Tag সংস্কৃতি

গ্রন্থ প্ৰকাশনৰ সৈতে জড়িত কেৰিয়াৰ

 ড° বুলজিৎ বুঢ়াগোহাঁই ভাৰত এখন গৰিষ্ঠ সংখ্যক গ্ৰন্থ প্রকাশ কৰা দেশ। ভাৰত হয়তো একমাত্ৰ দেশ য’ত ২৪টা ভাষাত গ্ৰন্থ প্ৰকাশ পায়। ইয়াৰে অধিকাংশই গ্রন্থ ইংৰাজী ভাষাত প্ৰকাশ পায়, তাৰ পিছতে হিন্দী, বাংলা আদি ভাষাত প্ৰকাশ পায়।   য়ুনেস্ক’ৰ (UNESCO-United Nations…

উপহাৰ

স্মৃতিৰেখা দেৱী আজি স্কুল বন্ধ ৷ ৰাতিপুৱা পঢ়াৰপৰা উঠিয়েই নয়নাই ওচৰৰে ৰমেনহঁতৰ পদূলিৰ শেৱালিজোপাৰ তলত সৰি থকা ফুল কেইপাহমান বুটলি আনিলেগৈ ৷ শেৱালি ফুলৰ কোমল গোন্ধটো তাই খুব ভাল পায় ৷ এদিন মাকে কৈছিল, শেৱালি ফুল ফুলা শৰৎ কালৰ ৰাতিপুৱাবোৰত…

সততাৰ বিপ্লৱ : এক উপলব্ধি

সততা বুলিলে কি বুজায় সেয়া আমি সকলোৱে জানো যদিও ইয়াৰ সংজ্ঞা এটা নিৰূপণ কৰা সহজ নহয়৷ পিছে দিনটোত আমি অন্ততঃ এবাৰলৈ হ’লেও এই শব্দটো উচ্চাৰণ নকৰাকৈ নাথাকোঁ৷ উচ্চাৰণ কৰোঁ ঠিকেই, পিছে আমি নিজে কিমান দূৰলৈ সৎ হৈ থাকিবলৈ যত্ন কৰোঁ অথবা…

নম ৰসাপ

মূল হিন্দী : ড° যমুনা বিনি অনুবাদ: জাহ্নৱী গগৈ    (ড০ যমুনা বিনি অৰুণাচল প্ৰদেশত জন্মগ্ৰহণ কৰা এগৰাকী জনপ্ৰিয় লেখিকা। মুলতঃ হিন্দী ভাষাত সাহিত্য চৰ্চা কৰা ড০ বিনিৰ কেইবাখনো কবিতা, লোককথা, আৰু গল্প সংকলন প্ৰকাশ পাইছে ভাৰতৰ বহুকেইটা ভাষালৈ তেখেতে হিন্দীত…

মৈমনসিংহ-গীতিকা

মৈমনসিংহ-গীতিকাৰ অনুবাদ  ‘মহুৱা’ কাব্যানুবাদ : ড° প্ৰাণ্‌জিৎ বৰা মৈমনসিংহ গীতিকাৰ শতবৰ্ষ আৰু কিছু কথা  অবিভক্ত ভাৰতবৰ্ষৰ অন্যতম বৃহৎ জিলা মৈমনসিংহৰ নামেৰেই পৰিচিত সেই অসামান্য সংকলন, মৈমনসিংহ গীতিকা ৷ আজিৰ পৰা এশ বছৰ পূৰ্বে ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত হৈছিল এই…

অন্ন, বস্ত্ৰ, আৰু বাসস্থান

 ড° ভাৰত বৰুৱা (১)    মানৱী জীৱনৰ প্ৰয়োজনবোৰৰ ভিতৰত অন্ন, বস্ত্ৰ, আৰু বাসস্থানেই অগ্ৰাসন লাভ কৰি আহিছে। আন মৌলিক প্ৰয়োজনৰ ভিতৰত হৈছে বায়ু আৰু পানী, যি দুটা অতি সহজতে প্ৰকৃতিৰ পৰা উপলদ্ধ হয়। আমি যদি আজিৰ যান্ত্ৰিক বা আধুনিক যুগৰ পৰা আঁতৰি যাওঁ, মানৱে এই…

সুৰুয সূৰ্য হ’ল

 চন্দ্ৰাৱলী বৰঠাকুৰ   এইবছৰ জুন মাহত লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ ফল ঘোষিত হল। বিগত বছৰৰ দৰে এইবছৰো প্রথম চাৰিটা স্থান মহিলাই লাভ কৰিবলৈ সক্ষম হৈ, মহিলাৰ অৱস্থান উন্নত কৰিছে। সৰ্বভাৰতীয় পৰীক্ষাত অসমৰো মান ময়ূৰ হাজৰিকাই ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু…

সুকৃতি বৰুৱাৰ সান্নিধ্যত

 অসীম তালুকদাৰ   চেলিব্ৰিটিবোৰ যেনে– খেল জগতৰ তাৰকা, চিনেমাৰ অভিনেতা-অভিনেত্ৰী, শিক্ষা তথা অন্যান্য দিশতো শীৰ্ষত আৰোহণ কৰা ব্যক্তিসকলৰ প্ৰতি সাধাৰণ মানুহৰ কিবা এক অনামী আকৰ্ষণ জাগি উঠে ৷ আমাৰ দৰেই তেজ-মঙহৰ মানুহ বুলি জানিও তেনে ব্যক্তিসকলে দৈনন্দিন জীৱনত কি কৰে,…

শ্ৰী ৰঘুপতি (২০২৩) : অসমীয়া চলচ্চিত্ৰৰ ভাগ্যোদয়

 প্ৰণৱ মেধী   শৈলেন কুমাৰ শৰ্মা প্ৰযোজিত, ৰবি শৰ্মাৰ কাহিনী আৰু সংলাপ, সুব্ৰত কাকতিৰ  চিত্ৰনাট্য, পৰিচালনা, সম্পাদনাৰ অসমীয়া চলচ্চিত্ৰ শ্ৰী ৰঘুপতি  অসমীয়া মনোৰঞ্জনধৰ্মী  চলচ্চিত্ৰ জগতত এক উল্লেখযোগ্য সংযোজন৷ চিনেমেটিক ট্ৰিটমেন্টৰ সঠিক প্ৰয়োগৰ সিংহভাগ স্পষ্টতা থকা চলচ্চিত্ৰখনৰ কাৰিকৰী কৌশলৰ প্ৰয়োগ বেহিচাপী,…

‘তৰা’ছ হাজবেণ্ড

 ৰিমলী বৰকটকী   চিনেমাখনৰ নামটি নিশ্চয়কৈ অসমীয়া ৰাইজৰ পৰিচিত৷ ভিলেজ ৰকষ্টাৰ, বুলবুল কেন ছিংখ্যাত প্ৰযোজক, পৰিচালক ৰীমা দাসৰ এই ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয় যোৱা বৰ্ষৰ TIFF (Toronto International Film Festival)-অত৷ TIFF-অৰ লগতেই পৰৱৰ্তী পৰ্যায়ত বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, কলকাতা আন্তঃৰাষ্ট্ৰীয়…