মন-ফুলৰ চিঠি
ধৰিত্ৰী বৰুৱা (১) যোৱাবাৰ শীতত মন-ফুল মৰিছিল, এইবেলি শীতত পলসুৱা হাত। ডিচেম্বৰ আৰু জানুৱাৰীৰ মাজত এয়াই তফাৎ। ঠেৰেঙা জাৰত কি ফুল আনিছা? সৰিয়হ নে আন কিবা? (২) শীতে জপাই থয় মেঘ, মেঘে সামৰে প্ৰেম। বৰষুণলৈ বাট নাচাবা, “জোন” বুলিলেইচোন…
ধৰিত্ৰী বৰুৱা (১) যোৱাবাৰ শীতত মন-ফুল মৰিছিল, এইবেলি শীতত পলসুৱা হাত। ডিচেম্বৰ আৰু জানুৱাৰীৰ মাজত এয়াই তফাৎ। ঠেৰেঙা জাৰত কি ফুল আনিছা? সৰিয়হ নে আন কিবা? (২) শীতে জপাই থয় মেঘ, মেঘে সামৰে প্ৰেম। বৰষুণলৈ বাট নাচাবা, “জোন” বুলিলেইচোন…
দাদুল ভূঞা ‘বুধিয়ক শিয়ালৰ’ সাধুটো মনত আছেনে আপোনাৰ শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই আমি গৈ আছোঁ একেটাই বাটেদি ভঙা-গঢ়া, সজাটোৱেই যদি মানুহৰ কাম তেন্তে, কোনে গঢ়িলে শিলৰ দুৱাৰ বন্ধ কুঠৰীত দেখোন জ্বলে— ধৰ্ম-অধৰ্ম, জাতি-অজাতি,…
অনুভৱ তুলসী ব্ৰডস্কি আৰু ৱালকটৰ কবিতাৰে মন-মগজু ধোওঁতে মুঠিয়ে মুঠিয়ে চুলি সৰিলত বছৰটো সাং হʼল নখ কটা কটাৰীৰ চেতনাৰ উপৰিতলত কঠুৱা খৰমৰ খোজ হয়, ফুলৰ মাজত পাৰিজাত পতঙ্গৰ মাজত পখিলা মোৰ যোৱাবেলিৰ প্ৰেমাষ্পদ মৰুৰ বালি বদলিত নিহিত নতুন বছৰ আগমনী…
বিপ্লৱ চুতীয়া এয়া শলিতা পোৰাৰ সময় চৌদিশে আচল-নকলৰ বৰ্ণান্ধতা মোৰ ওঁঠৰ একোণত এচিকুট বেঙুনীয়া আভা ‘বৈকাল’ত থাউনি নোপোৱা অলেখ স্বপ্ন-বাস্তৱ কালক্ৰমে বুকুত হিমায়িত হয় পৰাণৰ সুহুৰিবোৰ নিশাহ গধুৰ নিশা বেহেলাতো যাক ফুটাব নোৱাৰি যাৰ ভৰত এদিন স্থিতপ্ৰজ্ঞ পাহাৰ খহিবলৈ ধৰে…
অনুবাদ : ড° ৰঞ্জিত দত্ত (১) ৰূপকথা মূল : (ইংৰাজী) ডৰিচ লেচিং, ইউনাইটেড কিংডম ( ২০০৭ চনৰ সাহিত্যৰ ন’বেল বঁটা) যেতিয়া মই পিছলৈ উভতি চাইছিলোঁ মই গীত গোৱা যেন মনত পৰিছিল। তথাপি সেই উমাল দীঘল কোঠাটোত বিৰাজ কৰিছিল সদায়েই এক…
ধ্ৰুৱাৰ্ক চৌধুৰী (উৎসৰ্গা : ডঃ হীৰেন গোঁহাই ) প্ৰেম মানেই টেকেলি ভঙা খেল প্ৰেম যে অন্ধ; হৃদয় নভঙাকৈ কৰিলোঁ কি প্ৰেম মই তোমাৰ নে তুমি মোৰ .. এইবোৰ একদম বাজে কথা হৃদয় ভাগে… ভাগিবলৈকেই হৃদয়ে প্ৰেমৰ গোলাপেৰে নিজকে সাজে-কাচে প্ৰেমৰ…
চন্দন গোস্বামী বমি কৰিবলৈ খাল বিচাৰি ঘূৰি ফুৰোঁতে তিনিটা শিয়াল চহৰৰ পৰিত্যক্ত গলি এটাত লগ পাওঁ সিহঁতে ৰাস্তাৰ সোঁমাজত ত্ৰিভূজ এটা হৈ বহি আছে মাজেদি যাবলৈ যত্ন কৰোঁতে তিনিওটাই হোৱা দিবলৈ ধৰে উদ্দেশ্য কওঁতে থৰ হয় সকলো দায়িত্ব সিহঁতকে দিওঁ …
ৰেমী শৰ্মা পুৱাই গাড়ীয়ে খুন্দিওৱা কুকুৰটোৰ ওপৰেদি দিনটোৰ গাড়ীবোৰ চলি থাকিল মৰিল জী উঠিল আকৌ মৰিল । তাৰ পাছত চকাৰ তলত মৰিল হাজাৰ বাৰ ৰাতি সপোনত সি মোৰ ওচৰলৈ আহি নেজডালেৰে চুই দিলে মোৰ গাত তেতিয়াহে তৎ আহিল অঃ মোৰ…
মিণ্টুল হাজৰিকা ( LGBTQ-ৰ সমূহ প্ৰেমিক-প্ৰেমিকাৰ হাতত ) লগ নোপোৱালৈকে শিলৰ কুঁৱাটোতে ডুবি আছিলোঁ যাক মগজুৱে সাজে ৷ তথাপি পিয়াহত মৰিছিল পানী ৷ খৰাঙে মাৰিছিল চম্পাফুলবোৰক লগ পোৱাটো আছিল কাকতালীয় কাষেৰে দৌৰাদৌৰিকৈ পাৰ হৈ গৈছিল গাড়ী-মটৰ যেন উৰুলিহে, ঈশ্বৰে আয়তী…
বিকিয়ান বাইলুং উঁইৰ বাটটোৰ দৰে কেতিয়ানো তোমাৰ প্ৰেমৰ হাফলুত সোমালো ওলাই অহাৰ বাট কোনোদিনে বিচৰা নাই, কেঁচুৰ দৰে মাটি খাই মাটিৰ প্ৰতিমা বনাইছো আন্ধাৰৰ ধ্ৰুপদী সুৰত গৰ্ভৰ মাটিৰ তৰা গণি গণি কত ৰাতি পাৰ কৰিছো উজাগৰী নিৰ্জন নিৰৱতাৰ মাজতো তুমি…