এঘণ্টাৰ গল্প
মূল : কেইট চ’পিন, The story of an hour অনুবাদ : নিংকু নিশা নেওগ মিচেছ মেলাৰ্ডে বহুদিন ধৰি হৃদযন্ত্ৰৰ অসুখত ভুগি থকাৰ কথা সকলোৱেই জানে। সেয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ খবৰটো তেওঁক জনাওঁতে সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰিছে। …
মূল : কেইট চ’পিন, The story of an hour অনুবাদ : নিংকু নিশা নেওগ মিচেছ মেলাৰ্ডে বহুদিন ধৰি হৃদযন্ত্ৰৰ অসুখত ভুগি থকাৰ কথা সকলোৱেই জানে। সেয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ খবৰটো তেওঁক জনাওঁতে সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰিছে। …
বুবুল শৰ্মা মতা কুলি সুৱদি কুলিৰ সুৰৰ মূৰ্ছনাই,মৰুময় পৃথিৱীৰ বুকুত যেন মৰূদ্যানৰ সম্ভেদ দিছে ৷ শীতৰ ঠেঁটুৱৈ জাৰত গছৰ পাত সৰি গছ লঙঠা হয় ৷ পিছে মাঘী বৰষুণজাকৰ পাছৰে পৰাচোন দূৰ-দূৰণিৰ পৰা ৰিণিকি ৰিণিকি ভাহি আহিল কুলি-কেতেকীৰ মাত ৷ গছবোৰ…
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) ঘৰবোৰ মৰ্যাদা অনুসাৰে সজা হৈছে। তাই পৰম্পৰা মতে ৰাজ্যখনত ৰজাতকৈ উন্নত ঘৰত কোনো থাকিব নোৱাৰে। যদি কোনোবাই ধনগৌৰৱত তেনে ঘৰ বান্ধেও তেন্তে তাক অচিৰেই ভাঙি দিয়া হয়। ৰজাৰ পিছতে দুজন মন্ত্ৰী কুনহাই ডাঙৰীয়াৰ ঘৰৰ…
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) সি ঠাই এখন পাইছে। নাম্-ৰুকতে খিলঞ্জীয়া প্ৰজাই কৈ পঠাইছিল– ভাটিলৈ এখন ভাল ঠাই আছে। তাৰে দুজনক লৈ আহি সি ঠাইখন উলিয়াইছেহি। সি চাৰিওফালে চাই পঠিয়ালে, ওচৰত তেনেকৈ গাঁও-ভূঁই নাই। ঠাইখন যথেষ্ট বাম যেনো লাগিছে।…
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) (বিশ) বৰচ’ৰাত নিতৌ মেল বহে ৷ এনে এটা দিনৰে কথা : আজি আকৌ কেইটামান অভিযোগৰ বিচাৰ আছে। নাম-ৰূকতে বন্দী কৰি অনা এটা মানুহ আৰু এজনী তিৰোতাৰ দুটা সুকীয়া সুকীয়া বিচাৰ, তাৰ শাসনকৰ্তা খুন্-টঙে…
দ্বীপৰাজ ৰঙাবোৰ ৰঙা। তেজৰঙা চাকিৰঙা ৰঙাসাপ অবাস্তৱিক ভোকোন্দা গেৰিলা দাউকৈ চাকিশলা জ্বলোৱা। চুমা খোৱা এটাকৈ মৰাশবোৰৰ কপালত তোমালোক জ্ঞাতিৰঙা। ৰঙচুৱা কপাল চোতাল ৰঙচুৱা বুকু এঙেৰুৱা। মনবোৰ তেজতকৈ ৰঙা হ’লে যুদ্ধৰ বাটলৈ এপৰ .. হাতত চকৰীফেঁটী। এটা এলিয়টী…
হৰেকৃষ্ণ ডেকা “Just when you think you know something, you have to look at in another way. Even though it may seem silly or wrong, you must try.” From the movie Dead Poet’s Society কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ…
নীলাক্ষী চলিহা গগৈ ‘আহিছে কোনোবা’, ফুচফুচাই ক’লে নিভাই। ‘গগৈদা হ’ব’, কাণ উনাই ক’লোঁ মই। ‘নহয়৷’ ‘কোননো আছে আৰু…??’ আমাৰ ঘৰটো দুমহলীয়া। আমি থকা ওপৰ মহলালৈ কোনোবা উঠি আহিছে যেন লাগিল। প্লাষ্টাৰ নকৰা, খহটা পকাৰ চিৰিটোৰে হাৱাই ছেণ্ডেলৰ চেটেপ্ চেটেপ্…
ৰচনা পাঠক বীৰবলৰ ডেকা কালৰ কথা৷ এদিন দৰবাৰত বহি থাকোঁতে শ্বাহেনশ্বাহে প্ৰশ্ন সুধিলে, অসাধ্য সাধন কৰি দেখুৱাব পৰা সভাসদ মোৰ এই দৰবাৰত আছেনে? সমজুৱাসকলৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ’ল৷ কোনোৱে ঘৰৰ মুধচত উঠি জঁপিয়াই পৰি হাত-ভৰি ভাঙিলে, কোনোবাই গৰম পানীত বুৰ মাৰি…
নীলোৎপল বৰুৱা : চোৱাঁ…নিমখ মূল কথা। নিমখ অনুঘটক। নিমখ সংঘটক। নিমখ মেইন। দুবদুবকৈ শ্ৰীযুত হাজৰিকাৰ হৃৎপিণ্ডই শব্দ কৰিছে। তেখেতৰ সিৰা আৰু ধমনীবোৰৰ ভিতৰ ফালে ডাঠ চৰ্বীৰ আস্তৰণ পৰিছে। সেই প্ৰলেপৰ মাজৰে সৰকি যোৱা তেজৰ ফোৱাৰাবোৰে পৃথিৱীৰ পৰা লোৱা বতাহ…