠানত অংশগ্ৰহণ কৰা অভিজ্ঞতাৰে পুষ্ট চাব্ৰিনা ৰুবিনে ’নিষিদ্ধ নিৰ্বাসন’ গ্ৰন্থখনেৰে লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰে।) এতিয়া আৰু…
অৰূপ কুমাৰ ফুকন আজি কিছুদিনৰ পৰা অসমত এই ‘নিয়া’ শব্দটোৱে প্ৰায় প্ৰতিজন সচেতন নাগৰিকৰে মনত নানা কৌতুহলৰ সৃষ্টি কৰিছে। বিশেষকৈ সদ্যসমাপ্ত বিধান সভাৰ নিৰ্বাচনৰ এজন প্ৰাৰ্থী প্ৰায় দুটাকৈ বছৰ এই আইনৰ বিভিন্ন ধাৰাত অভিযুক্ত হৈ কাৰাগাৰত থকা কথাটোৱেই আমাৰ ৰাজ্যখনৰ…
Brown Hawk Owl / Brown Boobook বা দুখী ফেঁচা ৰূপজ্যোতি হাজৰিকা আমাৰ দেশত বহু প্ৰকাৰৰ ফেঁচা দেখিবলৈ পোৱা যায়৷ ফেঁচা এক প্ৰকাৰৰ নিশাচৰ চৰাই৷ দিনৰ ভাগত ইহঁত গছৰ ডাল বা গছৰ ধোন্দত জিৰণী লৈ থাকে৷ এই চৰাই বিধ ৰাতিৰ পৰা…
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) (ষোল) ছ্যু-কা-ফাৰ দল ৱাইছালিৰ ফালে যোৱাটো নিশ্চিত হ’ল। দলটো উত্তৰ-পশ্চিমৰ ফালে পাহাৰৰ নামনিলৈকে আগবঢ়াবৰ বাবে নয়-ছান-ফাই মানুহ-দুনুহৰ ব্যৱস্থা কৰি দিলে। যুঁজাৰু মানুহ আৰু বয়-বস্তু কঢ়িওৱা মানুহ, ৰুগীয়া আৰু দুর্বল যাত্রীক সহায় কৰিব পৰা মানুহ। ছ্যু-কা-ফাৰ লগত ভালেকেইজন…
নিৰু দত্ত তৰাং পানীত খল্খলায় পুঠি মৰঠী খলিহনা বেংবোৰে ঠেং মেলি সিহঁতক দিয়ে গৰিহণা। ব’হাগ মাহৰ ন-পানী এইবাৰ উজান নুঠিল তলি ওলোৱা পুখুৰী খালৈ মাছে নভৰিল। থিয় সাঁতোৰ চিলনী সাঁতোৰ …
ৰুদ্ৰ সিংহ মটক Poetry is a deal of joy and pain and wonder, with a dash of the dictionary. —খলিল জিব্ৰান৷ ‘শিলকপৌ’ (২০১৯) তৰুণ প্রজন্মৰ কবি প্রাঞ্জল কুমাৰ খাউণ্ডৰ সৃষ্টিশীল জীৱনৰ প্রথম কাব্যগ্ৰন্থ৷ সব্যসাচী প্রকাশৰ নিৱেদন এই পুথিখনৰ আটক ধুনীয়া বেটুপাতৰ…
ড° মৃদুল শৰ্মা কবিতাৰ আলোচনাত প্ৰায়ে কবিৰ আসক্তি, নিৰাসক্তি, বিনয়, অহংবোধ আদি শব্দই বুজোৱা মানৱীয় গুণ কিছুমানৰ উল্লেখ ঘটে৷ ইয়াৰ অন্তৰ্নিহিত কাৰণ স্পষ্ট: কবিয়ে যিহেতু মানুহৰ কথাকে লিখে আৰু তেওঁ লিখা ‘মানুহৰ কথাখিনি’ অভিজ্ঞতাৰ আধাৰত তেৱেঁই নিৰ্মাণ কৰি লয়, গতিকে…
ছাজিছ আলম “প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষাই সমগ্ৰ দেশতে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে৷ এই ক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছ পৰি থকা নাই৷ কিন্তু অনলাইন শিক্ষাৰ ফলপ্ৰসূতাৰ বাবে ল’বলগীয়া আনুষঙ্গিক ব্যৱস্থাবোৰৰ ক্ষেত্ৰত আমাৰ দেশ অন্যান্য দেশৰ তুলনাত…
ড° অৰবিন্দ ৰাজখোৱা ৰামধেনু যুগৰ যিকেইগৰাকী সাহিত্যিকে সাহিত্য জগতত একবিংশ শতিকা পৰ্যন্ত নিজৰ স্থিতি সবল কৰি ৰাখিলে তেওঁলোকৰ ভিতৰত ড° লক্ষ্মীনন্দন বৰা অন্যতম৷ মৃত্যুৰ সময়লৈকে গল্প আৰু উপন্যাসৰ জগতত সৃষ্টিশীল হৈ থকাই নহয়, তেওঁ ‘গৰীয়সী’-ৰ দৰে ঐতিহ্যপূৰ্ণ সাহিত্য আলোচনীও সম্পাদনা কৰি গ’ল৷…