গাঁৱত কোনে গুলী ফুটায়
মূল কবি : জাচিন্ত কেৰ্কেট্টা (Jasinta Kerketta), ঝাৰখণ্ড অসমীয়া অনুবাদ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ প্ৰতিনিশা গাওঁখন বিছনাত ঢলি পৰে কিন্তু এই টোপনিত কোনো সপোন নাথাকে৷ কাৰণ সকলো সপোনকে বন্দী কৰি যোৱাৰাতি ফাটেকত দিয়া হ‘ল৷ আৰু সপোন গজাৰ সম্ভাৱনা থকা ঠাইবোৰত…