ফাগুনক বাগি দি
নিৰু দত্ত ফাগুনক বাগি দি যাব নোৱাৰি পথাৰৰ আলিয়েদি ইমান টনা-টনি ৰেহা নালাগে আলসুৱা ৰিহা শুকান ওঁঠেদি সৰৱ সুহুৰি পিচলি মোকেই জোকায় । ইমান ৰঙাকৈ ফুলিছে মদাৰৰ ফুল ! ঘোলা আকাশলৈ মেলি দি জুই আঙুলি পলাশে নাচিছে লৃগাঙৰ পথাৰত এবাটি…
নিৰু দত্ত ফাগুনক বাগি দি যাব নোৱাৰি পথাৰৰ আলিয়েদি ইমান টনা-টনি ৰেহা নালাগে আলসুৱা ৰিহা শুকান ওঁঠেদি সৰৱ সুহুৰি পিচলি মোকেই জোকায় । ইমান ৰঙাকৈ ফুলিছে মদাৰৰ ফুল ! ঘোলা আকাশলৈ মেলি দি জুই আঙুলি পলাশে নাচিছে লৃগাঙৰ পথাৰত এবাটি…
যশোৱন্ত নিপুণ যিমান মনোৰম হ’লেও জংঘলখনে আমাক ভুলাব পৰা নাছিল, সেয়েহে তাৰ ভাঁজে ভাঁজে লুকাই থকা নিৰ্মমতাবোৰৰ পৰা আমি পলাই আহিছিলোঁ ৷ আমি বুদ্ধিমান আছিলোঁ, হয়তো ঈশ্ৱৰে সেইটো বিচৰা নাছিল ৷ কিন্তু আমি যদিও জংঘলখন ক’ৰবাত এৰি থৈ অহা বুলি…
উদয় কুমাৰ বৰুৱা মোৰ দৰে আপোনাৰ হৃদয়তো থাকেনে বৈ এখন নিৰিবিলি নৈ তাৰ পাৰত বহি কৰেনে কেতিয়াবা অতীত বুৰঞ্জী ৰোমন্থন নতুবা হয়নে কথোপকথন ফুলি থকা এজাৰজোপাৰ হেজাৰ বেদনাৰে আৰু থৰ হৈ চাই থকা ৰঙা জিঁয়াটোৰ কঁপা কঁপা মৌনতাৰে …
জয়ন্ত দত্ত (১) স্যাৰাইননা বিছ কি একৈছ বছৰীয়া দেউতাক অভিযন্তা মাক শিক্ষয়ত্ৰী কলেজৰ জগত দত্ত নামহে জগত পিছে নিজৰ বুলিবলৈ ভেটিটোৰ বাহিৰে ফুটাকড়ি এটাও নাই ছোৱালী এজনী ; তিনি বছৰীয়া থুনুক-থানাক কৈ দেও দি ফুৰা ছোৱালীজনীয়ে নিজেই দি…
জোনমণি দাস (যুগজ্যোতি দাসলৈ) মুগা বৰণীয়া শিলবোৰে এই কথা জানে অথচ আমিহে নাজানো এই অনন্ত যাত্ৰাৰো এদিন অন্ত পৰিব৷ চোৱাঁ কবি, যুগজ্যোতি দোৰোণ ফুলবোৰে আমাক চাই আছে ফুলবোৰৰ চকুত সেয়া কিহৰ ৰাগি! ওংকাৰ ধ্বনিক বাদ দিয়ো শুনিছোঁ…
মিণ্টুল হাজৰিকা যি পৌৰাণিক ! বিশ্বাস আৰু আস্থাৰ মুখ বাগৰি উশাহে উশাহে লালিত সেই দিন আৰু ৰাতিৰ মহাসংগম য’ত অসুৰৰ ধনঞ্জয় বায়ুৰ ওৰ হৈছিল উৰি তেনে এক দোঘোৰাতে বধি থৈ আহিছোঁ পৰম্পৰাৰ নামত তেজ পি নোদোকা হোৱা জোক৷ …
মন্দিৰা গগৈ সকলো দেখিছোঁ ফুলবোৰ, আকাশৰ ৰংবোৰ গান শুনিছোঁ কুঁহিপাতবোৰৰ আনকি চিঞৰি কন্দা দেখিছোঁ দুখী মানুহবোৰক উৎফুল্লিত হৈ জঁপিয়াই থকা দেখিছোঁ বহু প্ৰতিধ্বনি অথচ দেখা নাই মোক শুনা নাই আত্মাৰ কম্পন স্পৰ্শ পোৱা নাই উশাহ এপাহিৰ ক’ত…
অনুভৱ তুলসী লুকুৱাই ৰখা তিলটো চাওঁ কথা দিছোঁ, খনাসোণা এক ইঞ্চি মাটিও নিনিওঁ তিলত চুমা খাওঁ ওঁঠৰ তপত চিঞাহী তিনি সী চাৰি সী বাওঁ অনাখৰী মাটিত তিলটো গজিছে সাৰ-পানী পাই তিলৰ গজালি দোপত দোপে বাঢ়িছে …
নীলকান্ত শইকীয়া হঠাৎ শিলগুটিবোৰ ক’ৰ পৰা আহে মানুহ যেতিয়া জিলিকি উঠে। কিয়বা ঈৰ্ষাৰ শিলাবৃষ্টি খোজ দৃঢ় নহ’লে ওলাব নোৱাৰে কেনিও। টেলিভিছনত শিল, বাতৰি-কাকতত শিল বন্ধুৰ হাতত শত্ৰুতা মাৰি থাকে টলকিব নোৱাৰাকৈ চৰিত্ৰলৈ। শিলেই ছক্ৰেটিছক বিহপান কৰালে…
লোকনাথ গোস্বামী (১) গাঁৱৰ কথা কৈ অন্ত কৰিব নোৱাৰি ৷ গাঁৱৰ প্ৰসংগ ওলালে আৰু এজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, তেখেত হ’ল বদন চন্দ্ৰ শইকীয়া (বৰ্তমান প্ৰয়াত)৷ এইজন বদনদায়েই পোন-প্ৰথম মোক কলিবাৰীৰ ঐতিহাসিক বাণ থিয়েটাৰত প্ৰৱেশৰ বাট দেখুৱাইছিল৷ তাৰো…