Tag শিক্ষা

‘কবিতা বিদ্ৰোহ’

পংকজ প্ৰতিম বৰদলৈ   সমাজ আৰু জাতি যেতিয়া সংকটৰ সন্মুখীন হয়, প্ৰতিবাদী জনতাই যেতিয়া বজ্ৰনিনাদেৰে ৰাজপথ কঁপাই  তোলে, সেই আৱেগ, জোৱাৰ আৰু প্ৰতিবাদী সত্তাই সকলোৰে মন চুই যায়৷ সৃষ্টিশীল মনবোৰ বেছি সংবেদনশীল আৰু কবি, গীতিকাৰ, চিত্ৰকৰ আদি শিল্পীসকলৰ মন–মগজু সংকটময় সময়ে বেছিকৈ উদ্বেলিত কৰি তোলে আৰু তেতিয়াই সৃষ্টি হয় কিছু…

উলাহেৰে উভতি চাওঁ – ১৯

 ড° পোনা মহন্ত (ছেপ্টেম্বৰ, ২০২১, খণ্ডৰ পিছৰ পৰা) এই কথা আগতে কৈ আহিছোঁ যে এজন ছাত্ৰ হিচাপে নৱম শ্ৰেণীৰ শেষছোৱা আৰু দশম শ্ৰেণীৰ প্ৰথম কেইমাহমান মোৰ বেছ ব্যস্ততাত গ’ল৷ বিশেষকৈ স্কুলৰ আলোচনী ‘কাৰেংঘৰ’ৰ সম্পাদকৰূপে আৰু ‘ভাৰত দৰ্শন’লৈ যোৱা বাবে নিয়মীয়া…

জাতীয় জীৱন, জাতীয় সমস্যা আৰু জাতীয় কৰ্তব্য

অসমীয়া জাতীয় জীৱন, অসমীয়া জাতীয় সংস্কৃতি, অসমীয়া জাতীয় স্বাৰ্থ, অসমৰ জাতীয় সংগঠন… এনেকৈ বহুত জাতীয় অভিধাজড়িত প্ৰসঙ্গ অনবৰতে, প্ৰায় প্ৰতি দিনেই অসমীয়া সংবাদ মাধ্যম নাইবা সামাজিক ইলেক্‌ট্ৰনিক মাধ্যমত পোৱা যায়৷ সামাজিক ইলকেট্ৰনিক মাধ্যমত আজিকালি ‘জাতীয়’ শব্দটোৰ ব্যৱহাৰ সৰ্বাধিক ৷ লক্ষ্য…

মহামাণিক্য, মাধৱ কন্দলি আৰু এখন অনালোচিত শিলালিপি

পুলিন কলিতা   মহাপুৰুষ শংকৰদেৱৰ “পূৰ্বকবি অপ্ৰমাদী” মাধৱ কন্দলিৰ সময় আৰু স্থান তৰ্কাতীত ভাবে নিশ্চিত হ’বলৈ এতিয়াও বাকী। অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখকসকলে কন্দলিক ত্রিপুৰাৰ ৰাজসভাৰপৰা কপিলীপাৰ হৈ দিখৌৰ পাৰলৈকে বিভিন্ন ঠাইত নিজৰ নিজৰ বিশ্লেষণ মতে থৈছে৷ কোনো কোনোৱে তেওঁক জয়ন্তা…

আমেৰিকাৰ ঘৰত বহি সংস্কৃত ভাষাৰ ৰোমন্থন

 অৱনী কুমাৰ শৰ্ম্মা   আমি হাইস্কুলত পঢ়া দিনত ক্লাছ ছেভেনৰ পৰা ক্লাছ টেনলৈকে সকলো ছাত্ৰই– মানে ল’ৰাই– সংস্কৃত ভাষা পঢ়াটো বাধ্যতামূলক আছিল৷ ছাত্ৰীসকলৰ– মানে ছোৱালীসকলৰ বাবে এই নিয়মটো প্ৰযোজ্য নাছিল৷ ছাত্ৰীসকলে সংস্কৃতৰ ঠাইত ‘গাৰ্হস্থ্য বিজ্ঞান’ (Home Science)-ৰ দৰে বিষয় পঢ়িব পাৰিছিল৷…

জুলিয়া— দ্য বাটাৰফ্লাই গাৰ্ল

দাদুল দেৱকৃষ্ণ বৰুৱা   পোছাকী নাম জুলিয়া ল’ৰেইন হিল। অৱশ্যে নামটোৰ মাজত থকা ‘ল’ৰেইন’টো আঁতৰাই তাত ‘বাটাৰফ্লাই’ যোগ কৰি ল’লে নামটোৰ গৰাকীয়ে নিজেই। কাৰণ— আক্ষৰিক অৰ্থতে তেওঁৰ হাতত বহি আছিল এটা পখিলা। সেয়ে ল’ৰেইনৰ ঠাই ল’লে পখিলা বা বাটাৰফ্লায়ে। জুলিয়া…

অনুবাদতত্ত্ব

মূল : ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ   (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷  দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা ড॰ ভট্টাচাৰ্যই পৰৱত¹ সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য…

ৰঘু বাচফৰ

শিল্পীকা ৰাজগুৰু ৰঘু বাচফৰক শঙ্খলীনাই লগ  পাইছিল এক অগতানুগতিক পৰিস্থিতিত।  তাইৰ  দৈনন্দিন জীৱনটো  আচলতে অতিশয় ব্যস্ততাময়, মহানগৰীৰ  এখন প্ৰাইভেট কলেজত তাই শিক্ষকতা  কৰে। পুৱা সূৰ্যোদয়ৰ পৰা ওৰেটো দিন কৰ্মব্যস্ততাৰ অন্তত আবেলি পৰত হে অকণ সময় তাই নিজলৈ বুলি আহৰি পায়।…

অসম আৰু বিদ্যালয়-শিক্ষা : কিছু ব্যক্তিগত অনুভৱ

 পঙ্কজ প্ৰতিম বৰদলৈ সমগ্ৰ বিশ্বৰ ভিতৰতে ফিনলেণ্ডৰ শিক্ষাব্যৱস্থাক এক প্ৰকাৰে সমীহৰ চকুৰে চোৱা হয়৷ ফিনলেণ্ডত শিক্ষাব্যৱস্থাই উৎকৃষ্টতাতকৈও সমতাৰ ওপৰত গুৰুত্ব দিয়ে৷ তাত এক সামগ্ৰিক পাঠদানৰ কাৰ্যসূচী ৰূপায়ণ কৰি শিক্ষণ পৰিৱেশ গঢ় দিয়া হয়৷ আন বহু কাৰণৰ ভিতৰত ফিনলেণ্ডক সৰ্বশ্ৰেষ্ঠ আখ্যা…