দ্য লেণ্ড অৱ্ ঝাৰিচ্
স্ৰোতস্বিনী তামুলী ধীৰ গতিত নামি অহা উৰাজাহাজৰ সৰু খিৰিকীখনেৰে দেখিবলৈ পাইছিলোঁ শুকান সৰু সৰু শিলৰ পাহাৰবোৰ। ঠাইখন সেউজীয়া নাছিল। বৰঞ্চ শুকান ৰঙা আৱেশ এটাইহে যেন ঠাইখনক আৱৰি ৰাখিছে। …
স্ৰোতস্বিনী তামুলী ধীৰ গতিত নামি অহা উৰাজাহাজৰ সৰু খিৰিকীখনেৰে দেখিবলৈ পাইছিলোঁ শুকান সৰু সৰু শিলৰ পাহাৰবোৰ। ঠাইখন সেউজীয়া নাছিল। বৰঞ্চ শুকান ৰঙা আৱেশ এটাইহে যেন ঠাইখনক আৱৰি ৰাখিছে। …
পম্পি বৰা বৈশ্য “তাৰে জমিন পৰ” চিনেমা খনৰ সেই ঈশান নামৰ সৰু ল’ৰাজনক মনত আছে চাগে নিশ্চয়। সেই যে ঈশানে ভালকৈ পঢ়িব লিখিব নোৱাৰিছিল। বি/ ডি, পি / কিউ খেলিমেলি কৰিছিল, নম্বৰবোৰ ভালদৰে বুজি নাপাইছিল। শেষত শিক্ষক ৰামশংকৰ ৰূপী আমিৰ…
ভাৰতবৰ্ষৰ দৰে বহুভাষিক দেশ এখনৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাত ঘাইকৈ ভাষিক পাৰ্থক্যৰ কাৰণেই একক ভাষা-সাহিত্যৰ পাঠ্যক্ৰম কল্পনা কৰিব নোৱাৰি৷ পৰিসৰটো কমাই আনিলে অসম নামৰ ৰাজ্যখনতো আমি একেটা অৱস্থা প্ৰত্যক্ষ কৰোঁ ৷ সাধাৰণতে বিদ্যালয় পৰ্যায়ৰ শিক্ষাত একোটা প্ৰাদেশিক ভাষাত বিবিধ বিষয়ৰ…
অৰবিন্দ ডেকা গেণ’ডাৰ্মা লুচিডাম হৈছে ৰঙা ৰঙৰ গেণ’ডাৰ্মা প্ৰজাতিৰ এবিধ কাঠফুলা৷ ইয়াক সাধাৰণতে ইউৰোপ আৰু চীন দেশত পোৱা যায় যদিও পুষ্টিগত গুণৰ উপৰি ইয়াৰ উৎকৃষ্ট ঔষধিযুক্ত গুণ আৰু বাণিজ্যিক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পৃথিৱীৰ প্ৰায় সকলো দেশতে ইয়াৰ খেতি…
মূল হিন্দী (ভিক্ষুক) : সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা অসমীয়া অনুবাদ: দীপমণি দাস তেওঁ আহে আমাৰ হৃদয় চিৰাচিৰ কৰি দিব পৰা দুৰ্বহ মুখ এখন লৈ ৰাস্তালৈ আহে পেট আৰু পিঠি একাকাৰ কৰি লাখুটি এডালত ভৰ দি এমুঠি খুদকণ বিচাৰি- ভোক পূৰাবলে’ মুখফটা…
মূল: মহাকবি কালিদাস অনুবাদ: কৌস্তুভমণি শইকীয়া দত্ত || ২য় অধ্যায় || দিলীপ আৰু নন্দিনী পুৱাই যশস্বী প্ৰজাধিপতিৰ জায়াই দামুৰিক দিয়ে পিবলৈ আৰু বান্ধি থয় নিলগাই নন্দিনী গাইক সুৱাসিত মালাৰে সজাই গোমাতাক এৰি দিয়ে বনলৈ যাবলৈ । অথ প্রজানামধিপঃ প্রভাতে জায়াপ্রতিগ্রাহিতগন্ধমাল্যাম্ |…
ভাস্কৰ ভূঞা নন্দিতা দেৱীৰ প্ৰথমখন উপন্যাসেই ঔপন্যাসিকগৰাকীক অসমীয়া সাহিত্যত সবলভাৱে প্ৰতিষ্ঠা কৰালে৷ এগৰাকী কাহিনী কথক হিচাপে লেখিকাৰ এয়া বৃহৎ কৃতকাৰ্যতা৷ ‘বঙল বহু দূৰ’ উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ২০১৯ বৰ্ষত৷ গ্ৰন্থখনে ২০২১ বৰ্ষৰ শেষৰ ফালে ‘অসম প্ৰকাশন পৰিষদ’ৰ বঁটা লাভ কৰে৷…
ড° ভাৰত বৰুৱা ১৮৪৯ পৰা ১৮৫৫ চনৰ ভিতৰত কেলিফৰ্নিয়াৰ ছেমুৱেল ব্ৰেনন নামৰ মানুহজন হৈ পৰিছিল মিলিঅ’নিয়াৰ। তাৰ কাৰণ হৈছে কেলিফৰ্নিয়াৰ “গ’ল্ড-ৰাছ”। পিছে এই “গ’ল্ড-ৰাছ”নো কি আছিল? ঘটনাটো আছিল এনেকুৱা- জেমছ মাৰ্শ্বল নামৰ এজন কাঠমিস্ত্ৰীয়ে কেলিফৰ্নিয়াৰ ছেক্ৰেমেণ্ট’ নদীৰ পাৰত জ’ন চাট্টাৰ…
হেমন্ত কুমাৰ গগৈ নাম: চাকৈ চকোৱা ইংৰাজী নাম: Ruddy Shelduck, Brahminy Duck বৈজ্ঞানিক নাম: Tadorna ferruginea সংৰক্ষণ স্থিতি: নূন্যতম চিন্তনীয় (Least Concern) এই চৰাইবিধ শীতকালত অসমৰ নদ নদী আৰু খাল বিল সমূহৰ পাৰত সততে দেখা পোৱা যায়। সাধাৰণতে যোৰ পাতি…
ৰচনা পাঠক (৩০) বাদশ্বাহৰ এটা মৰমৰ ভাটৌ চৰাই আছিল৷ এবাৰ মহাৰাণীৰ নৰিয়া হওঁতে কোনোবাই তেওঁক কিবা এটা খুব মৰমৰ বস্তু দান দিবলৈ পৰামৰ্শ দিছিল৷ তেতিয়া তেওঁ নিজৰ কাৰেঙৰ সেৱক এজনক মাতি আনি সেই চৰাইটো দি দিছিল৷ চৰাইটোক মৰমেৰে প্ৰতিপালন কৰিবলৈ…