Category কবিতা

কবি হোৱাৰে পৰা

ধন দাস  সেইদিনা নৱকান্তই তোমাৰ খোপাতে আবেলি এটা বান্ধি দিছিল  আৰু আজি মই কছৰৎ কৰি আছোঁ  লাহ দিয়া বেলিটোক লৈ কোনখিনিত গুজিম গোন্ধ এটা হ’বলৈ  ( বাসনা ) কবি হোৱাৰে পৰা  ফু মাৰি ভাত খাব পৰা চোতালখন অকলশৰীয়া হ’ল দূৱৰিয়ে…

মহাকাব্যৰ পৃষ্ঠাৰ এক অজানা কাহিনী : বসুনন্দন

কংকণ শৰ্মা                       অতিসাম্প্ৰতিক সাহিত্য জগতত এটি বহুল সমাদৃত বিষয় হিচাপে পৰিগণিত হৈছে পৌৰাণিক চৰিত্ৰসমূহৰ (mythological characters) ওপৰত  বিস্তৃত অধ্যয়ন তথা গৱেষণাৰ জৰিয়তে প্ৰামাণিক তথ্য সহকাৰে লিখা উপন্যাস সাহিত্য৷ অৱশ্যে পণ্ডিত ৰাহুল সাংকৃত্যায়নৰ “ফ্ৰম ভল্গা টু গংগা” শীৰ্ষক গ্ৰন্থতো…

বিহামজ’ মংলী

 নীলোৎপল বৰুৱা   পৱিত্ৰ ৰাভাৰ প্ৰতিখন নাটকেই বিশালাকাৰ, আয়তনযুক্ত আৰু মহাকাব্যিক। কাহিনী বৃত্তান্ত নাটকীকৰণ কৰোঁতে তেখেতে একোটা বিৰাটাকায় ফ্ৰেম তৈয়াৰ কৰি লয়। প্ৰতিটো নাটকীয় উপাদান অথবা উপৰিসৌধটোক প্ৰক্ষেপ কৰোঁতে কৃপণালি নকৰে নতুবা বিব্ৰত নহয়। সাধাৰণতে পৰিচালকে ভয় কৰা লাৰ্জ স্কে’লৰ…

বাটৰ মালিতা

 উদয় কুমাৰ বৰুৱা   বাটটো মসৃণ নহয় তথাপি যাবই লাগিব মোৰ আগতেও গৈছে বহুজন পাছতো যাব কতজন   বিকল্প যেতিয়া নেথাকে ৰ’দ-বৰষুণ ধুমুহায়ো  ৰখাব পাৰে জানো কদাপি যাব খোজাজনক   বাটৰুৱাৰ বিৰক্তিবোৰো বাটটোৱে নিৰ্বিবাদে মানি লয় পিছে গতিশীল সময়ৰো সময়ত…

সাময়িক

দিগন্ত শইকীয়া   লালকাল এখন চহৰ চেতনাত ইথাৰ টোপনিৰ   টোপনিতো পতাকা উৰে   ভিতৰে বাহিৰে। বাহিৰে মদাৰ । নৰ্দমাত সৰে।   সৰি হেৰুৱায়। সপোন আৰু কবিতাত ৰৈ যায় নিৰ্যাস। পতাকাৰ পাতল শৰীৰ   বতাহত কঁপে   কঁপি কঁপি বৰণ…

মাটি-দেহ

ঋতুবাস্তৱ হাজৰিকা           চগাৰ জীৱন জীছোঁ উৰাৰ কৌশল শিকোঁতেই সৰি পৰিছে পাখি   এন্ধাৰত যেতিয়াই চাওঁ নিজক চকুৰ বিৱৰ্ণ আইনাত পৰি থাকে অলৰ নিথৰ মাটি-দেহ   মোৰ অজানিতে কলিজাত কোনে পুতি যায় ভঙা চিঁচাৰ তীক্ষ্ণ ধাৰ…

কেৰিয়াৰ হিচাপে অভিনয় (Acting)

 ড০ বুলজিৎ বুঢ়াগোহাঁই      অভিনয়ক বহুতে হ’বী হিচাপে গ্রহণ কৰা দেখা যায়। কিন্তু অভিনয়ক কেৰিয়াৰ হিচাপেও ল’ব পাৰি। অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ ডিগ্ৰী থকাটো প্ৰয়োজনীয় নহয়। ভাৰতৰ বহু সফল অভিনেতাই অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰা নাই। কিন্তু অভিনয় বা আনুষংগিক ক্ষেত্ৰৰ ডিগ্ৰী থকাটোৱে…

খবৰ

 উজ্জ্বল স্মৰণ দত্ত      চিলনীয়ে  থপিওৱাদি খবৰদাতাক খবৰে টানে । খবৰৰ বাবেই খবৰ বাঢ়ে খবৰবোৰ  খবৰ থকালৈহে খবৰ ৷ চানাচুৰ খবৰত বেমাৰ বাঢ়ে পুৰণি চহৰখনৰ ৷ সাত ইঞ্চি দৰত বিক্ৰী হয় খবৰদাতাৰ খবৰ ৰাখে কোনে তাৰ খবৰ পেটৰ পোৱে নাৰাখে খবৰ…

কাহিনী

 বন্দনা কৌশিক বৰদলৈ                    আমি কথাবোৰ দেখি থাকোঁ সিহঁতক সজাওঁ আৰু নাম দিওঁ কাহিনী এক কাহিনী দুই   একোটা সৰল ধাৰণাৰে আমি উপেক্ষা কৰোঁ কাহিনীৰ ভিতৰৰ কাহিনীক চৰিত্ৰৰ ভিতৰৰ চৰিত্ৰক   আচলতে, আমি খুব সহজভাৱেই কথাবোৰ মানি ল’ব খোজোঁ ধৰি…

নাকফুলি

কেশৱ চাউ   এঢলীয়া পাহাৰটোৰ তলেদি খোজ কাঢ়ি কাঢ়ি তোমালোক গুচি গ’লা গ’লা যে গ’লা – এবাৰ হ’লেও উভতি নাচালা!   মই ৰৈ আছিলোঁ কেনেবাকৈ ঘূৰি চালে কিজানি দেখা পাওঁ তোমালোকৰ খাৰুসদৃশ নাকফুলিবোৰ।   ঠিকনা : স্নাতকোত্তৰ প্ৰথম ষান্মাসিক ৰাজনীতি…