sdblogs2011

sdblogs2011

অব্যাহৃত

ছ’চিয়েল মিডিয়াৰ ট্ৰ’ল আৰু আমাৰ ‘মব’ মানসিকতা ৰঞ্জুমণি মহন্ত কেইদিনমানৰ আগতে এটা বাতৰি পঢ়িছিলোঁ৷ বাতৰিটোত কোৱা হৈছে যে ‘টিক্‌টক্‌‘ আৰু ‘ইন্‌ষ্টাগ্ৰাম‘-ত লাখৰ ঘৰত অনুসৰণকাৰী (Follower) থকা চিয়া কক্কৰ নামৰ এগৰাকী ১৫/১৬ বছৰীয়া কিশোৰী নৃত্যশিল্পীয়ে ছ’চিয়েল মিডিয়াত তেওঁক লৈ কৰা ট্ৰ’ল…

কাব্যশিল্প

পাৰেজিয়া জ্ঞান পূজাৰী  কথা কোৱা  কথা কোৱা মানে কাম কৰা  কথা  সৰল আৰু অকপট  আৰু জীয়াই থাকা বিপদজ্জনকভাৱে  যুদ্ধ আৰু যুদ্ধ  দিন আৰু ৰাতিৰ পোহৰ আৰু অন্ধকাৰৰ  কেৱল হাৰামজাদাই ভাবে সি জিকিছে। বাৰ্চিল’না বিদায় অনুভৱ তুলসী এক তলত ভূমধ্য সাগৰ…

বিনন্দীয়া অষ্ট্ৰিয়া

অংগনা চৌধুৰী  ৪ অক্টোবৰ ২০১৯–ত গধূলি আমি ভাৰতৰ পৰা অহা সৰ্বমুঠ ৪২ জনীয়া দলটোৱে ইটালিৰ ৰোমত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে অৱতৰণ কৰিছিলোঁহি৷ তাৰ পৰা এছ.অ’.টি.চি. (SOTC-ৰ ট্যুৰ মেনেজাৰ পূজা সিঙৰ সাহায্যত ইটালিৰ মুখ্য স্থানসমূহ দৰ্শন কৰি তিনিৰাতি সেই দেশৰ বেলেগ বেলেগ…

যোৰহাটৰ কাব্যপ্ৰৱাহৰ গতি-প্ৰগতি: এক চমু অৱলোকন

বাব্‌লু প্ৰসাদ বৰুৱা চৰ্যাপদ অথবা লোককবিতাৰ প্ৰাকৃত স্তৰটোৰ পৰা উজাই আহি অসমীয়া কাব্যপ্ৰৱাহক মনোযোগেৰে লক্ষ্য কৰিলে দেখা যায় যে বৈষ্ণৱ যুগৰ ভক্তিবাদী কাব্য সাহিত্যৰ যুগৰে পৰা আজিপৰ্যন্ত যোৰহাটৰ কাব্য চৰ্চাৰ ধাৰাটো সণ্ঢালনিকৈ প্ৰৱাহিত হৈ ‘যুগ-কাল-বাজনা’ৰ পৰশত উহনিৰ পৰা সৰু সুঁতিয়েদি…

সম্পাদকীয়

জগতখন ক’ৰ পৰা সৃষ্টি হৈছে বুলি উত্থাপন হোৱা প্ৰশ্নটোৰ উত্তৰত মহাজাগতিক বিস্ফোৰণকে ধৰি যিবোৰ কথা কোৱা হয়, সেইবোৰৰ ধাৰণা কৰিবলৈ মানুহৰ সাধাৰণ আৰু প্ৰাকৃতিক মগজুটো যথেষ্ট নহয়। বিশেষভাৱে শিক্ষিত আৰু প্ৰশিক্ষিতসকলেহে সেই সত্যৰ ধাৰণা কৰিবলৈ সক্ষমতা আহৰণ কৰে। সেয়েহে সাধাৰণ…

চাংমাইশাল

তিনিবিধ সুস্বাদু ডি‍জাৰ্ট ডি‍ৰ্জাট মূল আহাৰ গ্ৰহণৰ পাছত পৰিৱেশন কৰা মিঠা ৰেচিপি। গৰমত মা-মচলাৰে আলহীক এসাঁজ অপ্যায়ন কৰাৰ পাছত শৰীৰ ঠাণ্ডা কৰা ডি‍ৰ্জাট পৰিৱেশন কৰিলে আলহীও সুখী; দিওঁতাগৰাকীৰো সন্তুষ্টি। ১৷ ইটালীয়ান কফি পেনা ক’টা মূল উপকৰণ কফি ১০ টকীয়া পেকেট (যিকোনো…

আমেৰিকান কবি থিঅ’দৰ হ্যুব্‌নেৰ ৰ’থ্‌কে : জীৱন এষণা আৰু কাব্যবীক্ষা

ৰুদ্ৰ সিংহ মটক বিশ্বখ্যাত আমেৰিকান  কবি থিঅ’দৰ হ্যুব্‌নেৰ ৰ’থ্‌কেৰ জন্ম (১৯০৮-১৯৬৩) মিচিগানৰ চাগিন’ত। তেওঁৰ পিতৃ অট্ট’ ৰ’থ্‌কে আৰু খুৰাকৰ আছিল এটা গ্রীন হাউছ। শিশু হিচাপে তেওঁ বেছি‍ভাগ সময় এই গ্রীন হাউছতে কটাইছিল৷ সেয়ে তেওঁ  প্রকৃতি আৰু নিসৰ্গক খুব কাষৰ পৰা…

হ’টেল মেনেইজমেণ্ট (Hotel Management)

 ড° বুলজিৎ  বুঢ়াগোহাঁই হ’টেল মেনেইজমেণ্ট (Hotel Management)-ক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব বিচাৰিলে শিক্ষাৰ্থীগৰাকীয়ে এই বিষয়ত চাৰ্টিফিকেইট, ডিপ্ল’মা, স্নাতক, স্নাতকোত্তৰ আদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷ হ’টেল মেনেইজমেণ্টৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা পাঠ্যক্রম অনুযায়ী বিভিন্ন হয়৷ হ’টেল মেনেইজমেণ্ট…

পিছলৈ উভতি চাওঁ— ৪

পৰেনে মনত মোৰ দেউতাৰ কথা? ড˚ পোনা মহন্ত যিসকল সহৃদয় পাঠকে এই অকিঞ্চনৰ অতীত কথনৰ আগৰকেইছোৱা পঢ়ি আমাক অনুগৃহীত কৰিছে, সেইসকলৰ হয়তো মনত আছে যে প্ৰায় দহ মাহ ধেমাজি গুৱাল গাঁৱত বনবাস খাটি পিতৃভূমিলৈ উভতি অহাৰ পাছতো আমাৰ অথন্তৰৰ অন্ত নপৰিল৷ সেই…