ঔপনিৱেশিক অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰা
ভৃগুমণি নাথ ভাৰতবৰ্ষ বিভিন্ন সভ্যতাৰ প্ৰাণকেন্দ্ৰ। ভিন ভিন সভ্যতাই ইয়াত নিজাববীয়া উত্থান-পতনৰ চাপ ৰাখি থৈ গৈছে। এনে উত্থান-পতনৰ খতিয়ানবোৰকে বাস্তৱিকতে ‘ইতিহাস’ বুলিব পাৰি। বেদ-উপনিষদৰ ৰচনাভূমি ভাৰতত অৱশ্যে বৈজ্ঞানিকভাৱে ইতিহাস অধ্যয়নৰ প্ৰক্ৰিয়াটো বৃটিছসকলৰ আগমনৰ পৰাহে আৰম্ভ হৈছে। সি যি কি…