সন্ধান
আকাশ দীপ্ত ঠাকুৰ গাৰুত পৰি থকা চাদৰখনকে আঁকোৱালি লৈ শুই থাকোঁতে অকণমানি শৰীৰটোলৈ সন্তৰ্পণে বগুৱা বাইছিল সেই গোন্ধটো ‘মা মা গোন্ধাইছে চাদৰখন গাৰুটো, বিছনাখন, গোটেই ঘৰটো’ উমান পোৱা নাছিলোঁ গাখীৰ খোৱা দাঁতবোৰে গজালি মেলিছিল যেতিয়া বিছনাখন মা…
আকাশ দীপ্ত ঠাকুৰ গাৰুত পৰি থকা চাদৰখনকে আঁকোৱালি লৈ শুই থাকোঁতে অকণমানি শৰীৰটোলৈ সন্তৰ্পণে বগুৱা বাইছিল সেই গোন্ধটো ‘মা মা গোন্ধাইছে চাদৰখন গাৰুটো, বিছনাখন, গোটেই ঘৰটো’ উমান পোৱা নাছিলোঁ গাখীৰ খোৱা দাঁতবোৰে গজালি মেলিছিল যেতিয়া বিছনাখন মা…
আকাশ দীপ্ত ঠাকুৰ ‘কল্পবিজ্ঞান গল্প’ৰ নিৰ্দিষ্ট সংজ্ঞা কি হ’ব পাৰে– এই সম্পৰ্কে বিশ্বসাহিত্যৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে সময়ে সময়ে বৰেণ্য লেখকসকলৰো বিভিন্নজনে বিভিন্ন মত দিয়া পৰিলক্ষিত হয়৷ ‘বিজ্ঞান-কাহিনী’ৰ এগৰাকী পণ্ডিত তথা বিশেষজ্ঞৰূপে অভিহিত কৰিব পৰা আইজাক আছিমভে এইদৰে কয়–“…Realistic…
আকাশ দীপ্ত ঠাকুৰ “উঠাঁ পাঞ্চালী… উঠাঁ৷ চোৱাঁ… অৱশেষত ময়ো পতিত হ’লোঁ৷ সম্পূৰ্ণ নহ’ল মোৰ সশৰীৰ স্বৰ্গাৰোহণ৷ সৌৱা চোৱাঁ… জ্যেষ্ঠ ভ্ৰাতা ধৰ্মৰাজ অকলেই আগ বাঢ়িছে…৷ এতিয়া মাথোঁ তেওঁৰ সংগী সেই সাৰমেয়৷” নিথৰ হৈ পৰা দ্ৰৌপদীৰ শৰীৰটোলৈ চাই বিহ্বল হৈ পৰিল বৃকোদৰ৷…
আকাশ দীপ্ত ঠাকুৰ সামান্য জালুকৰ গুৰি দি বাকি অনা ৰঙা চাহকাপ আৰু অকণমানি বিস্কুটৰ পেকেটটো কাষৰ সৰু মেজখনতে থৈ মই মালাৰ ফালে এবাৰ চালোঁ৷ মনতে ভাবিলোঁ, চাহকাপ খোৱাৰ আগতে এইমাত্ৰ বাহিৰত দেখি অহা সেই আচহুৱা ঘটনাটোৰ বিষয়ে তেওঁক কোৱা যাওক৷ …শীৰ্ণকায়…
আকাশ দীপ্ত ঠাকুৰ “ইমান কিয় ভাবনাবিভোৰ মন মৈথিলী ! আমিতো আজি কেৱল মৌনতাক সাক্ষী কৰি এনেকৈ ক্ষণ গণি থাকিম বুলি লগ হোৱা নাছিলোঁ৷ আচৰিত…তোমাৰ নিৰৱতাই যদি এতিয়া মোকো ভাষাহীন কৰি তোলে…? ” খিলখিলাই হাঁহি দিলে ৰাধাই৷ ক্ষণিকৰ বাবে যেন…
আকাশ দীপ্ত ঠাকুৰ (৯) দোকানৰ ভিতৰৰপৰা বাহিৰখনৰ কিছু অংশলৈকে সাৰি জাবৰবোৰ বাহিৰলৈ বাটৰ কাষলৈ উলিয়াই থোৱা ভঙা প্লাষ্টিকৰ বাল্টিটোত পেলাই দিয়াৰ পাছতে নীলাঞ্জনাই সময়টো মন কৰিছিল৷ সাত বাজি গ’ল৷ লৰালৰিকৈ তাই ভিতৰৰ ফালে আহি বাহী ঘৰটো এফালৰপৰা সাৰিবলৈ আৰম্ভ কৰি…
আকাশ দীপ্ত ঠাকুৰ (৮) কিছুমান কথা কওঁ বুলিও কাকো ক’ব নোৱাৰি৷ কিছুমান অনুভূতি হৃদয় ফালি উলিয়াই আনিব নোৱাৰি৷ কিছুমান বেদনা নিজৰ মাজতে হেৰুৱাই, লুকুৱাই তাতে নিঃশেষ কৰি পেলাব পাৰি৷ যিবোৰ কথা মুকলি হৈয়ো গোপন, সেইবোৰৰো আমেজ ল’ব পাৰি গোপনেই…আৰু…
আকাশ দীপ্ত ঠাকুৰ (৭) …চৌপাশে যেন আৰম্ভ হ’ল কিছুমান অস্ফুট কোলাহল। নীলাঞ্জনাই তেতিয়াও সাৰ পোৱা নাছিল। আধা টোপনিৰ আৱেশত তাই কেৱল শুনিবলৈ পাইছিল সেই কোলাহলৰ কিছু অংশ। সোনকালে উঠিবলগীয়া অৱশ্যে তেনেকৈ কোনো কাৰণো নাছিল বাবেই চাগৈ টোপনিৰ আৱেশ আঁতৰি…
আকাশ দীপ্ত ঠাকুৰ (৬) (যোৱা সংখ্যাৰ পিছৰ পৰা) আৰু… এখন ঘৰ, এখন দোকান, এটা অগতানুগতিক পৰিয়ালৰ আৱেষ্টনী ভেদ কৰি নীলাঞ্জনাই ভৰি দিলে কলেজ চৌহদত। অপ্ৰত্যাশিত, অবাঞ্ছিতভাৱেই পাৰ হৈ অহা জীৱনটোৰ অকথিত গোপন কাহিনীবোৰ জানি লোৱাৰ পাছত অৱধাৰিতভাৱেই নীলাঞ্জনা সাজু হৈছিল…
আকাশ দীপ্ত ঠাকুৰ (যোৱা সংখ্যাৰ পিছৰ পৰা) নীলাঞ্জনাহঁতৰ পৰীক্ষাৰ ৰিজাল্ট ওলাবলৈ বেছি দিন নাই বুলি খা-খবৰবোৰ কাৰোবাৰ মুখেৰে গম পোৱা গৈছিল। দোকানৰ সন্মুখৰ গ্ৰাহকেনো নাগায় কি! বিভিন্ন কথা বিভিন্ন বাতৰি…। কিন্তু নিশা চাৰে ন বজাৰ পাছত কেতিয়াবা ঘৰখনৰ বাহিৰৰ ফালে…