কমলা বৰগোহাঁইৰ গল্প : সংবেদনশীলতা আৰু মননশীলতা প্ৰতিনিধি (গল্পচৰ্চা)
ড॰ অসীম চুতীয়া কমলা বৰগোহাঁই আধুনিক অসমীয়া গল্পসাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ৷ তেওঁ সেইসকল লেখকৰ ভিতৰত অন্যতম যিয়ে সমাজৰ বাহ্যিক ঘটনাক মাথোঁ কাহিনীৰ আধাৰ হিচাপে ব্যৱহাৰ কৰি মানুহৰ অন্তৰ্জগত, মানসিক সংকট আৰু নৈতিক দ্বন্দ্বৰ গভীৰ অনুসন্ধান কৰে৷ কমলা বৰগোহাঁইৰ সাহিত্যিক…