Tag সংস্কৃতি

ইয়াৰ পৰাই পানী ইপাৰ সিপাৰ নমনি

 জ্যোতি খাটনিয়াৰ নীলমণি ফুকনৰ কবিতাত মহাজীৱনৰ খবৰ আছে৷ এই জীৱন নিৰ্জনতাত বুৰ যোৱা জীৱন নহয়; তাত মানুহৰ সুখ–দুখৰ বতৰা গভীৰভাৱে ৰৈছে৷ কবিয়ে যি উপলব্ধিক একান্ত নিজৰ বুলি দাবী কৰিব পাৰে বা খোজে, তাতো কিন্তু আনৰেই খবৰ বেছি :        ময়ো মৰাশবোৰৰ লগ…

নীলমণি ফুকন : চিৰন্তন মানুহৰ কণ্ঠ

দেৱপ্ৰতীম হাজৰিকা যোৱা শতিকাৰ পঞ্চাছৰ দশকত আত্মপ্ৰকাশ কৰি ষাঠিৰ দশকত নিজৰ প্ৰতিভাৰে আধুনিকতাবাদী অসমীয়া কবিতাৰ এক উদিত সূৰ্য বুলি নীলমণি ফুকনে নিজকে প্ৰমাণ কৰিলে৷ সংবেদনশীল মন, প্ৰকৃতিৰ প্ৰাণ-স্পন্দন, বিষয়ৰ বৈচিত্ৰ্যৰ লগতে কবি নীলমণিয়ে কবিতাৰ মাজত এক কাব্যিক নিসৰ্গ সৃষ্টি কৰিলে৷…

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ

  ৰবীন্দ্ৰ ভৱন, গুৱাহাটী, অসম ১১ এপ্ৰিল ২০২২   হে মোৰ সপোনৰ সূৰ্যৰ মানুহ, জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ।  ২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই অকিঞ্চনলৈ আগবঢ়োৱা হৈছে, ই এক অসামান্য মানবিশিষ্ট বঁটা। মোৰ কবিতাৰ বাবে এয়া…

হৃদয়ৰ উত্তাপ আৰু সঞ্চৰণ-ৰীতি

(নৃত্যৰতা পৃথিৱী আৰু অলপ আগতে আমি কি কথা পাতি আছিলোঁ প্ৰসংগত) এম. কামালুদ্দিন আহমেদ নীলমণি ফুকনৰ শেহতীয়া কবিতাখিনিত মানুহৰ পাৰস্পৰিক সম্পৰ্ক, তাৰ পৰা বিৰিঙি উঠা হৃদয়ৰ ঊষ্ণতা অনুভূতিসিক্ত ভাষাৰে মূৰ্ত হৈছে। একোটাহঁত গভীৰভাৱে অনুভূত ব্যক্তিগত ঘটনা তেওঁৰ এনে কবিতালানিৰ অন্তৰালত…

অংকুৰণতেই পূৰ্ণ সম্ভাৱনাৰ ইংগিত –‘ৰূপৰে টোলোঠা সোণৰ দোৰেপতি’ (তাঁত-ছালিখনিত এভুমুকি)

ড০ অজিত ভৰালী         অসমীয়া গদ্যৰ সুদীৰ্ঘ পৰিক্ৰমাত যিকেইজন গদ্যকাৰে আমাৰ মন–মগজুত অলোড়ন সৃষ্টি কৰিছিল, সেই কেইজনৰ মনলৈ অহা নামকেইটি হ’ল – সত্যনাথ বৰা, লক্ষ্মীনাথ বেজবৰুৱা, কালিৰাম মেধি, বেণুধৰ শৰ্মা, বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, যজ্ঞেশ্বৰ শৰ্মা, বিৰিঞ্চি কুমাৰ বৰুৱা, মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, হোমেন বৰগোহাঞি, নীলমণি ফুকন, ভবেন বৰুৱা আৰু ড০ হীৰেন গোহাঁই৷ এওঁলোকৰ…

নীলমণি ফুকনৰ শিল্প-সমালোচনাৰ বিষয়ে যৎকিঞ্চিত

দেৱকৃষ্ণ বৰুৱা “Painting is a form of poetry made to be seen.”              কবি নীলমণি ফুকনৰ শিল্প-সমালোচনাৰ বিষয়ে লিখিবলৈ লৈ বাৰে বাৰে লিঅ’ নাৰ্ড’দা ভিঞ্চিয়ে কৈ থৈ যোৱা সৰ্বকালৰ বাবে সত্য এই কথাষাৰেই মনলৈ আহি আছে৷ হয়তো এইবাবেই…

জ্ঞান আৰু প্ৰজ্ঞাৰ কবি নীলমণি ফুকন

কল্যাণী চক্ৰবৰ্ত্তী গগৈ জ্ঞান আৰু প্ৰজ্ঞাৰ মেটমৰা ভঁৰালৰ অধিকাৰী কবি নীলমণি ফুকনৰ কবিতাত প্ৰতীkবাদ আৰু চিত্ৰকল্পবদৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ বিদ্যমান৷ তেওঁৰ কবিতাৰ সৃষ্টিকৰ্মত উল্লেখযোগ্য কৰ্ম হিচাপে আমি কবিতা, গোলাপী জামুৰ লগ্ন, আৰু নৃত্যৰতা পৃথিৱীলৈ আঙুলিয়াব পাৰোঁ৷ ১৯৩৩ চনৰ ১০ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰি শিক্ষা,…

জ্ঞানপীঠ পুৰস্কাৰৰ সেন্দূৰীয়া আলিয়েদি অসমীয়া কবিতা

ৰাজীৱ বৰা         শিৰোনামটো দেখি ভাব হ’ব পাৰে একোজন সাহিত্যিকৰ বাবে জ্ঞানপীঠৰ দৰে পুৰষ্কাৰ লাভ কৰাৰ বাটটো চাগৈ মসৃণ, আয়াসসাধ্য আৰু সেন্দূৰীয়া আমটোৰ দৰে কেৱল দৃষ্টিনন্দনেই নহয় তৃপ্তিদায়কো৷ পিছে সেয়া নহয়; ই কষ্টসাধ্য, সাধনালব্ধ আৰু বহু সময়ত এই…

আধুনিক অসমীয়া কবিতা আৰু নীলমণি ফুকন

(অসমৰ জাতীয় কবিৰূপে সন্মানিত, দেশৰ সাহিত্যক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠেৰে সন্মানিত, কবিৰত্ন, কবিসূৰ্য, কবি শিৰোমণি, কাব্যভীষ্ম, কবিপিতা আদি অশেষ বিশেষণেৰে মণ্ডিত কবি নীলমণি ফুকন।  বহুদিনৰেপৰাই তেখেতক লৈ এটা বিশেষ সংখ্যা প্ৰকাশৰ পৰিকল্পনা আছিল অন্যযুগৰ। এই বিশেষ সংখ্যাটো প্ৰকাশ কৰিবলৈ পাই অন্যযুগে…

কবিতাৰ আঁৰৰ কাহিনী : ‘আহক ওলাই যাওঁঁ’

 চাবিনা বেগম অসমীয়া কবিতাৰ পাঠকক নীলমণি ফুকননো কোন সেই কথা পুনৰাই  নক’লেও হ’ব৷ ২০২১ চনৰ সাহিত্যৰ ওখ খাপৰ স্বীকৃতি জ্ঞানপীঠ বঁটা লাভ কৰা কবিজনে অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ নতুন আংগিক আৰু বিষয়বস্তুৰে আগবঢ়োৱা অৱদানে আধুনিক অসমীয়া কবিতাৰ ভেটি সুদৃঢ় কৰিলে৷ ১৯৩৩ চনত…