Tag ভাষা

শৰীৰে যেতিয়া নিজৰ নাম পাহৰে

 ৰিপুঞ্জয় বৰুৱা ঋমন     বিশ্বজুৰি ওফন্দি উঠিছে গ্ল’ৱেল ৱাৰ্মিং ! শ্ৰীলংকাৰ গধূলিৰ পৰা  এণ্টাৰ্কটিকাৰ বৰফমালালৈকে, এটি নিশ্বাস নীৰৱে গলি যায় দেখা নাপায়,  শুনা নাপায়, শব্দহীন ধোঁৱাৰ দৰে হেৰায়৷   দিল্লীৰ গৰমত এজন বৃদ্ধই হাঁহে, পেৰিছৰ ৰাজপথত  শিশু এটাই নিস্তব্ধতাত…

দুখন অমূল্য গ্ৰন্থ

  দুখন অমূল্য গ্ৰন্থ যিবোৰ বিষয়ে অসমীয়া মানুহক সামগ্ৰিকভাৱে স্বাভিমানী কৰি ৰাখে সেইবোৰ বিষয়ৰ একেবাৰে প্ৰথম ফালৰ বিষয় এটা হৈছে আমাৰ সাহিত্য। আৰু, সাহিত্য বুলি কওঁতে আমি সাধাৰণতে পাঠশালাৰ পুথিৰ পৰা উচ্চ স্তৰৰ বিভিন্ন পুথিকো বুজোঁ। সম্ভৱতঃ এনে কাৰণতে বছৰি…

কৌশিক নন্দন বৰুৱাৰ ‘নিৰিবিলি’ৰ কথাৰে – এক পঠন অভিজ্ঞতা

 সুদৰ্শনা বৰদলৈ   সন্ধ্যাৰাগিণী বৰুৱা৷ এজনী মৰমলগা অলপমান উৎপতীয়া অলপমান অভিমানী আৰু শিশুসুলভ ব্যৱহাৰেৰে সকলোৰে মন মুহি নিব পৰা এজনী ছোৱালী৷ সকলোৰে বিপদৰ সময়ত থিয় হোৱা য়ুনিভাৰ্ছিটিৰ কোনোবা এজনী ছোৱালীৰ কিবা এটা হ’লেই সদায় কাষত থকা ছোৱালীজনীয়েই হৈছে সন্ধ্যা৷ আনে…

বাট

 জিণ্টু দত্ত   বাটটো তেনেকৈয়ে পৰি থাকে৷ নিমাতে-নিতালে, নিৰ্জন-নিস্তব্ধ হৈ৷ আলকতৰা দি মসৃণ হৈ থকা বাটটো ক’লা সৰীসৃপ এটাই গাটো ভাঁজ লৈ পৰি থকাৰ দৰে নিৰৱে থৰ হৈ যেন পৰি থাকে৷ সেই তেনেদৰেই নিঃশব্দে পৰি থাকোঁতে নিজান দুপৰীয়া এটাত ক’ৰবাৰ পৰা অহা হেঁটুলুকা…

পৰাশ্ৰয়ী

 প্ৰজ্ঞানজ্যোতি   কথাটো আছিল তেনেই নাওমান আৰু আমি বিভিন্ন ধৰণে লুটিয়াই-বগৰাই তাকেই নিজা নিজা ভাষাৰে কৈ আছিলোঁ অতকাল   কিন্তু তোমালোক আছিলা এই মাটিৰ উৰ্বৰতাক লৈ ভীষণ সংকুচিত বোধকৰোঁ ভাষাটোৰ প্ৰকাশিকাক লৈয়ো৷ সেয়ে ধূলি জোকাৰাদি জোকাৰি আছিলা আমাক   পিছে…

ফ্লাছ

 নীলাভ সৌৰভ   মোক তোমাৰ সপোনৰ পৰা তুলি দিয়াঁ   দি দিয়াঁ সেই সোণালী বুটামকেইটা যিকেইটা খুলি দিলে মই এটা ৰাতিলৈ প্ৰৱেশ কৰোঁ দি দিয়াঁ সেই অগোচৰ টোপনিটো য’ত তোমাক শুই থকা দেখোঁ নিষ্পাপ নাওখনৰ দৰে   দিয়াঁ দিয়াঁ, ৰাতিৰ…

কবি ডব্লিউ বি য়েটছ : ১৬০ বছৰীয়া জন্মদিৱসৰ উপলক্ষত

   ড° বিৰিঞ্চি কুমাৰ দাস   বিংশ শতিকাৰ ইংৰাজী সাহিত্য জগতৰ আটাইতকৈ প্ৰভাৱশালী কবিসকলৰ অন্যতম উইলিয়াম বাটলাৰ য়েটছৰ জন্মৰ ১৬০ টা বছৰ সম্পূৰ্ণ হ’ব অহা ১৩ জুন তাৰিখে। সাহিত্য জগতত য়েটছৰ পদাৰ্পণ ঘটিছিল ১৮৮৫ চনত, তেওঁৰ বিছ বছৰ বয়সত, যেতিয়া…

প্ৰেম আৰু পক্ষী

মূল : ডব্লিউ বি য়েটছ অনুবাদ : ড° ৰঞ্জিত দত্ত নাটকখন চাই থকাৰ নিচিনাকৈয়ে পাৰ হৈ গ’ল ক্ষণবোৰ।  মোৰ প্ৰজ্ঞা  আনিব পাৰে মাথোঁ  প্ৰেমেহে। এই সকলোবোৰ কিন্তু মোৰ  মাৰ মানসিক সজাগতাৰহে এটি অংশ, যদিও মই কব পাৰোঁ এই সকলোবোৰ তথাপি…

ডব্লিউ বি. য়েট্‌ছৰ কবিতা আৰু প্ৰতীক

  ৰমানন্দন বৰা কুৰি শতিকাৰ আধুনিক কবিতাৰ জগতত এক উচ্চ আৰু প্ৰভাৱশালী স্থান অধিকাৰ কৰি অহা উইলিয়াম বাট্‌লাৰ য়েট্‌ছৰ জীৱন আৰু কৰ্ম বৈচিত্ৰময়৷ লণ্ডনত শিক্ষা লাভ কৰি, লণ্ডনত থাকি, জন কীট্‌ছ , উইলিয়াম ৱৰ্ডছৱৰ্থ, উইলিয়াম ব্লেক আদি ইংৰাজ কবিৰ দ্বাৰা…

য়েটছৰ সন্ধানত : য়েটছ আৰু আৰ্যাৱৰ্তীয় ঐতিহ্য

  ভাস্কৰ জ্যোতি নাথ   য়েটছক ভাল লগাৰ কেইবাটাও কাৰণ আছে৷ যি দৰে অসমীয়া মানুহে ভাৰতীয় জাতীয় পৰিচয়তকৈয়ো অসমীয়া পৰিচয়টো অধিক হেপাহঁত ধাৰন কৰে সেইদৰে য়েটছেও ইংৰাজ হোৱাতকৈ আইৰিছ হৈ বেছি ভাল পাইছিল৷ জেইমছ জয়ছ আৰু ছিমাছ হিনীয়ো ইয়াৰ ব্যতিক্ৰম…