গোন্ধ
ড০ স্মৃতিমালা শৰ্মা আকৌ সেই গোন্ধটোৱে মোক মতলীয়া কৰিছে। মই কেইবাটাও উজাগৰী ৰাতি পাৰ কৰিছোঁ। দিনে-ৰাতিয়ে গোন্ধটোৱে মোক মোহাচ্ছন্ন কৰি ৰাখিছে। অফিচৰ কোনো কামতে মই মন বহুৱাব পৰা নাই। কিমানটা ফাইল পৰি আছে। আচলতে কি হৈছে মই ধৰিব পৰা…
ড০ স্মৃতিমালা শৰ্মা আকৌ সেই গোন্ধটোৱে মোক মতলীয়া কৰিছে। মই কেইবাটাও উজাগৰী ৰাতি পাৰ কৰিছোঁ। দিনে-ৰাতিয়ে গোন্ধটোৱে মোক মোহাচ্ছন্ন কৰি ৰাখিছে। অফিচৰ কোনো কামতে মই মন বহুৱাব পৰা নাই। কিমানটা ফাইল পৰি আছে। আচলতে কি হৈছে মই ধৰিব পৰা…
জয়ন্ত দত্ত অক থুঃ! ৰূপেশ্বৰ বায়নে আজিও সপোনত ৰাকেশ দত্তক দেখিলে। সপোনতে আপোনা-আপুনি মুখৰ পৰা ছিটিকি পৰিল থু এথেপা। বাহি থুৰ অকটা গোন্ধ এটাই সাবটি ধৰিলেহি কোঠাটো। মানুহটো খপ্-জপ্কৈ সাৰ পাই গ’ল আৰু বিছনাৰ পৰাই ঢুকি পোৱাতে থকা বেৰৰ…
ডা০ নয়নজ্যোতি শৰ্মা অদৃশ্য মকৰাজালত গাঁথ খোৱা পাত এখিলাৰ দৰে হাছিনা নিৰ্ভাৰ হৈ ওপঙি আছে। অভ্যাসৰ চিনাকি পৃথিৱীখন ইতিমধ্যে ভস্মসাৰ হৈ পৰিছে। তাৰ ঠাইত থিতাপি লৈছে ধূলি-ধোঁৱা-ছাই আৰু দুৰ্ভাগ্যৰ এক নতুন গ্ৰহান্তৰ। আৰু সেই কৃষ্ণগহ্বৰসদৃশ অৱস্থিতিয়ে পুৰণি পৃথিৱীখনৰ স্মৃতি পৰ্যন্ত…
অজিত ছিংনাৰ এটা শিলৰ ওপৰত বহি ছাৰপঙে নদীখনলৈ চাই আছে৷ নদীখনৰ লগত তাৰ সম্পৰ্ক আছিল যেন আজন্ম৷ সঁচাকৈয়ে নদীখনৰ লগত তাৰ আছিল এটা বৰ মধুৰ সম্পৰ্ক৷ সি মাক আৰু বায়েকৰ লগত নদীখনৰ পানী ঘৰলৈ কঢ়িয়াইছিল৷ মাক-বায়েকে লাংথেৰে আৰু সি…
অংকিতা বৰুৱা টুনি লাইট আৰু বহুবৰ্ণী পাখি ওলমি থকা ঘূৰণীয়া আকৃতিৰ যতনটোক সি হাতেৰে ঘূৰাই পকাই বৰ মনোযোগেৰে পৰীক্ষা কৰিছে৷ ঘূৰণীয়া অংশটোৰ আৰম্ভণি অথবা শেষ বিন্দুটোক বিচাৰি উলিয়াব পাৰে নেকি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি মাজে মাজে চকু দুটা মোহাৰি লয় সি৷…
নীলোৎপল বৰুৱা চক্ৰৰ বিষয়ে জনাৰ আগলৈকে শ্ৰীচক্ৰধৰ নাথ, পিতা ৺ ডিম্বধৰ নাথ, সাং- লাচিমৰ চুক, মৌজা-চুকাপথাৰ, এজন পুৰামাত্ৰাৰ সৰলৰৈখিক ব্যক্তি আছিল। যেন এটা চিধা পকা আলিত চলি থকা চিকচিকিয়া বাছগাড়ী এখনৰ যাত্ৰী। ‘ইতি আপোনাৰ একান্ত বিশ্বাসী’ শৈলীৰ। জীৱনৰ পৰ্যায়বৃত্ত…
পল্লৱী কৌশিক শৰ্মা নাই.. একোৱেই প্ৰশমিত কৰিব পৰা নাই তাইৰ অস্থিৰতাক। কাকো ভৰষা বা নিশ্চিতিৰে ল’ব পৰা নাই তাই৷ চাৰিওফালে যেন কৃত্ৰিমতাৰ সাজ পিন্ধা এজাক মুখাধাৰী জীৱ! হতাশাৰ চৰম বিন্দুত উপৱিষ্ট হৈ নিজকে তুলি ধৰা ইমান কষ্টকৰ নে! এৰা, ভীষণ…
যশোৱন্ত নিপুণ কাষৰ মানুহজনৰ চিঞৰ আৰু কেঁকনিৰ শব্দবোৰে গোটেই নিশাটো মোৰ চকুলৈ টোপনি আহিবলৈ দিয়া নাছিল ৷ সেই কাৰণেই বোধহয় খুৰাৰ বিছনাৰ কাষৰ নীলা কুচন লগোৱা সৰু বিছনাখনত ৰাতিপুৱাতেই অলপ সময়ৰ বাবে মই বৰ গভীৰ টোপনিত লালকাল দিছিলোঁ…
শিল্পীকা ৰাজগুৰু ৰঘু বাচফৰক শঙ্খলীনাই লগ পাইছিল এক অগতানুগতিক পৰিস্থিতিত। তাইৰ দৈনন্দিন জীৱনটো আচলতে অতিশয় ব্যস্ততাময়, মহানগৰীৰ এখন প্ৰাইভেট কলেজত তাই শিক্ষকতা কৰে। পুৱা সূৰ্যোদয়ৰ পৰা ওৰেটো দিন কৰ্মব্যস্ততাৰ অন্তত আবেলি পৰত হে অকণ সময় তাই নিজলৈ বুলি আহৰি পায়।…
নীলোৎপল বৰুৱা পাত্ৰাছ মুণ্ডা পাপী নহয়। আনমনা। অন্যমনস্ক। তাকো মাত্ৰ প্ৰাৰ্থনাৰ সময়তহে। বাকী-তেওঁ চিকাৰী ঢোৰাসাপ এটাৰ দৰেই প্ৰখৰ আৰু দ্ৰুত। কপাল, বাহু আৰু তাৰ পাছত নাভীত চুই কাল্পনিক যোগ চিন এডাল আঁকি মুখৰে ‘পিতা পুত্ৰ আৰু পৰমাত্মাৰ নামত’ বুলি…