মঞ্চত এখন নাটক
অৰ্চনা পূজাৰী মঞ্চত নাট্যকাৰ অৰুণ শৰ্মাৰ আহাৰ নাটকখন আৰম্ভ হৈছে নবীন, নলিনী, ধীৰেণৰ মুখত উচ্চাৰিত হৈছে প্ৰেমৰ নতুন সূত্ৰ *** “প্ৰেম এগিলাছ মদ” – এজনে সংলাপ নিক্ষেপ কৰিলে প্ৰত্যুত্তৰত আন এজনে ক’লে – নহয় নহয় প্ৰেম হ’ল – “চে’কবহীৰ…
অৰ্চনা পূজাৰী মঞ্চত নাট্যকাৰ অৰুণ শৰ্মাৰ আহাৰ নাটকখন আৰম্ভ হৈছে নবীন, নলিনী, ধীৰেণৰ মুখত উচ্চাৰিত হৈছে প্ৰেমৰ নতুন সূত্ৰ *** “প্ৰেম এগিলাছ মদ” – এজনে সংলাপ নিক্ষেপ কৰিলে প্ৰত্যুত্তৰত আন এজনে ক’লে – নহয় নহয় প্ৰেম হ’ল – “চে’কবহীৰ…
বন্দনা কৌশিক বৰদলৈ ৰাস্তাক এটা চৰিত্ৰ বুলি ধৰিলে নিপীড়িত জনতাৰ শাৰীতেই আপুনি তেওঁক ৰাখিব লাগিব যাৰ সংলাপ শূন্য ৰাস্তাক এখন নাটক বুলি ধৰি ল’লে আপুনি পাহৰি পেলাব লাগিব গান্ধীৰ তিনিটা বান্দৰৰ প্ৰসঙ্গ ৰাস্তাটোক এজন দৰ্শক বুলি ধৰিলে আপুনি…
বিভাৰাণী তালুকদাৰ (এ) আই, এশাৰীলিখিবলৈ কওঁতে লিখিলা চাৰিশাৰী অগ্নিপাহাৰৰ চিত্ৰলেখা সখী অনুমানতে আঁকিলা নেদেখা ছবি সমাধান দিলানজনা কথাৰ দেখুৱালা বাট আদেশ শিৰোধাৰ্য! ভেন গঘৰ কটা কাণ পানেই-জংকিৰ প্ৰাণদান সকীয়ালা নিৰ্মমতাৰে বুদ্ধিৰ বিচাৰত নাই আৱেগৰ দাম বুদ্ধিৰে লিখিব পাৰি প্ৰেমৰ কবিতা…
হৰেকৃষ্ণ ডেকা (১) ৰঙা গোলাপ “Love thou the rose, yet leave it on its stem.’’ Edward G. Bulwer-Lytton. যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷ কি বিচাৰিছিলোঁ নাজানিছিলোঁ ৷ তেতিয়াই আকাশত জিলিকি উঠিল ৰামধেনু ৷ কলোঁ, বৰষুণে লৈ আহক এই সাতোৰং৷…
মন্দিৰা গগৈ পাতনি : – কি দি যাবা ? – ঝুক’ভেলীৰ ৰামধেনুখন আৰু শিৰুই লিলি ফুল এপাহ ! – কি লৈ যাবা ? – দুচকুত ঝুক’ভেলীৰ ক্ৰুছডাল আৰু এমুঠি হেমন্ত ! … এই পৃথিৱীত কত যে ভ্ৰম ! ভ্ৰমত সত্যৰ…
মনালিছা শৰ্মা ৰংহীনতাই বগা বগাত তুলি দিব পাৰি সমস্ত ৰং এপাহ তেজৰ গোলাপ সূৰুযমুখী ফুলৰ নৃত্যৰতা পৃথিৱী অথবা পৰ্বতৰ ভংগীল সেউজীয়া সকলো ৰঙেই জীৱনৰ ৰংবোৰে লগত লৈ ফুৰে গাঁৱৰ নিৰ্জনতা আৰু নগৰৰ কোলাহল ৰংবোৰ অৰণ্যৰ বসন্ত বাঁহনিৰ…
মিণ্টুল হাজৰিকা খেজুৰ এটাৰ পৰা ওপজি যি বাটেৰে বুলিছিল বাট বুকুত লৈ ফুৰা আতৰৰ কুঁৱাটোৰ পৰাই বিলাই দিছিল এচলুকৈ সুগন্ধি গোলাপ তেওঁৰ আত্মাৰ গহনত গঢ়ি উঠা ৰংমহলৰ খিৰিকীয়েদি সোমাই অহা পোহৰে মেঘৰ চোকোৰা খুটিয়াই ওলাই অহা জোনক কাগজৰ…
অৰ্চনা পূজাৰী লখিমী চপোৱাৰ পাছত বাগৰি পৰা নৰানিৰ ওপৰেৰে হুঁচ হেৰুৱাই পাৰ হৈ গ’ল সেইজনী কোন আন কোনো নহয় পাখি গজা বৰদৈচিলা ফাগুনে, নে চ’তে সাঁচি থ’লে তাইৰ কঁকালা হাঁচতিখন *** তাইকতো ধৰি ৰখা মস্কিল বাউলি চিখলা হৈ আকৌ…
উমানন্দ কলিতা চৰাইবোৰ শিল শিলবোৰ মানুহ মানুহবোৰ ভ্ৰম — ঠিকনা : ড্ৰেচ কেপিটেল যোৰহাট ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭
নীলিমা ঠাকুৰীয়া হক শাওণৰ আকাশে বিৰিয়াত আনে গোমা আৰু গধুৰ ডাৱৰবোৰ । তাৰ বিৰিয়াতো কঠিয়াৰ ভাৰ বৰষুণে খিকিন্দালি কৰাৰ পৰত হিয়াত খলকনি আৰু ৰোৱনীৰ হাতো খৰ বৰ আপোন আছিল পথাৰখন কিন্তু পথাৰখন সিহঁতৰ নাছিল ধান দাবলৈহে সিহঁতৰ হাতত কাঁচি…