Tag সমাজ

প্ৰশান্ত কুমাৰ দাসৰ গল্প

 ড॰ অসীম চুতীয়া আধুনিক সাহিত্যত কাহিনী বা নেৰেটিভ নিৰ্মাণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এই নেৰেটিভ হৈছে মানৱ জীৱন, অভিজ্ঞতা, স্মৃতি আৰু চেতনাৰ এক জটিল বিন্যাস৷ ফৰাচী সাহিত্যতাত্ত্বিক ৰ’লা ৱাৰ্থে নেৰেটিভ নিৰ্মাণৰ প্ৰসংগ বিশ্লেষণ কৰোঁতে যি বিচিত্ৰতা আৰু বহুমুখিতাৰ প্ৰসংগ উল্লেখ…

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী  মন দাপোণত-১৫                                       (১)   টাউনৰ মাটিডোখৰত  সৰুকৈ হ’লেও ঘৰ এটা সজাৰ কথাটোত ময়ো জোৰ দিলোঁ ৷ গাঁৱৰ পৰা সদাই বোকা-পানী…

বাইফাৰ

 নীলোৎপল বৰুৱা বসু বৰুৱাই চক খাব লাগিছিল৷ নিয়ম মাফিক৷ নাখালে৷ অলপো নাখালে৷ সন্মুখৰ মিছিলটো অলপ হতাশ হ’ল৷ মিছিল মানে কি আৰু- দহ পোন্ধৰটা মানুহৰ‌ জুম এটা৷ বিশৃংখল৷ বিসদৃশ৷ বেমানান৷ হাতত পৰশু কুঠাৰৰ নিশকতীয়া মডেল‌ এটা লৈ ম‌ইনা আলি৷ লীডত আছে৷…

পানীৰঙৰ ছবি

ময়ূৰী কাকতি অংকন: বৰ্ণিল মহন্ত        ৰঙৰ স্বাভাৱিক নিৰ্ধাৰিত অৰ্থক আওকাণ কৰিও কেতিয়াবা নিজা বাট বুলিব পাৰি৷ ছবিবোৰ কেৱল ৰঙীন সম্ভাৱনাৰ বাবেইনে! নে ৰংবোৰহে ছবিৰ বাবে! পেঞ্চিল শ্বে’ডেৰে অলংকৃত কৰা টেবুলৰ ফুলদানিটোৰ আলো-ছায়াৰ পৃথিৱীখনতকৈ কেতিয়াবা ৰংবোৰ ফিকাহে হৈ…

নগ্ন প্ৰতিবাদ

দিব্যাশ্ৰী নিয়ৰ বৰুৱা সেউজীয়াবোৰ সোণ নহয় সেউজীয়াবোৰ হয়তো সুখৰ সংসাৰো নহয়! সিদিনা সমাজৰ শাৰীত থিয় হ’ব পৰাকৈ আমি আছিলোঁ ওখ, ধীৰ আৰু স্থিৰ৷ গছপুলি ৰুলেই প্ৰশংসা আৰু পুৰস্কাৰ পায়৷ আকৌ কটাসকলে হাতত এখন নতুন নগৰ উপহাৰ পায়! নগৰ হ’বলৈ নগ্ন…

অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতিধাৰা : এক বিশ্লেষণ

 অজয় লিম্বু আৰম্ভণি :       অর্থনৈতিক বৃদ্ধি আৰু বিকাশ অর্থবিজ্ঞানত প্রায়েই ব্যৱহৃত দুই শব্দ৷ শব্দ দুটা প্রায়েই এটা আনটোৰ পৰিপূৰক হিচাপে প্রয়োগ কৰা দেখা যায়৷ যদিও শব্দ দুটাৰ মাজত পাৰ্থক্য নথকা নহয়৷ অর্থনৈতিক বৃদ্ধিয়ে এখন দেশৰ মুঠ ঘৰুৱা…

মাক-কথা : Unfolded Stories of a Mother

 ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, তৃতীয় অধ্যায়     পূৰৈৰঙী আঁচ দুডাল ৰংবোৰ ভালপাওঁ৷ ৰংবোৰ লিৰিকি–বিদাৰি চাওঁ৷ সেইকাৰণেই কিজানি সেই বিশেষ আঁচ দুডাল প্ৰথম দেখাৰ দিনা, মোৰ মনলৈ অহা প্ৰথম ভাবটোৱেই আছিল সেই আঁচ দুডালৰ ৰংটো৷ আঁচ দুডাল দেখাৰ উচ্ছাস আৰু আৱেগৰ সেই…

১ আঘোণ ২০২৫

 বিকাশ গোহাঁই   পথাৰবোৰ ভৰপক ৷ দোঁ খাই সোণগুটি যেন মোৰ বুকুত পৰিছে কোনো উৎসাহ নাই এইবেলি প্ৰিয় মানুহবোৰ নোহোৱা হৈ গৈছে গানৰ মধুৰ লহৰবোৰ নোহোৱা হৈ গৈছে বাঁহীৰ সুৱদি সুৰবোৰ নোহোৱা হৈ গৈছে লুইতখন বাম হৈ আহিছে৷ বালিচৰ! বালিচৰ!! আগুৱাই যাব পাৰিম…

দিশহাৰা

মৃদুল শৰ্মা (উছৰ্গা ঃ গৰিমা শইকীয়া গাৰ্গ) নাহৰৰ তোৰণ ওপৰত ৰ’দৰ নৈ তাৰো ওপৰত স্বৰনক্ষত্ৰ পাতৰ ফাঁকে ফাঁকে সৰকি পৰিছে পোহৰৰ ছিটিকণি মায়া মায়াবিনী দিন নে ৰাতি এয়া হাঁহি নে কান্দোন সঙ্গীত নে উচুপনি আৰে! আৰে! শুকুলা ডাৱৰবোৰক শিয়া মেলি আৱৰি…