Category কবিতা

যাৰ সাতটি শব্দতকৈ ‘সাত সাগৰো সৰু’

 কৌস্তুভমণি শইকীয়া দত্ত      ‘নসৰোৱাকৈ ঘাম সাঁচি থৈছোঁ  যিটোপা তেজ   সেয়াই পাপ’   এই যাদুকৰী শব্দকেইটা পঢ়াৰ পাছত অৱশ্যেই গলি যাব পাৰি কবিতাটিৰ কণমানি শৰীৰত। এয়াই কবিতাৰ যাদু। এই যাদু সকলোৰে বশত নাই। এই যাদুতে মোহগ্ৰস্ত হৈ পঢ়ি…

বানান কৰি পঢ়া লুইতৰ পানী : অনুভৱ তুলসীৰ জীৱনৰ স্নিগ্ধচিত্ৰ

 ডo নন্দ সিং বৰকলা          লুইতৰ সৌন্দৰ্যশিল্পৰ মাধুৰ্য, উচ্ছল ঢৌ, সোঁতৰ গতিবেগ তাৰ গৰ্ভত আড়স্ত আমাৰ জাতীয় জীৱনৰ ৰঙীন বৰ্ণমালাৰ হৃদয় প্ৰসন্ন কৰা পাঠশালাৰ মণি-মুকুতা। ইয়াৰ গভীৰ দৰ্শনৰ নান্দনিক চেতনাই প্ৰতিজন মানুহকে আকৰ্ষিত কৰি আহিছে। ‘বানান কৰি পঢ়া লুইতৰ…

অনুভৱ তুলসীৰ বাহিৰে কোনেও বানান কৰি পঢ়িব নোৱাৰে লুইতৰ পানী

নীলিম কুমাৰ   “এসাঁজ খুৱালো শাকেৰে এসাঁজত দিছিলো মাছ ৰাতিলৈ খুৱাম মঙহ  কলিজাটো কাট তুলসী” — এই চুটি কবিতাটো পঢ়ি গাটো শিয়ঁৰি উঠিছিল৷ এয়া আছিল অনুভৱ তুলসীৰ প্ৰথম কবিতা সংকলন “নাজমা”ৰ মাজৰ এটা কবিতা৷ আন এটা কবিতাত তেওঁ লিখিছিল —  “ দুই…

মোৰ অনুভৱত কবি অনুভৱ তুলসী

 জোনমণি দাস   স্কুলত পঢ়ি থকাৰ সময়ত দেউতাই মোক সাধু কিতাপ কিছুমান আনি দিছিল। সেইবোৰ পঢ়ি পঢ়ি মই কিতাপৰ প্ৰেমত পৰিছিলোঁ।ৰসৰাজ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু‘খন মই দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই জোঁটাই জোঁটাই পঢ়ি শেষ কৰিছিলোঁ। এই কিতাপখনৰ লগত মোৰ ভালপোৱাৰ কাৰণটো…

পাপ

 মাধুৰী সন্দিকৈ   জুই একুৰা জ্বলাইছোঁ নিজে খৰি হৈ হাতে হাতে ঘিঁউ মুখত মৌ ফুটা কলহত পানী   কাউৰীয়ে ঠোঁট পখলা দিনৰে পৰাই পানীয়ে কেৱল পখালি আছে শৰীৰ কাপোৰ কাঁহী-বাটি পাপ কমণ্ডলুৰ এচলু পানীয়ে কিমান পাপ ধুব পাৰে৷

শব্দ অথবা তীখাৰ জুই – ৰূপান্তৰৰ চেতনাৰে ৰৌদ্ৰোজ্জ্বল ড০ ভক্ত প্ৰসাদ গৌতমৰ কবিতা

ৰুদ্ৰ সিংহ মটক “The problem of art is to make objective that which has been subjective—to make life in terms of one man into an image  of life expressed in terms of all men….” (R. A. Scott James)   সূক্ষ্ম…

বিকল্পহীন

অঞ্জুমণি ভৰালী বিস্তীৰ্ণ পথাৰখন এতিয়া তাত বেলি উঠাৰ জাগৰণ, কাষত অনুগত হব পৰাকৈ এখন আকৰ্ষণীয় উজ্জ্বল মুখ যাৰ পোহৰত নত হয় পাৰ্থিৱ আৱৰণ ! বুজিব পাৰোঁ… কিয় সময়ত কিছু ভ্ৰম সঁচা, কিছু মিছা হয় আৰু কিছু… ভ্ৰমাত্মক আৱেশেৰে আগৰদৰেই অস্থিৰ…

নদীয়াল মানুহ আমি

মনজিত বৰা   নদীৰ জন্মৰ কথা নক’লোৱে যেনিবা কিনো ক্ষতি নদীৰ নদীৰ বীৰ্য বুটলিবলৈ বালিচৰৰ গৰ্ভত নদীয়াল মানুহবোৰৰ জন্ম আমি নদীয়াল মানুহ চিনাকী নদীৰ সোঁতত আমাৰ জীৱনৰ সুৰ ভাহে মাছৰ পেটত ওপজে আমাৰ সুখ ৰূপালী ঢৌত দেও দি ফুৰে খিলখিল…

অকথিত পদ্য

চন্দন বৰ্মন    (১)  সিদ্ধান্ত    দেৱাল গঢ়িলে ঘৰ ভাঙিলেই পৃথিৱী চকু নমালে এডোখৰ মাটি উঠালেই অনন্ত আকাশ৷   (২)  পিৰালিৰ গান    হাজাৰ বছৰ কাটি যায়৷ এটি নিৰ্জন সন্ধিয়াই  মোৰ ঘৰৰ পিৰালিত বহি তমোময় গীত গায়৷   (৩) ব্যৰ্থতা…

অৰণ্যই কথা কয়

লক্ষী প্ৰসাদ ৰেগন অৰণ্যই কথা কয় আপোনাক-মোক ভাল পোৱাৰ কথা নিজেও বাচি থাকক, আমাকো বচাই ৰাখক-আকাৰে- ইংগিতে দূবৰি, মানিমুনিৰ পৰা বটবৃক্ষলৈকে অৰণ্যৰ সাংগোপাংগ আমাতকৈ চাপৰবোৰক আমি গচকি মাৰোঁ আমাতকৈ ওখবোৰক বুদ্ধিশক্তিৰে বশ কৰোঁ মুঠতে আমাৰ কামত আহিলেই হ’ল বাকী যি…