পখীৰ সুৱদি মাত
মানসী গোস্বামী অ’ ৰুণ, অ’ ৰুণ মৌমাখিৰ গুণগুণ, নূপুৰৰ ৰুণজুন শুনি ভাল লাগেচোন। কুউ কুউ কৰে কুলি গছৰ ডালত বহি, বিহু বুলি দূৰণিত সেইটো মই কেতেকী। সখী ঔ সখী ঔ বোলে সখিয়তী, হেঁটুলুক হেঁটুলুক হেঁটুলুকা চৰাইটি। …
মানসী গোস্বামী অ’ ৰুণ, অ’ ৰুণ মৌমাখিৰ গুণগুণ, নূপুৰৰ ৰুণজুন শুনি ভাল লাগেচোন। কুউ কুউ কৰে কুলি গছৰ ডালত বহি, বিহু বুলি দূৰণিত সেইটো মই কেতেকী। সখী ঔ সখী ঔ বোলে সখিয়তী, হেঁটুলুক হেঁটুলুক হেঁটুলুকা চৰাইটি। …
নীলাক্ষি গোস্বামী ৰ’দে ৰুণ দিয়া সময়ৰ পৰা ঝিলীৰ মাতত ৰাতি গভীৰ হোৱালৈকে অহৰহ নিজক বিচৰাৰ কছৰৎ এয়া মোৰ অনিচ্ছাকৃত আত্মগোপন নেপথ্যত হয়তো ময়েই নিজ সত্তাক পল্লৱগ্ৰাহিতাই গ্ৰাস কৰাৰ পৰাই মই নিখোজ মোৰ অৱস্থান সম্পর্কে অজ্ঞাত নিয়ন্ত্রণহীন শক্তিত আশ্রিত হৈ সঘনাই…
ড° বুলজিৎ বুঢ়াগোহাঁই ফটোগ্ৰাফিয়ে সঁচাকৈয়ে ৰাজনীতিত গুৰুত্বপূৰ্ণ সহায়ক ভূমিকা ল’ব পাৰে, কিন্তু ইয়াক সাধাৰণতে ৰাজনীতিৰ ভিতৰত প্ৰত্যক্ষ কেৰিয়াৰ পথ বুলি গণ্য কৰা নহয়৷ বৰঞ্চ বিশেষকৈ সংবাদ মাধ্যম, নথিপত্ৰ বা জনসংযোগৰ প্ৰতি আগ্ৰহীসকলৰ বাবে ই ৰাজনীতিৰ সৈতে জড়িত অন্যতম শ্ৰেষ্ঠ কেৰিয়াৰ…
জৰসিং ইংতি ক্লেংদুন এটা নির্জন দুপৰীয়া চাৰিওফালে বতাহৰ উপস্থিতি যেন শূন্য আকাশত ওলমি আছে উদাস সূর্য গছৰ হালধীয়া পাতবোৰ বিষণ্ণ আৰু নিঃসংগ কি চৰাই সেই চৰাই (?) যি চৰায়ে কান্দে মোৰ নির্জন দুপৰীয়াত।। — ভ্ৰাম্যভাষ…
ৰুদ্ৰ সিংহ মটক কুঁহিপাতৰ কেনভাছত খোদিত আলফুল হাজাৰ আৱেগ আৰু এটা অশান্ত ধুমুহাৰ নাম বসন্ত ৰূপ-বৰ্ণ উদ্ভাসিত ৰঙা ফুল আৰু উদ্বেল জোনাকৰ হাতবাউল দেখি হৃদয়ত ৰু-ৰুৱাই জ্বলি উঠা আদিম একুৰা জুইৰ নাম বসন্ত। কেতেকীজনীৰ বুকুত শুই থকা নীলা…
উৎপল বৰকটকী নীল সমুদ্ৰত কিহৰ ছায়া ? কিহৰ ছায়াই ক’লা কৰে সমুদ্ৰৰ নীলা পানী……. এই পৃথিৱী মোৰ অতি আপোন ৷ দেখিছোঁ— এই পৃথিৱীত অনেক মানুহ ৷ যাত্ৰাপথত অনেক মানুহ, অনেক চিনাকি মুখ; শিকিছোঁ— অনেক কথা, অনেক ব্যথা, স্বপ্নবিলাসী মানুহ…
অৰুণ গগৈ গাঁওখন আন্ধাৰে ঢাকি ধৰা পৰত জোনটোৱে কাকিনি তামোলৰ ফাঁকেৰে বকুল সৰা পদূলিটো পোহৰাইছিল গহীন হৈ পৰা সন্ধিয়াটো শিয়ালৰ মাতত জয়াল হৈছিল ভয়াল হৈছিল উদং পথাৰ শিল হোৱা সময়ৰ যাতনাক সাবটি জুপুৰিবোৰত ভোকৰ সাধুকথা এটা চৰি…
কৌশিক জ্যোতি বৰা ওৰে ৰাতি কান্দি আছোঁ মুখ গুজি আন্ধাৰত পানীপতাত মৰি আছে ঈশ্বৰ শৰীৰহীন শৰীৰ এটা আগুৰি বহি থকা মানুহবোৰৰ হাড়ত ভোগ আৰু ভোকত জ্বলা কঙালীৰ কঙাল এবেলি বৰষুণ নিদিলেও খহিব নৰিয়াত পৰা নদীৰ নৈয়াল জীৱন খহনীয়া…
বিশ্বজিৎ শইকীয়া মূৰৰ ওপৰত এটা সূৰ্য লৈ বহি আছোঁ সূৰ্য পূবৰ বা পশ্চিমৰ নাথাকে সূৰ্যৰ থাকে তাপ সূৰ্যাস্তৰ কপালখন কঁপিছে থৰ্ থৰ্ নৈ এখনৰ পাৰত কিছু পৰ থিয় দিলোঁ নৈখনত কঁপি থকা এজনী মানুহ বৈ থকা তিৰোতা…
মূল ইংৰাজী : তেনজিন চুনদিউ অনুবাদ : হিল্লোলজ্যোতি সিংহ মুম্বাইত বাস কৰা তিব্বতীজন বিদেশী নহয় চাইনীজ ৰেস্তোঁৰাৰ তেওঁ এজন ৰান্ধনি কোনোবাই ভাবে বেইজিঙৰ পৰা পলাই অহা তেওঁ এজন চীনা পেৰেল দলঙৰ ছাঁত তেওঁ জহকালি ছুৱেটাৰ বেচে আনে ভাবে…