জলছবিত জীৱনৰ আঁক-বাক
অংকিতা বৰুৱা মেঘৰ গাজনি আৰু দপদপিয়া বৰষুণজাকৰ শব্দত গভীৰ টোপনিৰপৰা উচপ খাই সাৰ পাই উঠিলোঁ৷ চকুহাল মোহাৰি কেইটানো বাজিছে চাবলৈ শিতানত থকা ম’বাইলটো হাতেৰে খেপিয়াই অনুমানতে বুটামটো টিপিলোঁ। ৰাতিৰ শেষ প্ৰহৰ … পুনৰ এটা প্ৰচণ্ড কাণ তাল মৰা শব্দত বিছনাখনতে…