sdblogs2011

sdblogs2011

বনৰীয়া ফুল

 মূল: অমৃতা প্ৰীতম অনুবাদ: পংকজ কুমাৰ নেওগ   আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী। তাইক এই কাৰণে নতুন বুলি কৈছোঁ কিয়নো তাই মানুহজনৰ দ্বিতীয়া পত্নী। দ্বিতীয় বিবাহ কৰা মানুহক পাঞ্জাৱীত ‘দুহাজু’ বুলি কয়। এই শব্দৰ অৰ্থ হ’ল দ্বিতীয় জীৱনত প্ৰৱেশ…

মিমি আৰু ৰিনিৰ কথা

 জ্যোতিশিখা দত্ত   মিমি আৰু ৰিনি দুয়ো বাই-ভনী নিতৌ দুয়ো খায় একোটাকৈ কণী৷   কণী খাই বল পাই পঢ়া-শুনা কৰে পাঠসমূহ আওঁৰাই গুৰুৱে কোৱাৰ দৰে৷   এক দুই তিনি চাৰি গণিতৰ পাঠ একে দুয়ে তিনি আৰু পাঁচে দুয়ে সাত৷  …

সেউজ বিলাপ

মনজিত বৰা   গছে গছৰ লগত কথা পতা দিনবোৰত পাতে পাতে খিলখিলাই হহাঁ সময় বোৰত আমি দেও দি ফুৰিছিলো আমাৰ শৈশৱত খেলিছিলো জপিয়াইছিলো গছৰ আঁৰত মাৰ ভয়ত   এদিন আমি প্ৰেম কৰাৰ সময়ত যেনে যৌৱনত প্ৰেয়সীক চুমা দিবলৈও লাগিছিল গছৰ…

অসহযোগ আন্দোলন আৰু অসমৰ চাহ বাগিচাৰ শ্ৰমিক

 ভৃগুমণি নাথ   ভাৰতৰ বৃটিছ বিৰোধী জাতীয় আন্দোলনত মোহনদাস কৰমচাঁদ গান্ধী, জনপ্ৰিয়ভাৱে মহাত্মা গান্ধীৰ পদাৰ্পণ এক লেখত ল’বলগীয়া ঘটনা৷ গান্ধীজীয়ে প্ৰতিবাদৰ ভাষা হিচাপে সত্য আৰু অহিংসা এই দুই শক্তিৰ ওপৰত আস্থা ৰাখিছিল৷ প্ৰথম অৱস্থাত গান্ধীয়ে ব্ৰিটিছৰ কাম-কাজত সমৰ্থন জনাইছিল; আনকি…

ফাগুনক বাগি দি

 নিৰু দত্ত   ফাগুনক বাগি দি যাব নোৱাৰি পথাৰৰ আলিয়েদি ইমান টনা-টনি ৰেহা নালাগে  আলসুৱা ৰিহা  শুকান ওঁঠেদি সৰৱ সুহুৰি পিচলি মোকেই জোকায় ।   ইমান ৰঙাকৈ ফুলিছে মদাৰৰ ফুল ! ঘোলা আকাশলৈ মেলি দি  জুই আঙুলি পলাশে নাচিছে লৃগাঙৰ পথাৰত এবাটি…

সৈনিকৰ ভালপোৱা

          মূল (স্পেনিছ) : পাবলো নেৰুডা  অনুবাদ : ৰুদ্ৰ সিংহ মটক (অসিত সৰকাৰে কৰা বাংলা অনুবাদৰ পৰা)                     যুদ্ধৰ দিনবোৰত জীৱনে তোমাক বাধ্য কৰিছে সৈনিকৰ প্ৰেয়সী হ’বলৈ।   দীঘল…

জংঘল

 যশোৱন্ত নিপুণ যিমান মনোৰম হ’লেও জংঘলখনে আমাক ভুলাব পৰা নাছিল, সেয়েহে তাৰ ভাঁজে ভাঁজে লুকাই থকা নিৰ্মমতাবোৰৰ পৰা আমি পলাই আহিছিলোঁ ৷ আমি বুদ্ধিমান আছিলোঁ, হয়তো ঈশ্ৱৰে সেইটো বিচৰা নাছিল ৷ কিন্তু আমি যদিও জংঘলখন ক’ৰবাত এৰি থৈ অহা বুলি…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা – ১০

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)                                        নিজৰা ৰাজকুমাৰী ঢোলে গিৰগিৰালে/ পেঁপাই উকিয়ালে       গগনাই মাতিলে গাওঁ লতাই বিৰিখে/ ন-সাজ পিন্ধিলে        আমি বিহু গাবলৈ যাওঁ                              …

কেৰিয়াৰ হিচাপ কনটেণ্ট ক্ৰিয়েটৰ (Content Creator)

ড° বুলজিৎ বুঢ়াগোহাঁই ডিজিটেল যুগৰ বিকাশৰ লগে লগে কনটেণ্ট ক্ৰিয়েটৰ (Content Creator) হিচাপে কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে৷  কনটেণ্ট ক্ৰিয়েটৰে ডিজিটেল প্লেটফৰ্মসমূহত (যেনে – য়ুটিউব, ইনষ্টাগ্ৰাম, ফে’চবুক, ব্ল’গ, প’ডকাষ্ট আদি) বাবে বিভিন্ন ধৰণৰ বিষয়বস্তু (Content) সৃষ্টি আৰু প্ৰকাশ কৰে৷…