Category গল্প

Galpa April 2022

 এজন পেছাদাৰী শিল্পীৰ কৰ্ম-দৰ্শন আৰু চিন্তালানি -জীৱন কিশোৰ ———————– (১) ভি, কে, বাসুদেৱন এজন তেনেই সহজ-সৰল লোক । তেওঁৰ অজস্ৰ অনুৰাগীৰ মাজত এই অভিধাৰেই তেওঁ পৰিচিত। এদিন  ৰাতি শোৱাপাটীত পৰি তেওঁ পুৰণি লগৰীয়া বাসৱ আৰু দেবুৰ গোটেই জীৱনটোৰ বিষয়ে ভাবিবলৈ…

শশধৰ

 যশোৱন্ত নিপুণ ৰাতুলে বাৰে বাৰে ঘড়ীটোলৈ চাইছিল৷ শশধৰে দিয়া সময়তেই যদি আহি পায়? সেই হিচাপত মাত্ৰ দহ মিনিটমানহে বাকী আছে৷ তেওঁতো দুঘণ্টাতকৈ বেছি থাকিব নোৱাৰিব বুলি কৈ থৈছে৷ সভাপতি, স্থানীয় এজন সাহিত্যিক নকুল ৰাভাই ইতিমধ্যেই তেওঁৰ এঘণ্টামান দেৰি হ’ব বুলি ফোনত কৈছে৷ …

স্বৰ্গ স্বৰ্গাৰোহণ

 স্ৰোতস্বিনী তামুলী          পৃথিৱীখনে বৈদুৰ্য মণি হেন বৰণ লৈছিল, দেখি এনে লাগিছিল যেন সমুখৰ পথাৰ, খেৰেৰে সজা কলহৰ মুখখনেৰে টেলেকা-টেলেক চকুৰ ছোঁবোৰ, ধূলিময় গোবাটবোৰ আৰু আনকি দূৰৈৰ সৰু সৰু ঘৰবোৰো এক নীলা নিচাত বুৰিবলৈ ধৰিছে। ক্ৰমশঃ ধূসৰ হৈ পৰিছে সকলো।…

এলেং

 জয়ন্ত দত্ত                                                   দৈনিক কাকতখনৰ চুকৰ বগা–ক’লা ফটোখনত চকু পৰাৰ লগে লগেই ওফন্দি আহিলে মোৰ সোঁৱৰণিৰ…

ৰহিমলা ঐ

প্ৰতীক্ষা বৰা   আৰু এনেকৈয়ে, থনৰকৈ ভাগিল বুকুখন। বুকু ভঙাৰ শব্দটো যেন ইন্দ্ৰাণী শইকীয়াৰ কাণতহে বাজিল। হাই–উৰুমি নোহোৱা জঠৰ দুপৰীয়া এটাত কাণ দুখন জোৰকৈ হেঁচি ধৰিবৰ মন গ’ল তেখেতৰ, হো–হোৱাই উজাই অহা আগবেলাৰ হজম হ’বলৈ নেদেখা খোৱাবোৰক ঘটিয়ে ঘটিয়ে পানী খাই উলিয়াই…

বিড়াল

 নীলোৎপল বৰুৱা দণ্ডপাণি শ‌ইকীয়া ইজিপ্টলৈ যোৱা নাই! নাই যোৱা। খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গিজাত উঠা পলাৰ’য়ড  ফটো এখন থাকিলহেঁতেন। নতুবা শোঁটোৰা-শোঁটোৰি টান ছালৰ স্ফীংছৰ মেকুৰী এটা আহিলহেঁতেন টোকেন হিচাপে।   অৱশ্যে বুঢ়াই ইচ্ছা কৰিলে পাৰে। বহুত কিবা কিবিয়েই পাৰিলেহেঁতেন। কাজাখস্তানৰ প্ৰত্যন্ত…

Sapiens: A Brief History of Humankind : মানৱপ্ৰজাতিৰ ইতিহাস আৰু অস্তিত্বক লৈ কৰা প্ৰশ্নোত্তৰৰ বিস্তাৰিত ব্যাখ্যাৰে এখন উৎকৃষ্ট গ্ৰন্থ

 গীতিকা শইকীয়া   প্ৰশ্ন হয় যে মানৱে জীৱ-জন্তু তথা প্ৰকৃতিৰ ওপৰত আধিপত্য খটুৱাবলৈ কেনেকৈ সফল হৈছিল? কেনেকৈ প্ৰাচীন জংঘলী মানৱে সংঘবদ্ধ হৈ থাকি চহৰ আৰু ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ কেনেকৈ শিকিলে? তেনেদৰে মানৱে কেনেকৈ ভগৱান নামৰ এক সৰ্বশক্তিমান শক্তিৰ উপস্থিতিক, ৰাষ্ট্ৰ…

উদাৰমনা গছজোপা

মূল : শ্বে’ল চিলভাৰষ্টেইন গল্প :  ‘দা গিভিং ট্ৰী’ (The Giving Tree) অসমীয়া অনুবাদ : বিদিশা দত্ত কথক— বহু দিনৰ আগৰ কথা, এজোপা গছ‌ আছিল। এটা কণমানি ল’ৰাক গছজোপাই বৰ ভাল পাইছিল। প্ৰতিদিনে ল’ৰাটো গছজোপাৰ ওচৰলৈ গৈছিল আৰু দুয়ো দুয়োৰে সংগ খুব…

এটা মাল্টি কালাৰ্ড গল্প

 স্ৰোতস্বিনী তামুলী ওখ বিল্ডিংটোৰ চাদৰ পৰা ধমহকৈ সৰি পৰিল সি— চিঞৰ এটা বনফৰিং হৈ উৰা মাৰিল। তাৰ হাত-ভৰিকেইটাই মাটিক লেহন কৰিছে। মাটিৰ চেঁচা কেঁচা-কেঁচা গোন্ধটোত সি সাৰ পালে। অসহ্য লাগিল তাৰ। গেট লষ্ট!— নালাগে আৰু আহিব আজিৰ পৰা তুমি। তোমাৰ প্ৰয়োজন শেষ। এই…

বিড়াল

 নীলোৎপল বৰুৱা দণ্ডপাণি শ‌ইকীয়া ইজিপ্টলৈ যোৱা নাই! নাই যোৱা। খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গীৰ্জাত উঠা পলাৰ’য়ড  ফটো এখন থাকিলহেঁতেন। নতুবা শোঁটোৰা-শোঁটোৰি টান ছালৰ স্ফীংছৰ মেকুৰী এটা আহিলহেঁতেন টোকেন হিচাপে।   অৱশ্যে বুঢ়াই ইচ্ছা কৰিলে পাৰে। বহুত কিবা কিবিয়েই পাৰিলেহেঁতেন।…