Category কবিতা

সাহসেৰে

কৌশিক বাস্যস ছায়াৰ দৰে ঘূৰি থাকে মন তেজটুপিকে দিয়াঁ মাৰ কৰঙন ফালি বৈ আহিছে বন্ধুহঁতে গা উজান দি চাইছে আলৰ কাউৰীয়ে  ৰমলিওৱা যদিও কৰি থাকোঁ হেহো-নেহো মূৰৰ আগটো ৰচীডালেৰে চেপি  ধৰিয়েই আছে  কোনোবাই মন গ’লেও গুচি যাব নোৱাৰোঁ ছাইথুপিকে দিয়াঁ…

পদ্যৰে যোগ নেওতা

অনসূয়া বৰঠাকুৰ          ১ + ১ = ২ (একে একে দুই) আপডাল কৰিছানে গছপুলি ৰুই?       ১ + ২ = ৩ (একে দুয়ে তিনি) ৰামানুজনকনো কোনে নাপায় চিনি!       ১ + ৩ =…

নীলমণি ফুকন শোৱা নাই

নীলিম কুমাৰ   নীলমণি ফুকন শোৱা নাই নীলমণি ফুকন শুব নোৱাৰে তেওঁ নোশোৱে তেওঁৰ টোপনি নাহে তেওঁ জাগৰণ দুচকু মেলি আছে তেওঁ ৰাতিৰ তৰাবোৰে তেওঁৰ চকুৰ পোহৰৰ স’তে ফেৰ মাৰিছে৷ নীলমণি ফুকন শোৱা নাই কাৰণে পৃথিৱী নৃত্যৰতা নীলমণি ফুকনে শোৱা…

নীলপিতা

প্ৰদীপ শইকীয়া   শিলৰ ঘোঁৰাই পানী খায় ৷ দৈৱকী হেৰায়   জুইতে সোমাইছোঁ নে পানীতে পৰিছোঁ বকফুলৰ বিচনাত আমি অতকাল তাকেই পাতি আছিলোঁ   দেৱতাৰ মানৱায়ন  চন্দ্ৰহাস এখন তৰোৱালৰ নাম মৰা জোনাকী দেখা নাই ৷ বিহৰা বিলত নুমলী চন্দ্ৰমাৰ খাৰু…

প্ৰিয়বৰেষু

পংকজ গোবিন্দ মেধি   নিদ্ৰামগ্ন ৰাতি এটাই দেও পাহাৰত পৃষ্ঠা লুটিয়াইছিল   নে সন্ধিয়াৰ ঢিমিক ঢামাক চাকিৰ পোহৰে আজাৰাৰ হাটত ঢেঁকীয়া বেচিছিল   আমি য’ত আছিলোঁ তাতেই আমাক তিলফুলৰ বাগিচা এখনে হাত বাউল দি মাতিছিল   আমি কপৌৰ ৰুণৰ লগত…

নীল সাগৰ

জ্যোতিনীলিমা গগৈ   বতাহত এক আৰণ্যক মায়া আছিল পথৰুৱা বেলিয়ে জুই দি নৈখনিক জোকাই থকাৰ পৰত হেমন্তৰ নিৰ্জনতাই তেওঁক মৃত্যুৰ বাবে প্ৰৰোচিত কৰিছিল মধুৰতম এক মৃত্যু আৱাহন   এটা শব্দৰো যে ইমান শকতি পানীৰ গভীৰলৈ এটা বাট সাজিব পাৰে কোনো…

নদীবোৰ শুকাই যোৱাৰ আগতে

( নীলমণি ফুকন ছাৰৰ জ্ঞানপীঠ প্ৰাপ্তিত) গায়ত্ৰী দেৱী বৰঠাকুৰ      বাখ্যেয় পংক্তি– নদীবোৰ শুকাই যোৱাৰ  আগতে   প্ৰসংগ– নদীবোৰ শুকাই যোৱাৰ আগতে ব’লা আমি এপলক জী আঁহোঁ পাহাৰৰ  হৰিৎ* বুকুত   সংগতি– সভ্যতাৰ শুকান বালিত অশ্বাৰোহী সৈনিক এজনে তেজে- তুমৰলি…

ফুলনিখনত বেলি

ঋষভ নাথ   তেওঁৰ ফুলনি খামুচি উঠিছিল বেলি হালধীয়া পাতবোৰ লৰি চৰি ছাঁত বতাহ সৰিছিল একেথৰে চাই তেতিয়াই   তেওঁৰ নামত তুলিলোঁ এমুঠিকৈ মাটি কচুপাতৰ পানীৰে চকু পখালি আমি পাতিলোঁ এখন আকাশ উৰি উৰি ঘূৰি বনগীতৰ দৰে ৰিণি ৰিণি পালোঁহি…

ইমান ফুলিছে হালধীয়া

ভাস্কৰ জে নাথ   ইয়াত হালধীয়া ফুলিছে কবি গঘৰ হাতখন বুলি ভুল কৰিছোঁ ইমান হালধীয়া যে কালি সপোনতো হালধীয়াকে ৰুলোঁ হালধীয়া হাত দুখনেৰে হালধীয়া খবৰ এটা পঢি থাকোঁতে হালধীয়া চৰাই এটাই  মোৰ বুকুৰ কামিহাড়ত হাহাকাৰ কৰি খুটিছে   টং টঙকৈ…

শ্ৰেষ্ঠ ভিক্ষা

অলকেশ কলিতা   শ্ৰেষ্ঠতম ভিক্ষা সেই প্ৰেম, যি মগনীয়াক সন্মানৰ উচ্চতম আসনত বহুৱাব পাৰে, আৰু দাতাৰ দাসত্ব একা ? তোমাৰ প্ৰেমত মোৰ হৃদয়ৰ প্ৰতিটো পাত লেৰেলিছে, আকাশ জঁয় পৰি গৈছে। এটি অতল কুঁৱাৰ তলিত অলপ বালি মাটি আৰু পাথৰৰ তৰপ।…