ভোকৰ সাধুকথা
অৰুণ গগৈ গাঁওখন আন্ধাৰে ঢাকি ধৰা পৰত জোনটোৱে কাকিনি তামোলৰ ফাঁকেৰে বকুল সৰা পদূলিটো পোহৰাইছিল গহীন হৈ পৰা সন্ধিয়াটো শিয়ালৰ মাতত জয়াল হৈছিল ভয়াল হৈছিল উদং পথাৰ শিল হোৱা সময়ৰ যাতনাক সাবটি জুপুৰিবোৰত ভোকৰ সাধুকথা এটা চৰি…
অৰুণ গগৈ গাঁওখন আন্ধাৰে ঢাকি ধৰা পৰত জোনটোৱে কাকিনি তামোলৰ ফাঁকেৰে বকুল সৰা পদূলিটো পোহৰাইছিল গহীন হৈ পৰা সন্ধিয়াটো শিয়ালৰ মাতত জয়াল হৈছিল ভয়াল হৈছিল উদং পথাৰ শিল হোৱা সময়ৰ যাতনাক সাবটি জুপুৰিবোৰত ভোকৰ সাধুকথা এটা চৰি…
কৌশিক জ্যোতি বৰা ওৰে ৰাতি কান্দি আছোঁ মুখ গুজি আন্ধাৰত পানীপতাত মৰি আছে ঈশ্বৰ শৰীৰহীন শৰীৰ এটা আগুৰি বহি থকা মানুহবোৰৰ হাড়ত ভোগ আৰু ভোকত জ্বলা কঙালীৰ কঙাল এবেলি বৰষুণ নিদিলেও খহিব নৰিয়াত পৰা নদীৰ নৈয়াল জীৱন খহনীয়া…
বিশ্বজিৎ শইকীয়া মূৰৰ ওপৰত এটা সূৰ্য লৈ বহি আছোঁ সূৰ্য পূবৰ বা পশ্চিমৰ নাথাকে সূৰ্যৰ থাকে তাপ সূৰ্যাস্তৰ কপালখন কঁপিছে থৰ্ থৰ্ নৈ এখনৰ পাৰত কিছু পৰ থিয় দিলোঁ নৈখনত কঁপি থকা এজনী মানুহ বৈ থকা তিৰোতা…
মূল ইংৰাজী : তেনজিন চুনদিউ অনুবাদ : হিল্লোলজ্যোতি সিংহ মুম্বাইত বাস কৰা তিব্বতীজন বিদেশী নহয় চাইনীজ ৰেস্তোঁৰাৰ তেওঁ এজন ৰান্ধনি কোনোবাই ভাবে বেইজিঙৰ পৰা পলাই অহা তেওঁ এজন চীনা পেৰেল দলঙৰ ছাঁত তেওঁ জহকালি ছুৱেটাৰ বেচে আনে ভাবে…
= বিজয়কৃষ্ণ দলে দুখন দেশ দুটা ধৰ্ম বিভেদৰ এখন বৃহৎ দেৱাল জম্মু–কাশ্মীৰ। তই হিন্দু! জুই–পানী নিষেধ তই মুছলমান! সাৱধান সাৱধান। ধৰ্মই দান কৰা দুখন দেশৰ দুটা দল এফালে হিন্দু আনফালে মুছলমান। হিংসা–বিদ্বেষ অৰিয়া–অৰি স্বাধীনতা দেশপ্ৰেম পাবত গজা চৰকাৰ…
পঙ্কজ প্ৰতিম বৰদলৈ শ্বায়েৰী হৈছে হিন্দী আৰু উৰ্দু সংস্কৃতিৰ হৃদস্পন্দন৷ মাত্ৰ কেইটামান শাৰীত বিয়পি পৰে কেঁচা আৱেগ, হৃদয়ৰ অটল তলিত আঘাত কৰি হয়তো ই পুৰণি ক্ষত শুকুৱায়, অথবা ই দি যায় সেই ঘাতে নতুন যাতনা৷ শ্বায়েৰীসমূহ কবিতা হৈও কবিতাৰ…
নিজৰা ৰাজকুমাৰী গছ-মেঘ-বতাহ আৰু ফুলবোৰৰ অধিকাৰৰ কথা ক’বলৈ সদায়েই সাজু আছিল পৃথিৱী ঈশ্বৰে আঙুলিৰ আঁক এটাৰে নৈ এখন গঢ়িছিল আৰু এমোকোৰা সুগন্ধিৰে লিখিছিল মানুহৰ সৌভাগ্য মানুহবোৰ তেতিয়া ক’ত আছিল! যুদ্ধৰ পাছত যুদ্ধৰ সন্ধানত অঘৰী হ’ব খোজা মানুহবোৰে ক’ত পুতি…
প্ৰাণজিৎ মহন্ত (১) কথাবিলাকনো আৰু কি তুমি কাষত আছা যেতিয়া কথাই নাই আৰম্ভ কৰোঁ বুলি ভাবিলে এই আৰম্ভ কৰিব পাৰি আৰু শেষ কৰোঁ বুলি ভাবিলেও পাৰি কৰিব শেষ তৎক্ষণাত কাৰণ মোৰ সকলো কথাৰ শেষ আৰু আৰম্ভণীতো তুমিয়েই…
হিল্লোলজ্যোতি সিংহ মাটিৰ গভীৰ আন্ধাৰৰ পৰা পিয়াসী শিপাই খেপিয়াই শুহি লয় খনিজ-পানী পাতে হাত মেলি আকাশলৈ চকুত সানি লয় সূৰ্য চুলিশিপাৰ পৰা কুঁহিপাতৰ আগলৈ পানীনলৰ মাজেৰে প্ৰবাহিত প্ৰাণ স্থিৰ অথচ গতিময়তাৰ দুভাগ শৰীৰ ভূমিৰ ওপৰ-তলত এক…
মনজিত বৰা গছে গছৰ লগত কথা পতা দিনবোৰত পাতে পাতে খিলখিলাই হহাঁ সময় বোৰত আমি দেও দি ফুৰিছিলো আমাৰ শৈশৱত খেলিছিলো জপিয়াইছিলো গছৰ আঁৰত মাৰ ভয়ত এদিন আমি প্ৰেম কৰাৰ সময়ত যেনে যৌৱনত প্ৰেয়সীক চুমা দিবলৈও লাগিছিল গছৰ…