Latest posts
-
দ্য এলজোলাম নাইটছ্
পৰী পাৰবীন o New Year’s Day to celebrate No chocolate covered candy hearts to give away No first of Spring, no song to sing কাংৰা উপত্যকালৈ শৰৎ আহিছে৷ উপত্যকাটোৰ ওপৰেৰে পাতল ধোঁৱাবৰণীয়া নিহালি এখন মেলি দিয়া হৈছে৷ শৰতৰ বতৰ৷ য’ত ৰ’দ পৰিছে, তাত উষ্ণ, য’ত পৰ্বতৰ ছাঁ পৰিছে, তাত শীতল৷ এতিয়া সম্পূৰ্ণ শীত নহয়, কিন্তু তাৰ
-
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ষষ্ঠ অধ্যায় এদিন আধা ৰাস্তাতে … . দিনবোৰ আগ বাঢ়িছিল। ধীৰে ধীৰে নে খৰগতিৰে আগ বাঢ়িছিল, গম পোৱা নাছিলোঁ। সকলো কথাই আছিল নতুন। গৰ্ভাৱস্থাৰ লগত জড়িত সকলো ঘটনাই আছিল প্ৰথমবাৰৰ বাবে হোৱা। ৰাতিপুৱা প্ৰথম ওকালি, প্ৰথম মূৰঘূৰণি, আগতে কেতিয়াও অনুভৱ নকৰা ভোক, ভাগৰ আৰু উদ্যম, আদিকিশোৰী কালৰে পৰা প্ৰতিমাহে নিৰ্দিষ্ট
-
পানী হিলৈ
গোৱিন কুমাৰ খাউণ্ড (দহ) ৰাতিপুৱাই চাইকেলখন লৈ ওলাই গ‘ল মিলিটেৰী। চাইকেল চলাবলৈও যেন গাত শকতি নাই। ভীষণ অকলশৰীয়া অকলশৰীয়া লাগিছে। কাকো দেখুৱাই কান্দিব পৰা নাই অথচ দেহৰ ভিতৰত যেন অসংখ্য মানুহে কান্দিছে। চিঞৰত সৰি পৰা যেন লাগিছে নষ্ট সময়।বাৰে বাৰে মনত পৰিছে হিমানীজনীলৈ। মৰমৰ হিমানীয়ে খাব পাৰিছেনে? ৰাতি টোপনি গ‘লনে, দৰৱকেইটা সময়ত খুৱাইছেনে আদি
-
ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হ’ৰৰ গল্প
ড॰ অসীম চুতীয়া অসমীয়া সাহিত্যত ৰহস্য, ভৌতিকতা আৰু মানৱ-মনস্তত্ত্বৰ গভীৰ অনুসন্ধান কৰি যিসকল লেখকে সাহিত্য ৰচনা কৰিছে সেইসকলৰ ভিতৰত ৰঞ্জু হাজৰিকাৰ নামটো বিশেষভাৱে উল্লেখযোগ্য৷ তেখেতৰ গল্পসমূহ পঢ়িলে অনুভৱ কৰা যায় যে এই গল্পসমূহ কেৱল ভয় জগোৱা কাহিনী নহয়; বৰং মানুহৰ অন্তৰ্জগতৰ অদৃশ্য অন্ধকাৰ, সমাজৰ গোপন অসংগতি আৰু অজানাৰ প্ৰতি মানুহৰ চিৰন্তন কৌতূহলৰ এক গভীৰ সাহিত্যিক
-
বহাগ
দ্বীপৰাজ (মাছলৈ মইনা নাযাবি অকলে ৰাতিলৈ লাগিব ভাগৰ বাটৰে দমৰাই চাব তোৰ বুকুলে চেগতে ফালিব চাদৰ) ( হাবি বিহু) বাৰী সিঁচি শিঙিৰ খোঁচ খোৱা যদি খোৱা দিপিলাৰ হাটত আঢ়ৈকুৰিত পাই এপোৱা মোৱা তাৰে এভাগ আদাজাল, এভাগ পাতত দিয়া প্ৰমিলা জেঠাইৰ ঢেঁকীৰ ঢেংকুৰুচত কুলিজনীৰ বাসন্তী হিয়া পুতুলী বাইৰ এজনীয়েই জীয়েক৷ চকুৱে মুখে
-
কিশোৰ প্ৰজন্মৰ এখন ঈপ্সিত আকাশ
পুলিন কলিতা ‘My great desire is that the reader will be able to connect to …. and learn a bit more about the otherwise cold and abstract historical (or current affairs) facts of their conflict. ….. We can look conflict straight in its eyes…. By understanding what conflict is, we might be in a
-
প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে
ড০ ৰক্তিম ৰঞ্জন শইকীয়া বিখ্যাত ইংৰাজ ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ ছমাৰছেট মমক এবাৰ সোধা হ’ল যে উপন্যাস লিখাৰ কিবা নিয়ম আছে নেকি? ছমাৰছেট মমে কিছু সময় ভাবি উত্তৰ দিলে, “তিনিটা নিয়ম আছে৷ কিন্তু দুৰ্ভাগ্যবশতঃ সেই নিয়মকেইটানো কি কোনেও নাজানে৷ প্ৰবন্ধ কেনেকৈ লিখিব লাগে বুলি যদি কোনোবাই সোধে তাৰো উত্তৰ একেই হ’ব৷ গতিকে এই প্ৰশ্নৰ উত্তৰ
-
ৰূপকাৰৰ আত্মকথা
ববিতা কলিতা ভিনচেণ্ট ভেন গঘৰ ছবিৰ নীলাবোৰে সৰ্পিল ভাঁজ এটা লৈ ঘেঁহুৰ পথাৰখনৰ মাজেৰে বৈ আহিছিল৷ বিথোভেনৰ চিম্ফ’নিবোৰে মৌমাখিৰ গুণগুণনি হৈ মগজৰ তাঁৰবোৰত কঁপনি তুলিছিল৷ আৰু শব্দবোৰ? শব্দবোৰ উদং আকাশৰ বুকুত চিলা হৈ উৰিছিল৷ মাঞ্জাত টান পৰিলে লহৰী চিলাখনি কাষ চাপি আহে৷ সূতা ঢিলাই দিলে পুনৰ দূৰণিলৈ গুচি যায়৷ ক্ৰমাৎ সৰু আৰু অস্পষ্ট হৈ
-
শ্বায়েৰী জীৱনৰ
অংগনা চৌধুৰী আকাশলংঘী বুলণ্ড দৰৱাজাৰ তলত ৰৈ তাই ওপৰলৈ চালে৷ ফতেহপুৰ চিক্ৰিৰ প্ৰাচীন ইটাৰঙী স্থাপত্যইও তাইৰ সৈতে চালে ওপৰলৈ৷ য’ত আকাশ আছে, তাত আজি আছে এখন ৰ’দৰ সাগৰ৷ বেগৰ পৰা ৰ’দ চছ্মাযোৰ উলিয়াই পিন্ধি ল’লে তাই৷ হালধীয়া ওৰণাখনেৰে ঢাকি ল’লে মূৰ, কপাল৷ অতপৰে বতৰ স্নিগ্ধ আছিল৷ ইতিমধ্যেই তাই ঘূৰি আহিল তানসেনে সংগীত পৰিৱেশন কৰা
-
ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ
মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা তৃতীয়খন চিঠি ভিয়াৰেজ্জ’, পিছাৰ সমীপত, ইটালী, ২৩ এপ্ৰিল, ১৯০৩ আপুনি ইষ্টাৰৰ শুভেচ্ছা জনাই লিখা চিঠিখন পাই নথৈ আনন্দিত হ’লোঁ। চিঠিখনত আপুনি জেকবচনৰ মহানতম সৃষ্টিসমূহৰ সম্পৰ্কে যিধৰণেৰে মন্তব্য আগবঢ়াইছে সেইসমূহ মন্তব্য আৰু আপোনাৰ অনুসন্ধিৎসু মানসিকতাই এই কথাষাৰ প্ৰমাণিত কৰিছে যে আপোনাক মই প্ৰদান কৰা পৰামৰ্শসমূহ অথলে যোৱা নাই।